অধ্য়ায় ২১
বাক্য় পৰিৱৰ্তন (Change of sentence)


অনুশীলনী


ক) জটিল বাক্য়লৈ নিয়াঃ

১) তাৰ পিতাক মৰা খবৰ নাপালোঁ।

২) সিহঁতৰ দদায়েকক আমি ভাকলৈ জানো।

৩) বিপদত ধৈৰ্য ধৰা সকলোৰে কৰ্তব্য়।

৪) ৰুগীয়া লোকৰ মনত শান্তি নাই।

৫) অমায়িক লোকে সকলোৰে সন্মান পায়।


খ) যোগিক বাক্য়লৈ নিয়াঁঃ

১) জ্ঞানৰ অভাৱত সি এনে ব্য়ৱহাৰ কৰিছে।

২) গুৱাহাটীলৈ গৈ সি মন্ত্ৰীক লগ ধৰিলে।

৩) মিছলীয়া লোকে নিজৰ আৰু পৰৰ অনিষ্ট কৰে।

৪) অসিস্থ দেহ লৈ লাচিতে যুদ্ধত জঁপিয়াই পৰিছিল।


গ) সৰল বাক্য়ৈ নিয়াঁঃ

১) যিলোকে শিক্ষাকৰ মান নকৰে, তাৰ শিক্ষাই বৃথা।

২) নৰীয়া গাৰে যুদ্ধ কৰি লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিলে আৰু মানাহ লৈকে খেদি পঠালে।

৩) বীণাই ব্য়াকৰণ শিকিবলৈ যথেষ্ট চেষ্টা কৰিছিল সচাঁ কিন্তু ভালকৈ আয়ত্ত কৰিব নোৱাৰিলে।

৪) তেওঁ যেতিয়া ব্য়ৱসায় কৰিছিল, তেতিয়া তেওঁৰ অৱস্থা ভাল নাছিল।


       
Type Hirokjyoti Bora.