চতুৰ্দ্দশ অধ্যায়
অৰ্ধপৰিবাহী সজুঁলি আৰু ডিজিটেল বৰ্তনী
অনুশীলনী
১৪.১ n-জাতীয় চিলিকনত, নিম্ন উল্লেখিত কোনটো উক্তি সত্য:
(a) ইলেক্ট্রনসমূহ
মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেন্ট।
(b)
ইলেক্ট্রনসমূহ গৌণ বাহক পঞ্চযোজী পৰমাণু হৈছে ডোপেন্ট।
(c) হ'লসমূহ গৌণ বাহক আৰু পঞ্চযোজী পৰমাণু হৈছে ডোপেন্ট।
(d) হ'লসমূহ মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেন্ট।
উত্তৰঃ (c) হ'লসমূহ গৌণ বাহক আৰু পঞ্চযোজী
পৰমাণু হৈছে ডোপেন্ট।
১৪.৩. বায়াছ নিদিয়া p-n জাংছন
এটাত, p-অঞ্চলৰ পৰা ।-অঞ্চললৈ হ'লৰ
ব্যাপন ঘটিয়ে কাৰণ-
(a) n-অঞ্চলৰ মূক্ত ইলেক্ট্রন সিহঁতক আকৰ্ষণ কৰিছে।
(b) বিভৱ ভেদৰ দ্বাৰা সিহঁত জাংছন পাৰ গৈ গৈছে।
(c) p-অঞ্চলত হ'লৰ গাঢ়তা n-অঞ্চলৰ তুলনাত বেছি।
(d) ওপৰৰ সকলো।
উত্তৰঃ (c)
p- অঞ্চলত হ'লৰ গাঢ়তা n- অঞ্চলৰ তুলনাত
বেছি।
১৪.৪. যেতিয়া p-n জাংছন
এটাত অগ্রবর্তী বায়াছ প্রয়োগ কৰা হয়, ই
(a) বিভব প্রাচীৰ বৃদ্ধি কৰিব।
(b) মুখ্য বাহকৰ প্ৰবাহ হ্রাস হৈ শূন্য হ'ব।
(c) বিভব প্রাচীৰ কমিব।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) বিভব প্রাচীৰ কমিব।
১৪.৫. ট্রেঞ্জিষ্টৰৰ
ক্ৰিয়াৰ ক্ষেত্রত, তলৰ কোনটো উক্তি শুদ্ধঃ
(a)
বেছ এমিটাৰ আৰু কালেক্টৰ অঞ্চল একে আকাৰ আৰু ডোপিং গাঢ়তাৰ।
(b)
বেছ জন্মাল অতি পাতল আৰু কম পৰিমাণত ডোপ কৰা।
(c) এমিটিদার জাগছন অ্যাবতী বায়াছত আৰু কালেক্টৰ জাংছন
পশ্চাৎবর্তী বায়াছত থাকিব।
(d)
এমিটার জাগুন আত কালেক্টৰ আাংছন উভয়কে অগ্রবর্তী বায়াছ দিয়া হয়।
উত্তৰঃ (b) বেছ অভাল অতি পাওল আক কম পরিমাণত ডোপ কৰা।
১৪.৬ ট্ৰেঞ্জিষ্টৰ পৰিবৰ্ধকৰ
ক্ষেত্রত বিভব পৰিবৰ্ধন
(a) সকলো কম্পনাংকৰ বাবে ধ্ৰুৱক হয়।
(b) উচ্চ আৰু নিম্ন কম্পনাংকত উচ্চ মানৰ আৰু মধ্য কম্পনাংক পৰিসৰত
স্থির হয়।
(c) উচ্চ আৰু নিম্ন কম্পনাংকত নিম্নমানৰ আৰু মধ্য কম্পনাংকত হিব
হয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c)
উচ্চ আৰু নিম্ন কম্পনাংকত নিম্নমানৰ আৰু মধ্য কম্পনাংকত
স্থিৰ হয়।
১৪.৭. অৰ্দ্ধ তৰংগ
সংদিশকত, যদি ইনপুট কম্পনাংক 50 Hz হয়, আউটপুট
কম্পনাংক কিমান হ'ব?
উত্তৰ: ইয়াত,
অতি চমু উত্তৰৰ প্ৰশ্ন
১। তপায়নিক সজুলিতকৈ অর্ধপৰিবাহী সঁজুলিৰ এটা সুবিধা লিখা।
উত্তৰঃ ইয়াৰ যোজ্যতা পটি সম্পূর্ণ, কিন্তুপৰিবাহী পটি শূন্য।
২। পর্যাবৃত্ত তালিকাৰ চতুৰ্থ পৰ্য্যায়ৰ এবিধ পদাৰ্থৰ নাম লিখা যিবিধ
অর্ধপৰিবাহী হিচাপে অতি প্রচলিত।
উত্তৰঃ জার্মেনিয়াম।
৩। বৈদ্যুতিক গুণৰ আধাৰত ধাতু আৰু অৰ্ধপৰিবাহীৰ মাজৰ পাৰ্থক্য লিখা।
৪। বিশুদ্ধ অর্ধপৰিবাহী নিম্ন উষ্ণতাত কিয় প্রায় অপৰিবাহী হয়?
উত্তৰঃ বিশুদ্ধ অপৰিবাহী পদাৰ্থৰ
পৰমাণুত চাৰিটা যোজ্যতা ইলেকট্রন থাকে। এই চাৰিটা ইলেকট্রনে ওচৰৰ চাৰিট পৰমাণুৰ
লগত ইলেকট্রন বিনিময় কৰি সমযোজী বন্ধনৰ সৃষ্টি কৰে। ফলত পৰিবহণত এইবোৰে অংশগ্রহণ
কৰিব নোৱাৰে। গতিকে নিম্ন উষ্ণতাত এইবোৰে অপৰিবাহী ব্যৱহাৰ কৰে।
৫। ডপিং কি?
উত্তৰঃ বিশুদ্ধ অর্থ-পবিবাহীত অশুদ্ধিৰ পৰমাণু মিহলাই পৰিবাহীতা বঢ়োৱা পদ্ধতিক
ডপিং বোলা হয়।
৬। এবিধ পঞ্চযোজী অশুদ্ধিৰ নাম
লিখা। পঞ্চযোজী অশুদ্ধি প্রয়োগ কৰিলে কোনো একাৰৰ এক্সটিঞ্জিক অর্ধপৰিবাহী পোরা যায়?
উত্তৰঃ আছেনিক। - জাতীয় অর্ধপরিবাহী।
৭। এবিধ ত্ৰিযোজী অশুদ্ধিৰ নাম লিখা। ত্রিযোজী অশুদ্ধি প্রয়োগ কৰি
কেনেকুৱা
এক্সট্ৰিনজিক্ অর্ধপৰিবাহী পোৱা যায়।
উত্তৰঃ ব'বন। -জাতীয় অর্ধপৰিবাহী।
৮। ডপিং পদ্ধতিৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ বিশুদ্ধ অর্ধপরিবাহীৰ পৰিবাহীতা অত্যন্ত কম। ড 'পিং পদ্ধতিৰে অশুদ্ধি ব্যৱহাৰ
কি এইবোৰৰ পৰিবাহীতা যথেষ্ট বঢ়াব পানি।
৯। P - প্ৰকাৰৰ অৰ্ধপৰিবাহীত মুখ্য আধানবাহক কি? দাতা-পৰমাণু কি?
উত্তৰঃ P- প্ৰকাৰৰ অর্ধপৰিবাহীত মুখ্য আধানবাহক গাঁত বা হ'ল।
যেতিয়া পঞ্চ ইলেকট্রন যোজ্যতাৰ পৰমাণু বিশুদ্ধ
অর্ধ-পৰিবাহীত স্থাপন কৰা হয়, ইয়াৰ চাৰিটা ইলেকট্রনে সমযোজী বন্ধন সৃষ্টি কৰে আৰু
এটা ইলেকট্রন মুক্তভারে স্ফটিকটোত ঘূৰি ফুৰে। এইদৰে প্রতিটো অশুদ্ধি পৰমাণুৱে
স্ফটিকটোক একোটা মুক্ত ইলেকট্রন যোগান ধরে এনে পৰমাণুক দাতা পৰমাণু বোলে।
১০। হ’ল কি?
উত্তৰঃ তিনিটা যোজক ইলেকট্রন থকা
পৰমাণু যেতিয়া বিশুদ্ধ অর্ধ পৰিবাহীৰ চাৰিটা যোজক ইলেকট্রনৰ লগত স্থাপন কৰিলে তিনিটা পৰমাণুৱে
সমযোজী বন্ধন স্থাপন কৰে। গতিকে চতুর্থ ইলেক্ট্রনটোৰ লগত সমযোজনৰ বাবে এটা
ইলেক্ট্রনৰ অভাৱ ঘটে। এই শূণ্য স্থানকে হ’ল বোলা হয়।
১২। শক্তিপটি বুলিলে কি বুজা?
উত্তৰঃ স্ফটিকৰ ভিতৰত প্ৰতিটো
ইলেকট্রনৰ এটা নির্দিষ্ট অবস্থান আছে আৰু দুটা ইলেকট্রনৰ এটা নির্দিষ্ট অৱস্থান
আছে আৰু দুটা ইলেকট্রন কেতিয়াও একে ধৰণৰ আধান পাৰিপার্শ্বিকত দেখা নাযায়। এই
কাৰণতে প্রতিটো ইলেকট্রনৰ এটা সুকীয়া শক্তি তল থাকে। অবিচ্চিন্নভাৱে পৰিৱৰ্তীত
শক্তিৰ এই শক্তি স্তৰসমূহকে শক্তি পটি বোলে।
১৩। যোজ্যপটি বুলিলে কি বুজা?
উত্তৰ: যোজ্যতা ইলেকট্রনবোৰৰ শক্তিস্তৰ সমূহৰদ্বাৰা গঠিত শক্তিক যোজাতাপটি বোলে।
১৪। শক্তিপটিৰ ব্যৱধান বুলিলে কি বুজা?
উত্তৰঃ যোজ্যতা পটিৰ শীর্ষতম, পৃষ্ঠ আৰু পৰিবহণ পটিৰ তলৰ পৃষ্ঠৰ মাজৰ ফাঁকটোক শক্তি
পটিৰ ফাঁক বোলে।
১৫। চিলিকনৰ পটি ব্যৱধানৰ আসন্ন মান কিমান?
১৬। আলোকপৰিবাহীতা কি?
উত্তৰঃ যেতিয়া কোনো নির্দিষ্ট পৰিমাণৰ পোহৰ শক্তি অর্ধপৰিবাহীত পৰে আৰু তাৰ পৰিবাহীতাৰ
মান বাঢ়ে। এনে পৰিঘটনাক আলোক পৰিৱাৰ্হীতা বোলে।
১৭। p-n জংচনৰ এটা ব্যৱহাৰ লিখা।
উত্তৰ: ট্রেজিষ্টৰ বনেৱাত।
১৮। p-n জংচনৰ নিঃশেষ অঞ্চল মানে কি?
উত্তৰ: p-n জংচনৰ দুয়োকাষে থকা ঠেক অঞ্চল এটা য'ত আধানৰ বাহক থাকিব নোৱাৰে, তাক নিঃশেষ অঞ্চল বা ৰিস্তু
স্তৰ বোলা হয়।
চমু উত্তৰৰ প্ৰশ্ন
২। পূৰ্ণ তৰংগ সংদিশবৰ বৰ্তনী চিত্ৰ অংকন কৰা আৰু লব্ধ তৰংগ আঁকা।
উত্তৰঃ
দীঘলীয়া উত্তৰৰ প্রশ্ন
১। হ'লে কিদৰে ধনাত্মক আধানৰ বাহক হিচাবে ক্রিয়া কৰে? p জাতীয় অর্ধপৰিবাহীৰ সহযোজী
বন্ধন চিত্র অংকন কৰা।
উত্তৰঃ
তিনিটা যোজ্য ইলেকট্রন থকা in ক চাৰিটা যোজক ইলেকট্রন থকা Ge ৰ লগত সংযোগ কৰিলে তিনিটা Ge পৰমাণুৰ ইলেকট্রনে In ৰ লগত সমযোজী বন্ধন স্থাপন কৰে। জার্মেনিয়ামৰ চতুর্থ ইলেকট্রনটোৰ বাবে এটা ইলেকট্রনৰ অভাৱ হয়। ইয়াকে হ'ল বোলে। হ'লবোৰে যোজতা পটিৰ ঠিক ওপৰত এটা শক্তিস্তৰ গঠন কৰে। এই স্তৰ আৰু যোজ্যতা পটিৰ শক্তিৰ পার্থক্য অতি কম। ফলত, যোজ্যতা পটিৰ পৰা এই শক্তি স্তৰলৈ হ'লবোৰ স্থানান্তৰিত হয়।
২। n - জাতীয় অর্ধপৰিবাহীৰ শক্তি স্তৰৰ চিত্ৰ অংকন কাৰ
বাখ্যা কৰা।
উত্তৰঃ
পৰমাণু 4 টা যোজক ইলেকট্রনৰ Ge পৰমাণুৰ লগত সংযোগ কৰিলে AS ৰ পঞ্চমটো ইলেকট্রন স্ফটিকটোত
মুক্তভাবে ঘূৰি ফুৰে। এইদৰে প্ৰতিটো অশুদ্ধি পৰমাণুৱে একোটা দাতা ইলেকট্রনৰ যোগান
ধৰে। এইবোৰে পৰিবহণ পটিৰ ঠিক তলত দাতা শক্তি স্তৰ এটাৰ সৃষ্টি কৰে। এই স্তৰ আৰু
পৰিবহণ পটিৰ মাজৰ শক্তি ব্যৱধান অতি কম। ফলত, ইলেকট্রনবোৰ সাধাৰণ উষ্ণতাতে
পৰিবহণ পটিলৈ স্থানান্তৰ হ'ব পাৰে।
৩। ফট 'ডায়'ড কি? ইয়াৰ কাৰ্য্যনীতি ব্যাখ্যা কৰা।
উত্তৰঃ ফট 'ডায়'ড পোহৰ সংবেদী অর্ধ পৰিবাহীৰে সজা এবিধ ডায় 'ড।
কার্যনীতিঃ
পোহৰ সোমাবলৈ ইয়াত এখন স্বচ্ছ খিৰিকি থাকে। ৰিভাৰ্ছ বায়াছত ইয়াক সংযোগ কৰা হয়। পোহৰ আপতিত হ'লে ইফ টনৰ পৰা µf পৰিমাণৰ শক্তি লাভ কৰে। এই শক্তি নিষিদ্ধ পটিৰ শক্তিতকৈ বেছি হ'লে যোজ্যতা ইলেকট্রনে ইয়াক শোষণ কৰি পৰিবহণ পটিলৈ আহে আৰু ইলেকট্রন হ'ল যুটিৰ সৃষ্টি কৰে। জংচনব বিদ্যুৎ ক্ষেত্ৰৰ বাবে ইলেকট্রনবোৰ n অংশলৈ আৰু হ'লবোৰ p অংশলৈ গতি কৰে। ফলত বি.চা.বলৰ সৃষ্টি হয়। এই অৱস্থাত বহিঃ বর্তনীৰ লগত সংযুক্ত হ'লে প্রবাহ চালিত হয়। এই ফট’প্রবাহৰ মান আপতিত পোহৰৰ প্রাবল্যৰ ওপৰত নিৰ্ভৰ কৰে।
৪। সৌৰ কোষ কি? p-n জংচন সৌৰ কোষৰ গঠন আৰু
কাৰ্য্যনীতি ব্যাখ্যা কৰা। সৌৰ কোষ তৈয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীৰ নাম
লিখা।
উত্তৰঃ বেটাৰীৰ ধন আৰু ঋণ মেৰু ক্রমে p-n জংছনৰ p আৰু n অংশৰ লগত সংযোগ কৰিলে তাক অগ্রৱতী বর্তনী বোলে।
ইয়াৰ ফলত n অংশত থকা মুক্ত ইলেকট্ৰনবোৰৰ সংযোগ তলৰ পিনে বিকর্ষণ বল
অনুভৱ কৰে আৰু সংযোগ তল পাৰ হৈ – p অংশত প্রবেশ কৰে। P অংশটো বেটাৰীৰ ধন মেৰুৰ লগত
সংযোগ হৈ থকা বাবে ইলেকট্রনবোৰৰ বেগ এই দিশত ত্বৰাণিত হয়। ফলত P ৰ পৰা n লৈ প্রবাহ চালিত হয়।
আনহাতে P অংশৰ ধন বিভৱৰ বাবে ধনাত্মক হ'লবোৰে n অংশত প্রবেশ কৰে আৰু গতিৰ দিশত অর্থাৎ p ৰ পৰা n লৈ চালিত হয়। এই প্রবাহক অগ্রবর্তী প্রবাহ বোলে।
গাণিতিক সমস্যা
উত্তৰঃ যিহেতু পৰিবাহী পটিৰ তলৰ স্তৰত ইলেকট্ৰনৰ ঘনত্ব বেছি থাকে গতিকে ই এটা n প্ৰকাৰৰ অৰ্ধপৰিবাহী।
৩। এটা p - n জাংচন ডায়ত অগ্রগামী বায়াচত
ৰাখিলে 0.5V বিভৱপতন হয় আৰু ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ নিৰ্ভৰশীল
নহয়। বহন কৰিব পৰা উচ্চতম প্রবাহ 10mA। R ৰোধৰ মান গণনা কৰা যাতে বৰ্তনীৰ
মাজেৰে যোৱা প্ৰবাহৰ মান 5mA হয়।
উত্তৰঃ দিয়া আছে,
৮। P প্ৰকাৰ আৰু এটা n প্ৰকাৰ অৰ্দ্ধপৰিবাহী পাবলৈ
বিশুদ্ধ চিলিকন স্ফটিক এটা কিদৰে ড'প কৰিবা?
উত্তৰঃ p প্ৰকাৰ, অর্ধপৰিবাহী পাবলৈ বিশুদ্ধ চিলিকন স্ফটিক এটা বৰ’ ণৰ দৰে ত্রিযোজক
অপ্যদ্রব্যৰদ্বাৰা ড'প কৰিব লাগিব।
n প্ৰকাৰ অর্ধপৰিবাহী পাবলৈ বিশুদ্ধ চিলিকন স্ফটিক এটা ফ'ছফৰাছৰ দৰে পঞ্চযোজক
অপদ্রব্যৰদ্বাৰা ড'প কৰিব লাগিব।
৯। n-প্ৰকাৰ আৰু P প্ৰকাৰ অৰ্দ্ধপৰিবাহীত গৰিষ্ঠ আৰু লঘিষ্ট আধান বাহকৰ
তুলনামূলক আলোচনা কৰা।
উত্তৰঃ n জাতীয় অর্ধপৰিবাহীৰ ক্ষেত্ৰত, কৃত্রিম অর্ধপৰিবাহীত পঞ্চযোজক
অপদ্ৰব্যৰ উপ কৰিলে, ইলেকট্রন মুখ্যবাহক আৰু হ'ল গৌণবাহক। ইয়াৰ ক্ষেত্রত, p জাতীয় অর্ধপৰিবাহীক ক্ষেত্ৰত, কৃত্রিম অর্ধপৰিবাহীত ত্রিজোযক
অপদ্রব্যৰ ভাপ কৰিলে। হ'ল মুখ্যবাহক আৰু ইলেকট্রন গৌণবাহক। ইয়াৰ ক্ষেত্রত,