ড° ভূপেন হাজৰীকা প্ৰশ্ন উত্তৰ


1) ড° ভূপেন হাজৰিকা জন্ম কিমান চনত জন্ম হৈছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে।

 2) ড° ভূপেন হাজৰিকা ক'ত জন্ম হৈছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা জন্ম হোৱা ঠাইখনৰ নাম আছিল শদিয়া।

3) ড° ভূপেন হাজৰিকা পিতৃ নাম কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা পিতৃ নাম আছিল নীলকান্ত বৰুৱা।

4) ড° ভূপেন হাজৰিকা মাতৃ নাম কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা মাতৃ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।

5) ড° ভূপেন হাজৰিকা পত্নী নাম কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা পত্নী নাম আছিল প্ৰিয়ম্বদা পেটেল।

6) ১৯৩০ চনৰ ৫ বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কপলৰ কি পৰিৱেশন কৰিছিল?

উত্তৰঃ- ১৯৩০ চনৰ ৫ বছৰৰ বয়সতে গুৱাহাটীত কটন কলেজিয়েটত প্ৰথম গীত পৰিৱেশন কৰে।  

 7) ড° ভূপেন হাজৰিকা মানুহে মানুহৰ বাবে গীতটী কিমান চনত ৰচনা কৈছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা মানুহে মানুহ বাবে গীতটো ৰচনা কৰা হৈছিল ১৯৬০ চনত।

8) ২০১২ চনত ড° ভূপেন হাজৰিকাক ভাৰত চৰকাৰে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ২০১২ চনত ভাৰত চৰকাৰে ড° ভূপেন হাজৰিকাক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। 

9) ড° ভূপেন হাজৰিকা কিমান চনত মৃত্যু হয় আৰু ক'ত হয়?

উত্তৰঃ- ড° ভূপেন হাজৰিকা মৃত্যু হয় ২০১১ চনৰ ৫ নৱেম্বৰত তাৰিখে আৰু দেৱাৱসান ঘটে (মুম্বাইত)।

10) ২০০৮ চনত ড° ভূপেন হাজৰিকাক অসম চৰকাৰে কি উপাধি দিয়ে?

উত্তৰঃ- ২০০৮ চনত ড° ভূপেন হাজৰিকাক অসম চৰকাৰে অসম ৰত্ন' উপাধি লাভ কৰে।  

11) ড° ভূপেন হাজৰিকা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ক'ত গ্ৰহণ কৰিছিল?

উত্তঃ- ড° ভূপেন হাজৰিকা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল শদিয়াত।

12)  ড° ভূপেন হাজৰিকা কটেন কলেজৰ পৰা কি পৰীক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ-  ড° ভূপেন হাজৰিকা কটেন কলেজৰ পৰা ইন্টাৰমিডিয়েত পৰীক্ষাত উত্তীৰ্ণ হয়। 

13) ড° ভূপেন হাজৰিকা ১৯৪৪ চনত স্নাতক ডিগ্ৰী ক'ত লাভ কৰে?

উত্তৰঃ- ড° ভূপেন হাজৰিকা ১৯৪৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে হিন্দু বিশ্ববিদ্যালয়ত।

14)  ড° ভূপেন হাজৰিকা স্নাতকোত্তৰ ডিগ্ৰী ক'ত লাভ কৰে?

উত্তৰঃ- ড° ভূপেন হাজৰিকা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত।

15)  ড° ভূপেন হাজৰিকা আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কি ডিগ্ৰী লাভ কৰে?

উত্তৰঃ-  ড° ভূপেন হাজৰিকা আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাই গণ- সংযোগ ডক্টৰেট ডিগ্ৰী লাভ কৰে।

16)  ড° ভূপেন হাজৰিকা ১৯৪৭ চনত বি. বৰুৱা মহাবিদ্যালয়ত কি কৰে?

উত্তৰঃ- ড° ভূপেন হাজৰিকা ১৯৪৭ চনত বি. বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে। 

 17) ড° ভূপেন হাজৰিকা লটি- ঘটি ছবিৰ বাবে কি বঁটা লাভ কৰে?

উত্তৰঃ- ড° ভূপেন হাজৰিকা লটি -ঘটি ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

18) ড° ভূপেন হাজৰিকাক ১৯৮৭ চনত কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ-  ড° ভূপেন হাজৰিকাক ১৯৮৭ চনত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।

19)  ড° ভূপেন হাজৰিকা উক্ত বিশ্ববিদ্যালয় পৰা কি উপাধি প্ৰদান কৰা হয়?

উত্তৰঃ- ড° ভূপেন হাজৰিকা উক্ত বিশ্ববিদ্যালয় পৰা মাচ পি. এইচ. ডি উপাধি প্ৰদান কৰা হয়।

20) ড° ভূপেন হাজৰিকা এগৰাকী কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা এগৰাকী আছিল কবি, গায়ক, সংগীতজ্ঞ, কন্ঠশিল্পী, আৰু চলচ্চিত্ৰ পৰিচালক।

21) ড° ভূপেন হাজৰিকা আঠখন অসমীয়া, এখন বাংলা  আৰু এখন হিন্দী চলচ্চিত পৰিচালনা কৰিছিল শেইকেইখন নাম কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা আঠখন অসমীয়া, এখন বাংলা  আৰু এখন হিন্দী চলচ্চিত পৰিচালনা কৰিছিল শেইকেইখন নাম আছিল- শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী আৰু চিৰাজ।

22) ড° ভূপেন হাজৰিকা শ্ৰেষ্ঠ সংগীত পৰিচালনা বাবে তেখেতক কি কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা শ্ৰেষ্ঠ সংগীত পৰিচালনা বাবে তেখেতক ৰাষ্ট্ৰীয় বঁটা, পদ্মভূষণ, অসম সাহিত্য সবাৰ সাহিত্যাচাৰ্য, সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য।

23) ড° ভূপেন হাজৰিকাক কি নামেৰে জনা যায়?

উত্তৰঃ- ড° ভূপেন হাজৰিকাক সুধাকন্ঠ নামেৰেও জনা যায়।

24) ড° ভূপেন হাজৰিকা তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো ভূপেন হাজৰিকা কি খ্যাতি লাভ কৰিছিল?

উত্তৰঃ- ভূপেন হাজৰিকাই ভাৰতৰ তথা বাংলাদেশতো ড° ভূপেন হাজৰিকাই এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰে। 

25) ড° ভূপেন হাজৰিকা বিশ্বমানৰ অৱদানেৰে কলা- সংস্কৃতিৰ জগত চহকী কৰা এজন কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা বিশ্বমানৰ অৱদানেৰে কলা- সংস্কৃতিৰ জগত চহকী কৰা এজন আছিল বিশ্ব- নাগৰিক আৰু মানৱতাবাদী শিল্পী।

26) ড° ভূপেন হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ  ঊনষাঠিতম অধিৱেশনত তেখেতে কি আছিল?

উত্তৰঃ-  ড° ভূপেন হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ  ঊনষাঠিতম অধিৱেশনত তেখেতে সভাপতি আছিল।

27) ড° ভূপেন হাজৰিকা ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে কি বঁটা প্ৰদান কৰা হয়? 

উত্তৰঃ- ড° ভূপেন হাজৰিকা ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে ভাৰত ৰত্ন বঁটাৰে প্ৰদান কৰা হয়। 

28)  ড° ভূপেন হাজৰিকা ভাই- ভনী মিলি কেইটা সন্তান আছিল?

উত্তৰঃ-  ড° ভূপেন হাজৰিকা ভাই- ভনী মিলি দহটা সন্তান আছিল।

29)  ড° ভূপেন হাজৰিকাৰ ভাই- ভনী দহটা সন্তানৰ ভিতৰত জ্যেষ্ঠ কোন আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকাৰ ভাই-ভনী দহটা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ড° ভূপেন হাজৰিকা।

30) ড° ভূপেন হাজৰিকা ভাই- ভনী কেইটা নাম কি আছিল?

উত্তৰঃ- ড° ভূপেন হাজৰিকা ভাই- ভনী কেইটা নাম আছিল- অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা।

31) ড° ভূপেন হাজৰিকাই নিজে লিকা গীতসমূহক কি বুলি কোৱা হয়?

উত্তৰঃ- ড° ভূপেন হাজৰিকাই নিজে লিখা গীতসমূহক ভূপেন্দ্ৰ সংগীত বোলে। 

32) ° ভূপেন হাজৰিকাই অসমীয়া ভাষাত পৰিচালনা কৰা মুঠ কেইখন ছবি?

উত্তৰঃ- ° ভূপেন হাজৰিকাই অসমীয়া ভাষাত পৰিচালনা কৰা ৭ খন মুঠ পুথি। 

33) ° ভূপেন হাজৰিকাই অৰুণাচল প্ৰদেশৰ চৰকাৰ হৈ কি ছবি নিৰ্মাণ কৰিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকাই অৰুণাচল প্ৰদেশৰ চৰকাৰ হৈ এখন শীৰ্ষক হিন্দী ছবি নিৰ্মাণ কৰিছিল সেই ছবিখনৰ নাম আছিল-মেৰী ধৰম মেৰী মা'।

34) ° ভূপেন হাজৰিকাই কেইখন ছবি সংগীত পৰিচালনা কৰিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকাই ছবি সংগীত পৰিচালনা কৰিছিল ২১খন।

35) ° ভূপেন হাজৰিকাই ছবি সংগীত পৰিচালনা কৰা ছবি কেই খনৰ নাম কি আৰু কিমান চনত পৰিচালনা কৰে?

উত্তৰঃ- ° ভূপেন হাজৰিকাই ছবি সংগীত পৰিচালনা কৰা ছবি কেইখনৰ নাম হল- পিয়লী ফুকন ( ১৯৫৪চন), ধুমুহা ( ১৯৫৭ চন), কেঁচা সোণ ( ১৯৫৯ চন), মণিৰাম দেৱান ( ১৯৬৩চন), খোজ ( ১৯৭৫ চন), কাঁচঘৰ (১৯৭৫চন), চামেলি মেমচাব (১৯৭৫চন), পলাশৰ ৰং (১৯৭৬চন), বনহংস ( ১৯৭৭চন), বনজুই (১৯৭৮চন), অকণ (১৯৮০চন), অপৰূপা (১৯৮২চন), অংগীকাৰ ( ১৯৮৫চন), সংকল্প ( ১৯৮৬চন), মা ( ১৯৮৬চন)যুগে যুগে সংগ্ৰাম ( ১৯৮৬চন), প্ৰতিশোধ ( ১৯৮৭চন), প্ৰিয়জন ( ১৯৯৩চন), অশান্ত প্ৰহৰ ( ১৯৯৪চন), পানী (১৯৯৫চন), আৰু বড়ো ভাষা ছবি জিউনি চিমাং ( ১৯৮৭চন)।

36) চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু সংগীত পৰিচালকৰূপে ভূপেন হাজৰিকা অসমৰ ছবিজগতলৈ এই অৱদানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তিৰূপে তেখেতক কি বঁটালৈ সন্মানিত কৰা হৈছে?

উত্তৰঃ- চিত্ৰ নিৰ্মাতা পৰিচালক আৰু সংগীত পৰিচালকৰূপে ভূপেন হাজৰিকা অসমৰ ছবিজগতলৈ এই অৱদানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ  একমাত্ৰ ব্যক্তিৰূপে তেখেতক 'দাদা চাহেব ফাল্কে বঁটা লৈ সন্মানিত কৰা হৈছিল।

37) ° ভূপেন হাজৰিকা এগৰাকী কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা এগৰাকী আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি।

38) ° ভূপেন হাজৰিকা উল্লেখযোগ্য গীতসমূহ নাম কি?

 উত্তৰঃ- ° ভূপেন হাজৰিকা উল্লেখযোগ্য গীতসমূহ নাম - জিলিকাব লুইতৰ পাৰ, অ' বিদেশী বন্ধু, সাগৰ সংগমত কতনা সাঁতুৰিলোঁ, জিলিকাব লুইতৰ পাৰ, মেঘে গিৰ্ গিৰ্ কৰে, বিমূৰ্ত মোৰ নিসাটি।

39) ° ভূপেন হাজৰিকা ৰ'ল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয় পৰা কি উপাধি লাভ কৰে?

উত্তৰঃ- ° ভূপেন হাজৰিকা ৰ'ল অফ মাছ কমিনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয় পৰা ডক্টৰেট উপাধি লাভ কৰে।

40) ° ভূপেন হাজৰিকা তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিৰ ভূমিকা অধ্যয়নৰ বাবে কি লাভ কৰিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিৰ ভূমিকা অধ্যয়নৰ বাবে তেখেতে লিছ্ল ফেল'শ্বিপ লাভ কৰে। 

41)  ° ভূপেন হাজৰিকা আইতাকৰ ঘৰ ক'ত আছিল?

উত্তৰঃ-  ° ভূপেন হাজৰিকা আইতাকৰ ঘৰ আছিল ভৰলুমুখ।

42) ° ভূপেন হাজৰিকা মাহীয়েকৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা মাহীয়েকৰ নাম আছিল ভৱপ্ৰিয়া দাস।

43) ° ভূপেন হাজৰিকা ককাকৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা ককাকৰ নাম আছিল ৰতিকান্ত দাস।

44) ° ভূপেন হাজৰিকা তৃতীয় শ্ৰেণীলৈকে ক'ত পঢ়িছিল আৰু তাৰ পাছত তেওঁ ক'ত পঢ়ে?

উত্তৰঃ- ° ভূপেন হাজৰিকা তৃতীয় শ্ৰেণীলৈকে ঘৰতে পঢ়িছিল আৰু তাৰ পাছত তেওঁ সোণাৰাম হাইস্কুলত পঢ়ে।

45) ° ভূপেন হাজৰিকা আত্মজীৱনী খনৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা আত্মজীৱনীখনৰ নাম আছিল মোৰ জীৱন সোঁৱৰণ।

46) ১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক ক'ত নাম লগাই দিছিল?

উত্তৰঃ- ১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ গৱৰ্নমেন্ট হাইস্কুলত নাম লগাই দিয়ে। 

47) ° ভূপেন হাজৰিকা তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি কি পুৰস্কাৰ লাভ কৰে আৰু কি মেডেল পায়?

উত্তৰঃ- ° ভূপেন হাজৰিকা তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে আৰু লগতে সোণৰ মেডেল এটাও পায়।

48) ° ভূপেন হাজৰিকা প্ৰথম গীতটো নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা  প্ৰথম গীতটো নাম আছিল- কুসুম্বৰ পুত্ৰ শীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তাল, নামেৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান।

49) ড° ভূপেন হাজৰিকা প্ৰথম গীতটো প্ৰৰিৱেশন কৰোঁতে কিমান চনত আছিল আৰু ° ভূপেন হাজৰিকা বয়স কিমান আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা প্ৰথম গীতটো প্ৰৰিৱেশন কৰোঁতে ১৯৩৭ চনত আছিল আৰু বয়স আছিল ১১ বছৰ।

50) ° ভূপেন হাজৰিকা কিছুদিন বি.বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত কি কৰিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা কিছুদিন বি. বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছিল। 

51) ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ  ° ভূপেন হাজৰিকা কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ অসম বিধানসভাৰ সদস্য আছিল।

52) ° ভূপেন হাজৰিকা নাওবৈচা সমষ্টি পৰা তেখেতে কি হৈছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা নাওবৈচা সমষ্টি পৰা তেখেত বিধায়ক নিৰ্বাচিত হৈছিল।

53) ° ভূপেন হাজৰিকা পুত্ৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা পুত্ৰ নাম আছিল তেজ হাজৰিকা।

54) ° ভূপেন হাজৰিকা মৃত্যু সময়ত তেওঁ পত্নী প্ৰিয়ম্বদা পেটেল ক'ত আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা মৃত্যু সময়ত তেওঁ পত্নী  প্ৰিয়ম্বদা পেটেল আছিল কানাডাৰ অ'টাৱাত।

55)  ° ভূপেন হাজৰিকা মৃত্যু সময়ত তেওঁ বয়স কিমান আছিল?

উত্তৰঃ-  ° ভূপেন হাজৰিকা মৃত্যু সময়ত তেওঁ বয়স আছিল ৮৫ বছৰ।

56)  ° ভূপেন হাজৰিকা নশ্বৰদেহ  কলৈ অনা হয় আৰু কিমান তাৰিখে অন্তিম সংস্কাৰ কৰে?

উত্তৰঃ-  ° ভূপেন হাজৰিকা নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা তেওঁক অন্তিম সংস্কাৰ কৰে। 

57) ° ভূপেন হাজৰিকা নাওবৈচাত বিধায়ক হৈ থকা সময়ত তেখেতে কি গঢ়া যুঁজ দিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা নাওবৈচাত বিধায়ক হৈ থকা সময়ত তেখেতে ফিল্ম ষ্টুডিঅ, এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়া বাবে যুঁজ দিছিল।

58) ° ভূপেন হাজৰিকাই জন্ম হোৱা গাওঁখনৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকাই জন্ম হোৱা গাঁওখনৰ নাম আছিল আদি গাঁও।

59) নীলকান্ত হাজৰিকা আচল ঘৰ ক'ত আছিল?

উত্তৰঃ- নীলকান্ত হাজৰিকা আচল ঘৰ আছিল নাজিৰাৰ আমোলাপট্টিত।

60) ° ভূপেন হাজৰিকা অনুলিখিত আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ- ° ভূপেন হাজৰিকা অনুলিখিত আত্মজীৱনীখনৰ নাম হল মই এটি যাযাবৰ।

61) ১৯৬১ চনত ° ভূপেন হাজৰিকাই কোনখন ছবি বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে?

উত্তৰঃ- ১৯৬১ চনত ° ভূপেন হাজৰিকাই শকুন্তলা ছবি বাবে ৰাষ্ট্ৰপতি পদক লাব কৰে।

62) ১৯৬৪ চনত ° ভূপেন হাজৰিকাই নিৰ্মাণ কৰা কোন ছবি বাবে  ৰাষ্ট্ৰপতি পদক লাভ কৰে?

উত্তৰঃ- ১৯৬৪ চনত ° ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখনৰ বাবে তেখেতে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 

63) ১৯৬৪ চনত ° ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখনৰ বাবে কোনখন দেশে আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত  কৰিছিল?

উত্তৰঃ- ১৯৬৪ চনত ° ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখনৰ বাবে  আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত কৰিছিল ফ্ৰাঞ্চ দেশে।

64) ১৯৬৬ চনত ° ভূপেন হাজৰিকা নিৰ্মাণ কৰা প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ নাম কি আছিল আৰু এই চলচ্চিত্ৰখনৰ বাবে ° ভূপেন হাজৰিকাই কি পদক লাভ কৰে?

উত্তৰঃ- ১৯৬৬ চনত ° ভূপেন হাজৰিকা নিৰ্মান কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হল- লটিঘটি আৰু এই ছবি খনৰ বাবে তেওঁ ৰাষ্ট্ৰপতি পদক লাভ কৰে। 

65) ১৯৭৬ চনত আব্দুল মজিদৰ পৰিলাচিত চামেলি মেমচা'ব'ৰ সংগীত  পৰিচালনাৰ বাবে কি সন্মান যাচিছে আৰু এই সংগীত বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে কি বঁটা প্ৰদান কৰিছে?

উত্তৰঃ-  ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত চামেৰি মেমচা'ব'ৰ সংগীত পৰিচালনা বাবে তেওঁ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনা সন্মান যাচে। আৰু তেওঁক ৰাষ্ট্ৰপতিয়ে ৰজত কমল বঁটা আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।

66) ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ আমি এক যাযাবৰ বুলি আঠোটা বঙালী গীত এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা কি লাভ কৰে?

উত্তৰঃ- ১৯৭৮ চনত দুখন অশমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ আমি এক যাযাবৰ বুলি আঠোটা বঙালী গীত এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা  তেওঁ এম্বচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। 

 67) ১৯৭৭ চনত ° ভূপেন হাজৰিকাই কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ১৯৭৭ চনত ° ভূপেন হাজৰিকাই পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। 

68) ১৯৮৭ চনত ° ভূপেন হাজৰিকাক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ১৯৮৭ চনত ° ভূপেন হাজৰিকাক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়। 

69) ১৯৮৭ চনত ° ভূপেন হাজৰিকাক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ১৯৮৭ চনত ° ভূপেন হাজিৰিকাক ইন্দিয়া গান্ধী বঁটা প্ৰদান কৰা হয়। 

70) ১৯৯৩ চনত ° ভূপেন হাজৰিকাক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ১৯৯৩ চনত ° ভূপেন হাজৰিকাক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।   

71) ২০০১ চনত ° ভূপেন হাজৰিকাক বঁটা প্ৰদান  কৰা হয়?

উত্তৰঃ- ২০০১ চনত  ° ভূপেন হাজৰিকাক পদ্মভূষণ বঁটা প্ৰদান কৰা হয়।

72) ২০০১ চনত ° ভূপেন হাজৰিকাক  মধ্যপ্ৰদেশ চৰকাৰৰ পৰা কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা  লতা মংগেশকাৰ বঁটা লাভ কৰে। 

73) ২০০৮ চনত ° ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ পৰা কি সন্মান লাভ কৰা হয়?

উত্তৰঃ- ২০০৮ চনত ° ভূপেন হাজৰিকাক অসম সাহিত্য সবাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।

74)  ° ভূপেন হাজৰিকাক ২০০৯ চনত অসম চৰকাৰে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ° ভূপেন হাজৰিকাক ২০০৯ চনত অসম চৰকাৰে তেখেতক অসম ৰত্ন বঁটাৰে সন্মানিত কৰা হয়।

75) ২০০৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ° ভূপেন হাজৰিকাক সংগীত নাটকৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ- ২০০৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ° ভূপেন হাজৰিকাক সংগীত নাটকৰ বাবে একাডেমী ফেল' বঁটা প্ৰদান কৰা হয়।

76)  ° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি কোনখন আৰু মুক্তি কেতিয়া পায়?

উত্তৰঃ-  ° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি হ'ল এৰা বাটৰ সুৰ আৰু মুক্তি পায় ১৯৫৬ চনত।

77)  ° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা গান কেইটা আছিল?

উত্তৰঃ-  ° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা গান আছিল ১৫০০ত কৈ অধিক।

78)  ° ভূপেন হাজিকা প্ৰায়ভাগ গীত কি?

উত্তৰঃ-  ° ভূপেন হাজৰিকা প্ৰায়ভাগ গীত দেশপ্ৰেমমূলক গীত।

79)  ° ভূপেন হাজৰিকা প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা প্ৰথম বঙালী ছবিখনৰ নাম আছিল মাহত বন্ধুৰে।

80) ° ভূপেন হাজৰিকা কন্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটো নাম কি আছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা কন্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটো নাম আছিল কাষতে কলচী লৈ যায়।

81) ° ভূপেন হাজৰিকা কাষতে কলচী লৈ যায় এই গীতটো কোনে সু- কথা দিছিল?

উত্তৰঃ- ° ভূপেন হাজৰিকা কাষতে কলচী লৈ যায় এই গীতটো সু- কথা দিছিল বিষ্ণু প্ৰসাদ ৰাভা।

Sumit Patar