য 

    নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 




১৬১১) য'নী (Joni) - এবিধ সুগন্ধ গছ আৰু তাৰ গুটি ।   
১৬১২) যজ্ঞনেমি (Joni nemi) - নাৰায়ণ বিষ্ণু ।   
১৬১৩) যজ্ঞব্ৰত (Jagya brat) - বিষ্ণু ।   
১৬১৪) যজ্ঞিয় (Jagyio) - দেৱতা ।   
১৬১৫) যজ্ঞেশ্বৰ (Jageahwar) - বিষ্ণু ।
১৬১৬) যতন্ (Jatan) - চেষ্টা ।   
১৬১৭) যতিন (Jatin) - শিৱৰ আন এটা নাম ।   
১৬১৮) যতীন্দ্ৰ (Jatindra) - মুনি শ্ৰেষ্ঠ ।  
১৬১৯)  যতীন্দ্ৰনাথ (Jatindra nath)  - পৰমেশ্বৰ । 
১৬২০) যতীন্দ্ৰনাৰায়ণ (Jatindra narayan) - পৰমেশ্বৰ ।     
১৬২১) যদিচ (Janic) - যদিও ।  
১৬২২) যদু (Janu) - চন্দ্ৰবংশৰ এজনা ৰজাৰ নাম ।  
১৬২৩) যদুনন্দন (Janunandan) - শ্ৰীকৃষ্ণ ।          
১৬২৪) যদুনাথ (Janunath) - কৃষ্ণ ।   
১৬২৯) যদুপতি (Janupati) - শ্ৰীকৃ-ষ্ণ ।   
১৬৩০) যদু-মণি (Janu - moni) - কৃষ্ণ ।   
১৬৩১) যদুৰায় (Jadu ray) - শ্ৰীকৃষ্ণ ।  
১৬৩২) যন্ত্ৰকুশল (Jantra kushal) - যন্ত্ৰপাতিত ব্যাৱহাৰত নিপুন ।   
১৬৩৩) যমকীল (Jamkil) - বিষ্ণু ।   
১৬৩৪) যযী (Jaji) - মহাদেৱ ।     
১৬৩৫) যৱনাৰি (Jabo nari) - শ্ৰীকৃষ্ণ।
১৬৩৬) যক্ষেন্দ্ৰ (Jakhendra) - কুবেৰৰ এটা নাম ।   
১৬৩৭) যাচিষ্ণু (Jacishnu) - খুজি খাই ফুৰা লোক ।  
১৬৩৮)  যাতু (jatu) - বায়ু ।   
১৬৩৯) যাদৱ (Jadab)  কৃষ্ণ ।   
১৬৪০) যাদৱকমল (Jadab kamal) - অৰ্থাৎ শ্ৰীকৃষ্ণ । 
১৬৪১)  যাদৱেন্দ্ৰ (Jadbendra) - শ্ৰীকৃষ্ণ । 
১৬৪২) যাদু (Janu) - ইন্দ্ৰজাল ।   
১৬৪৩) যামনেমি (Jacnemi) - দেৱৰাজ ইন্দ্ৰ ।  
১৬৪৪) যামিনীকান্ত (Jaminikanta) - চন্দ্ৰ ।
১৬৪৫) যামিনীনাথ (Jamini nath) - চন্দ্ৰ । 
১৬৪৬) যামিনীপ্ৰদীপ (Jamini pradip) - চন্দ্ৰ ।  
১৬৪৭) যামী (Jami) - ৰাতি ।    
১৬৪৮) যামীৰ (Jamir) - ৰাতি ।    
১৬৪৯) যুগান্তজিৎ Jugantajit) - যুগৰ প্ৰসিদ্ধ ব্যক্তি । 
১৬৫০) যুগান্ত (Juianta) - এক যুগৰ শেষ ।  
১৬৫১) যুদ্ধকুশল (Juddhakushal) - যুদ্ধত দক্ষ ।    
১৬৫২) যুৱ (Jub) - ডেকা ।     
১৬৫৩) যুৱজিৎ (Jubjit) - তেজস্বী ।    
১৬৫৪) যুৱৰাজ (Jub raj) - ডেকা ৰজা ।                   .  
১৬৫৫) যোগজিৎ (Jugo jit) - ধ্যান-ধাৰণাৰে যি জয় লাভ কৰিছে ।    
১৬৫৬) যোগপতি (Jugo poti) - বিষ্ণু ।   
১৬৫৭) যোগানন্দ (Juga nanda) - যোগকৰ্মই আনি দিয়া আনন্দ ।   
১৬৫৮) যোগীন্দ্ৰ (Jugindra ) - শিৱ ।    
১৬৫৯) যোগীন্দনাথ (Juginda nath) - মহাদেৱ শিৱ ।   
১৬৬০) যোগীৰাজ (Jugi raj) - যোগা শ্ৰেষ্ঠ ।     
১৬৬১) যোগীশ্বৰ (Jugishwar) - যাজ্ঞবল্ক্য মুনি ।  
১৬৬২) যোগেন্দ্ৰ (Jugendra) - শিৱৰ এটা নাম ।     
১৬৬৩) যোগেন্দ্ৰনাথ (Jugendra nath ) - পৰমেশ্বৰ ।
১৬৬৪) যোগেন্দ্ৰনাৰায়ণ (Jugendra narayan) -  মহাদেৱ শিৱ আৰু বিষণু ।    
১৬৬৫) যোগেশ (Jugesh) - যোগৰ ঈশ্বৰ ।  
১৬৬৬) যোগেশ্বৰ (Jugeshwar) - বিষ্ণু ।   
১৬৬৭) যোপন (Jupon) - নাশ ।    
১৬৬৮) যোগকান্দ (Jugo kanda) - শিৱ ।