অধ্য়ায় ২০
বাক্য়ৰ বিশ্লেষণ (Analysis of sentences)


অনুশীনলী

১। খণ্ডবাক্য় আৰু বাক্য়াংশ বুলিলে কি বুজা? উভয়ৰ মাজত তুলনামূলক আলোচনা কৰা।
উত্তৰঃ

২। খণ্ডবাক্য় বাক্য়ত কেনে ধৰণে ব্য়ৱহাৰ হয় উদাহৰণ দি আলোচনা কৰা।  
উত্তৰঃ

৩। বাক্য়াংশ কেনেধৰণে বাক্য়ত ব্যৱহাৰ হয় উদাহৰণ দি আলোচনা কৰা।
উত্তৰঃ

৪। বাক্য় কেই প্ৰকাৰৰ? প্ৰত্য়েক বিধ বাক্য়ৰ উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ

৫। বাক্য় বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ

৬। তলত দিয়া বাক্য়বোৰৰ বাক্য় বিশ্লেষণ কৰাঃ

১) যি মানুহে সৎ উপায়েৰে ধন আৰ্জে, তেওঁ জীৱনত সুখী হয় আৰু ৰাইজৰ পৰা সন্মান পায়।
উত্তৰঃ

২) মহাসতী জয়মতী এগৰাকী পতিপৰায়ণা মৰণী আছিল, সেই কাৰণে তেওঁ নিজে চাউডাঙৰ হাতত অমানুষিক যন্ত্ৰণা ভোগ কৰিলে, তথাপি স্বামীৰ কোনো সম্ভেদ নিদিলে আৰু অৱশেষত মৃত্য়ুক সাৱটি ল'লে।
উত্তৰঃ

৩) দেশতকৈ মোমাই ডাঙৰ নহয় কাৰণেই লাচিত বৰফুকনে দেশ ৰক্ষাৰ্থে নিজৰ মোমায়েকক শৰাইঘাটৰ যুদ্ধৰ সময়ত কাটিছিল। 
উত্তৰঃ

৪) জাতিৰ পিতা মহাত্মাৰ অন্তৰত অসম আৰু অসমীয়াই যি প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ নিখুঁত ছবি তেখেতৰ 'মনোৰম অসম' নামৰ প্ৰবন্ধত ফুটি ওলাইছে।
উত্তৰঃ


Type: Hirokjyoti Bora.