ভ
১৩৮৬) ভক্ত (Bhakta) - উপাসক ।
১৩৮৭) ভগদেৱ (Bhaga dev) - সদাশিৱ ।
১৩৮৮) ভগন্ (Bhagan) - খৰচ ।
১৩৮৯) ভগভূষণ (Bhagabhushan) - শিৱ ।
১৩৯০) ভগমন্দন (Bhagamandan) - বিষ্ণু ।
১৩৯১) ভগৱন্ত (Bhagabanta) - ঈশ্বৰ ।
১৩৯২) ভগালী (Bhogali) - মহাদেৱ ।
১৩৯৩) ভগীৰথ্ (Bhagirath) - এজনা সূৰ্যবংশী ৰজা ।
১৩৯৪) ভট্টাচাৰ্য (Bhattacharya) - অতি জ্ঞানী পণ্ডিত ।
১৩৯৫) ভড়িল (Bharil) - বীৰ পুৰুষ ।
১৩৯৬) ভণিত (Bhanit) - ৰচিত ।
১৩৯৭) ভদ্ৰিক (Bhadrik) - মংগলময় ।
১৩৯৮) ভদ্ৰকপিল (bhadrakpil) - শিৱ ।
১৩৯৯) ভদ্ৰকমল (Bhadrakamal) - পদুমৰ দৰে সুশ্ৰী ।
১৪০০) ভদ্ৰকুমাৰ (Bhadrakumar) - মাৰ্জিত ৰুচিৰ বালক ।
১৪০১) ভদ্ৰেশ্বৰ (Bhadreswar) - কল্পগ্ৰামস্থ শিৱ ।
১৪০২) ভন্দিল (Bhandil) - শুভ ।
১৪০৩) ভমৰ (Bhamar) - ভোমোৰা ।
১৪০৪) ভৰট (Bharat) - কুমাৰ ।
১৪০৫) ভাৰত (Bharat) - ৰামৰ ভায়েক ।
১৪০৬) ভৰু (Bhoru) - বিষ্ণু ।
১৪০৭) ভৰুণ (Bharun) - ফল বা ফুলেৰে পৰি পূৰ্ণ ।
১৪০৮) ভৰ্গ (Bharga) - শিৱ ।
১৪০৯) ভৱদাৰু (Bhawadaru) - দেৱদাৰু গছ ।
১৪১০) ভৱন (bhawan) - গৃহ ।
১৪১১) ভৱানন্দ (Bhawananda) - শিৱৰ এটা নাম ।
১৪১২) ভৱান্তৰ (Bhawantar) - জন্মান্তৰ ।
১৪১৩) ভৱিন (Bhawit) - কবি ।
১৪১৪) ভৱিল (Bhawil) - প্ৰেমিক ।
১৪১৫) ভবেন্দ্ৰ (Bhawendra) - শিৱৰ আন এটা নাম ।
১৪১৬) ভৱেশ (Bhawesh) - শিৱৰ আন এটা নাম ।
১৪১৭) ভসন (Bhashan) - মৌমাখি ।
১৪১৮) ভানু (Bhanu) - দ্বীপ্তি ।
১৪১৯) ভাৰস্ত (Bharashta) - জগত ।
১৪২০) ভাৰ্গৱ (Bhargav) - মুনিৰ পুতেক ।
১৪২১) ভাৰ্গৱপ্ৰিয় ( Bhargav Priya) - হীৰা ।
১৪২২) ভালু (Bhalu) - সূৰ্য।
১৪২৩) ভানু (Bhanu) - সূৰ্য ।
১৪২৪) ভাস্কৰ (Bhaskar) - সূৰ্য ।
১৪২৫) ভাস্কৰজিৎ (Bhaskar jit)- সূৰ্যৰ দৰে শক্তিশালী ।
১৪২৬) ভাস্কৰজ্যোতি (Bhaskar jyoti) - সূৰ্যৰ আভা ।
১৪২৭) ভাস্কৰদীপ (Bhaskar dip) - সূৰ্ষৰ দৰে তেজস্বী ।
১৪২৮) ভীমৰাজ (Bhim raj) - কেহৰাজ ।
১৪২৯) ভীম (Bhim) - সদাশিৱ ।
১৪৩০) ভীমা (Bhima) - দুৰ্গা দেৱী ।
১৪৩১) ভীৰু (Bhiru) - ৰূপ ।
১৪৩২) ভীষণ (Bhishan) - সদাশিৱ ।
১৪৩৩) ভূদেৱ (Bhudev)- ব্ৰাহ্মণ ।
১৪৩৪) ভূপ্ (Bhup) - ৰজা ।
১৪৩৫) ভৃংগৰাজ (Bhringa raj) - এবিধ চৰাই ।
১৪৩৬) ভৃগুৰাজ (Bhrigu raj) - পৰশুৰাম ।
১৪৩৭) ভৃণ্ডনাথ (Bhrigu nath) - শিৱৰ আন এটা নাম ।
১৪৩৮) ভূপেন্দ্ৰ (Bhupendra) - ৰাজশ্ৰেষ্ঠ ।
১৪৩৯) ভূমানন্দ (Bhumananda) - অতিযয় আনন্দ ।
১৪৪০) ভৈৰৱ (Bhairab) - ভয়ানক।
১৪৪১) ভৈৰৱানন্দ (Bhairabnanda) ) - সংহাৰী মুৰ্তিধাৰী শিৱ ।
১৪৪২) ভোলা (Bhul) - সুশীল ।
১৪৪৩) ভ্ৰাজিষ্ণু (Brajishnu)- দীপ্তিমান ।
Type: Bipasha kakati
Post ID : DABP004240
0 Comments