অধ্য়ায় ৩১
যতি বা বিৰাম চিন

অনুশীলনী

১। যতি বুলিলে কি বুজা? কি কি কাৰণত যতিৰ আৱশ্য়ক আলোচনা কৰা।
উত্তৰঃ

২। তলত দিয়া কেইটিৰ ব্য়ৱহাৰ সম্বন্ধে কি জানা লিখা।
ক) কমা বা পাদযতি, খ) অৰ্ধযতি, গ) পূৰ্ণযতি।
উত্তৰঃ

৩। ভাবযতি আৰু ছন্দযতিৰ মাজত থকা পাৰ্থক্য় কেনে আলোচনা কৰা।
উত্তৰঃ

৪। উপযুক্ত যতি যথাস্থানত বহুৱাঁ।

ক) -আপোনাৰলোকৰ হালোৱা পিতৃপুৰুষসকলৰ গৰুৱেই ধন সৰ্বহ আছিল তাৰ বাহিৰে হালোৱাৰ আন কিবা বহুমূলীয়া ধন সম্পত্তি থাকিবৰ আশা কৰিব পাৰি কেনেকৈ কিবা বস্তু কিনাৰ বেচা দিব লাগিলে অথবা কোনো জগৰৰ বাবে দণ্ড দিব অৰ্থাৎ জৰিমনা ভৰিব লাগিলে তেওঁলোককে ধেনু অৰ্থাৎ গৰু দিছিল আৰু আজিলৈকে তাৰ চিন আপোনালোকৰ পৰাচিতত এধেনু পৰাচিত দুধেনু পৰাচিত কথা ৰৈ গৈছে।
উত্তৰঃ

খ) অসমৰ লোক উৎসৱৰ সংখ্যা সঠিককৈ দিব নোৱাৰি পাহাৰ আৰু ভৈয়ামত ভিন ভিন উৎসৱ বিভিন্ন ধৰণেৰে পালন কৰা হয় একোটা লোক উৎসৱৰ পালনত আঞ্চলিক বা শ্ৰেণীগত পাৰ্থক্যও থাকে মিণিপুৰী যেই সেই লুচাই, মিজো, নগা, মিৰি, মিছিং, মিছিমি, আদি আৰব, গাৰো, খাছিয়া, বড়ো, মিকিৰ, ৰাভা, লালুং, দেউৰি, চুটীয়া আদি পাহাৰ ভৈয়ামৰ জন-জাতিবোৰৰ মাজত ভলেমান লোক উৎসৱ লোকাচাৰ যুগ যুগ ধৰি পালিত হৈ আছে।
উত্তৰঃ


Hirak Jyoti Bora.