স্বাধীনতাৰ পিছৰ পৰা অসমৰ মুখ্যমন্ত্ৰীসকলৰ নামজানি লওঁ আহা 

✴ গােপীনাথ বৰদলৈ (১৯৪৬-১৯৫০) 

✴ বিষ্ণুৰাম মেধি (১৯৫০-১৯৫৭)   

✴ বিমলা প্রসাদ চলিহা (১৯৫৭-১৯৭০) 

✴ মহেন্দ্রমােহন চৌধুৰী (১৯৭০-১৯৭২)   

✴ শৰৎ সিংহ (১৯৭২-৭৮)

✴ গােলাপ বৰবৰা (১৯৭৮-৭৯)  

✴ যােগেন্দ্র নাথ হাজৰিকা (১৯৭৯)

✴ ৰাষ্ট্ৰপতি শাসন ( ১৯৭৯-৮০)

✴ শ্ৰীমতী আনোৱাৰ তাইমুৰ ( ১৯৮০-৮১)

✴ ৰাষ্ট্ৰপতি শাসন (১৯৮১-৮২) 

✴ কেশৱ চন্দ্ৰ গগৈ ( ১৯৮২)

✴ ৰাষ্ট্ৰপতি শাসন ( ১৯৮২-৮৩)

✴ হিতেশ্বৰ শইকীয়া ১৯৮৩-৮৫,১৯৯১-৯৬)

✴ ৰাষ্ট্ৰপতি শাসন (১৯৯০-৯১)

✴ প্ৰফুল্ল কুমাৰ মহন্ত ( ১৯৮৫-৯০,১৯৯৬-২০০১)

✴ ড° ভূমিধৰ বৰ্মন (১৯৯৬)

✴ তৰুণ গগৈ (২০০১-পৰা ২০১৬)

✴ সৰ্বানন্দ সোণোৱাল (২০০৬ পৰা বৰ্তমানলৈকে)



Class 7 Social Science 

Type: Nayan Moni Deka