১৩৮৬)  ভক্ত (Bhakta) - উপাসক ।   
১৩৮৭) ভগদেৱ (Bhaga dev) - সদাশিৱ ।   
১৩৮৮) ভগন্ (Bhagan) - খৰচ ।  
১৩৮৯) ভগভূষণ (Bhagabhushan) - শিৱ ।   
১৩৯০) ভগমন্দন (Bhagamandan) - বিষ্ণু ।   
১৩৯১) ভগৱন্ত (Bhagabanta) - ঈশ্বৰ ।  
১৩৯২) ভগালী (Bhogali) - মহাদেৱ । 
১৩৯৩) ভগীৰথ্ (Bhagirath) - এজনা সূৰ্যবংশী ৰজা ।   
১৩৯৪) ভট্টাচাৰ্য (Bhattacharya) - অতি জ্ঞানী পণ্ডিত ।  
১৩৯৫) ভড়িল (Bharil) - বীৰ পুৰুষ ।  
১৩৯৬) ভণিত (Bhanit) - ৰচিত ।  
১৩৯৭) ভদ্ৰিক (Bhadrik) - মংগলময় ।  
১৩৯৮) ভদ্ৰকপিল (bhadrakpil) - শিৱ ।  
১৩৯৯) ভদ্ৰকমল (Bhadrakamal) - পদুমৰ দৰে সুশ্ৰী ।   
১৪০০) ভদ্ৰকুমাৰ (Bhadrakumar) - মাৰ্জিত ৰুচিৰ বালক ।  
১৪০১) ভদ্ৰেশ্বৰ (Bhadreswar) - কল্পগ্ৰামস্থ শিৱ ।   
১৪০২) ভন্দিল (Bhandil) - শুভ ।  
১৪০৩) ভমৰ (Bhamar) - ভোমোৰা ।  
১৪০৪) ভৰট (Bharat) - কুমাৰ । 
১৪০৫) ভাৰত (Bharat) - ৰামৰ ভায়েক ।  
১৪০৬) ভৰু (Bhoru) - বিষ্ণু ।  
১৪০৭) ভৰুণ (Bharun) - ফল বা ফুলেৰে পৰি পূৰ্ণ ।  
১৪০৮) ভৰ্গ (Bharga) - শিৱ  ।   
১৪০৯) ভৱদাৰু (Bhawadaru) - দেৱদাৰু গছ ।  
১৪১০) ভৱন (bhawan) - গৃহ ।  
১৪১১) ভৱানন্দ (Bhawananda) - শিৱৰ এটা নাম । 
১৪১২) ভৱান্তৰ (Bhawantar) - জন্মান্তৰ ।    
১৪১৩) ভৱিন (Bhawit) - কবি ।  
১৪১৪) ভৱিল (Bhawil) - প্ৰেমিক ।
১৪১৫) ভবেন্দ্ৰ (Bhawendra) - শিৱৰ আন এটা নাম ।  
১৪১৬) ভৱেশ (Bhawesh) - শিৱৰ আন এটা নাম ।  
১৪১৭) ভসন (Bhashan) - মৌমাখি ।
১৪১৮) ভানু (Bhanu) - দ্বীপ্তি ।  
১৪১৯) ভাৰস্ত (Bharashta) - জগত । 
১৪২০) ভাৰ্গৱ (Bhargav) - মুনিৰ পুতেক ।  
১৪২১) ভাৰ্গৱপ্ৰিয় ( Bhargav Priya) - হীৰা । 
১৪২২) ভালু (Bhalu) - সূৰ্য। 
১৪২৩) ভানু (Bhanu) - সূৰ্য ।
১৪২৪) ভাস্কৰ (Bhaskar) - সূৰ্য ।  
১৪২৫) ভাস্কৰজিৎ (Bhaskar jit)- সূৰ্যৰ দৰে শক্তিশালী ।  
১৪২৬) ভাস্কৰজ্যোতি (Bhaskar jyoti) - সূৰ্যৰ আভা ।   
১৪২৭) ভাস্কৰদীপ (Bhaskar dip) - সূৰ্ষৰ দৰে তেজস্বী । 
১৪২৮) ভীমৰাজ (Bhim raj) - কেহৰাজ ।  
১৪২৯) ভীম (Bhim) - সদাশিৱ ।   
১৪৩০) ভীমা (Bhima) - দুৰ্গা দেৱী ।  
১৪৩১) ভীৰু (Bhiru) - ৰূপ ।  
১৪৩২)  ভীষণ (Bhishan) - সদাশিৱ ।  
১৪৩৩) ভূদেৱ (Bhudev)- ব্ৰাহ্মণ ।  
১৪৩৪) ভূপ্ (Bhup) - ৰজা ।  
১৪৩৫) ভৃংগৰাজ (Bhringa raj) - এবিধ চৰাই ।  
১৪৩৬) ভৃগুৰাজ (Bhrigu raj) - পৰশুৰাম । 
১৪৩৭) ভৃণ্ডনাথ (Bhrigu nath) - শিৱৰ আন এটা নাম ।
১৪৩৮)  ভূপেন্দ্ৰ (Bhupendra) - ৰাজশ্ৰেষ্ঠ ।  
১৪৩৯) ভূমানন্দ (Bhumananda) - অতিযয় আনন্দ ।  
১৪৪০)  ভৈৰৱ (Bhairab) - ভয়ানক।
১৪৪১) ভৈৰৱানন্দ (Bhairabnanda) ) - সংহাৰী মুৰ্তিধাৰী শিৱ ।  
১৪৪২) ভোলা (Bhul) - সুশীল ।  
১৪৪৩) ভ্ৰাজিষ্ণু (Brajishnu)- দীপ্তিমান ।





Type: Bipasha kakati



Post ID : DABP004240