উৰণীয়া মন .. । জুবিন গাৰ্গৰ অসমীয়া গান উৰণীয়া মন .... । উৰণীয়া মন জুবিনৰ অসমীয়া গান | Zubeen Garg Asssamese Song Uroniya Mon |
উৰণীয়া মন .... .
উৰনীয়া মন উৰনীয়া হল
ঠাইতে ঘূৰি নাচি নাচি ৰল।।
পিৰ পিৰালে শিৰ শিৰালে আজি দেহত
ৰম ৰমালে চম্ চমালে মোৰে তেজত
তোৰে প্ৰেমতে আঁতুৰ বিতুৰ
ডুবা ডুবা ডুবা লাগিলে মোৰ।।
তুলি তুলি
নিদিবি নিদিবি নিদিবি
উৰণীয়া.... ।।
ফুলি ফুলি ৰোৱা
ঋতুতে তোকে চাওঁ
ভূল নাথাকিলেও
ভূল হৈ বুলিবি
জোন তৰালিৰে দুচকু সজাই লৈ
তমসা মোৰে বুকুতে জ্বলিবি
ধুম ধুম ঢুলীয়া
জুৰ জুৰ জুৰীয়া
চেনেহৰে গান গাবি সুৰীয়া
তোৰে প্ৰেমতে .... ।।
তুলি তুলি
নিদিবি নিদিবি নিদিবি
উৰণীয়া.... ।।
তমকা মনতে মৰমৰ বোজাতো
I Iove You বুলি হেজাৰ বাৰ কমেই তোক
বু বু বা কৰে কৰক চুবুৰিতে
তই ৰাজি মই ৰাজি কৰিব কিতো
পিছল বাটতে প্ৰেমৰ নামতে
এজাপ মাৰিছো তোকে পাবলে
তোৰে....... ।।
উৰনীয়া মন..........।।