অধ্য়ায় ২৬
প্ৰত্য়ক্ষ আৰু পৰোক্ষ উক্তি


অনুশীলনী

১। প্ৰত্য়ক্ষ আৰু পৰোক্ষ উক্তি বুলিলে কি বুজা ? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ

২। ইচ্ছাবাচক, আজ্ঞাবাচক, সন্দেহবাচক আৰু প্ৰশ্নবাচক বাক্য় উক্তি পৰিৱৰ্তন হ'লে বাক্য়ৰ কেনে পৰিৱৰ্তন হয় উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ

৩। প্ৰত্য়ক্ষ উক্তি পৰোক্ষলৈ আৰু পৰোক্ষ উক্তি প্ৰত্যক্ষ উক্তিলৈ পৰিৱৰ্তন কৰা।

ক) তেওঁ মোক সাদয় কৈছিল, "সৰিৰে পৰা কাম কৰা অভ্য়াস কৰিবাঁ।"
উত্তৰঃ

খ) তেওঁ মোক পুৱী-গধূলি লিখা-পঢ়া কৰিবলৈ উপদেশ দিছিল।
উত্তৰঃ

গ) তাই ক'লে, "আজি আমাৰ ইয়ালৈ কোন কোন আহিব।"
উত্তৰঃ

ঘ) মই তাক ক'লো, "তহঁতৰ শিক্ষক আৰু এজন বন্ধু আহিব।"
উত্তৰঃ

ঙ) তেওঁ ক'লে বোলে অসমৰ মানুহবোৰ বৰ অতিথিপৰায়ণ।
উত্তৰঃ

চ) ৰীণাই মোক তাইৰ ঘৰলৈ এবাৰ যাবলৈ অনুৰোধ কৰিলে।
উত্তৰঃ

ছ) তাই ক'লে, "মনত ৰাখিবাঁ, তুমি অসমৰ বীৰ সন্তান।"
উত্তৰঃ

জ) মই ক'লো, "সাৱধান, যেনে তেনে কাম নকৰিবা।"
উত্তৰঃ

ঝ) সি মোক দেউতাৰ নামটি সুধিলে।


Type: Hirak Bora