অধ্য়ায় ২৯
সমাস (Compound Word)


১। সমাস কাক বোলে? ই কেইবিধ আৰু কি কি?
উত্তৰঃ

২। সন্ধি আৰু সমাসাৰ মাজত থকা প্ৰভেড কি? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

৩। দন্দ্ব সমাস কাক বোলে? ই কেইবিধ আৰু কি কি? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

৪। দ্বিগু সমাস কাক বোলে? সমাহাৰ দ্বন্দ্ব আৰু দ্বিগু সমাসাৰ মাজত কি পাৰ্থক্য় আছে লিখা।
উত্তৰঃ

৫। বহুব্ৰীহ সমাস কাক বোলে আৰু ই কেইবিধ? প্ৰত্য়েক বিধৰ উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

৬। কৰ্মধাৰয় সমাস আৰু বহুব্ৰীহি সমাসৰ পাৰ্থক্য়সমূহ আলচ কৰা।
উত্তৰঃ

৭। উপমিত আৰু ৰূপক কৰ্মধাৰয়ৰ মাজত থকা পাৰ্থক্য়সমূহ আলোচনা কৰা।
উত্তৰঃ

৮। কৰ্মধাৰয় কেইবিধ আৰু কি কি? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

৯। তৎপুৰুষ সমাস কাক বোলে? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

১০। উপপদ, নঞতৎপুৰুষ আৰু নিত্য় সমাসৰ সূত্ৰ লিখা। পাৰ্থক্য়সমূহ উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ

১১। অব্য়য়ীভাবে সমাস কাক কাক বোলে? উদাহৰণ দি বুজাই দিয়া।
উত্তৰঃ

১২। তলৰ সমাসকেইটিৰ ব্য়াসবাক্য় দি সমাসৰ নাম লিখাঃ
দোমাহী, মুখচন্দ্ৰ, ঘৰওপজা, প্ৰতিৰূপ, কৃষ্ণসৰ্প, যথাবিধি, কুম্ভকাৰ, পানীকেঁচুৱা, পৰোক্ষ, ভূতেপোৱা, ৰ'ঘাই, অবিধি, গৰমিল, মাহচাউল, আমকঁঠাল, সুখবৰ, ভ্ৰমণাৰ্থ, পুনৰ্নৱা, ঘৰেপতি, জনমুৰি, বিজুতি, নিৰামিষ, উদণ্ড, গৃহস্থ, সত্য়াগ্ৰহ, তলসৰা, দেৱালয়, জন্মান্ধ, আগগুৰি, মহীচুঙা, পিঠাগুড়ি, পদুলিসুঙা, কোপাগ্নি, ছিৰাকানি, আধাসিজা, আলুপিটিকা, দোঘৰা, নাওপেটা ইত্য়াদি।
উত্তঃ

Typ: Hirak Jyoti Bora.