অধ্যায় ৩

অসমৰ বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ আইনসমূহ 
(Compulsory Primary Education Acts of Assam)

১। অসমত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা  আইনগত ব্যৱস্থাৱলী ওপৰত এটা টোকা লিখা । (Write a note on the legislative provisions for the expansion of Primary Education in Assam.)
Answer:

২। অসম বুনিয়াদী শিক্ষা আইন, ১৯৫৪ চনৰ বিষয়ে বহলাই আলোচনা কৰা । (Discuss in details the Assam Basic Education Act of 1954.)
Answer:

৩। অসম প্ৰাথমিক শিক্ষা আইন, ১৯৬২ চনৰ ওপৰত এটা টোকা লিখা । (Write a note on the Assam Elementary Education Act of 1962.)
Answer:

৪। অসম প্ৰাথমিক শিক্ষা আইন, ১৯২৬ আৰু অসম বুনিয়াদী শিক্ষা আইন, ১৯৫৪ ৰ পৰিণতি সৰ্ম্পকে ব্যাখ্যা কৰা । (Explain the consequences of the Primary Education Act of Assam 1926 and the Assam Basic Education Act of 1954.)
Answer:

৫। ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আৰু ১৯৫৪ চনৰ অসম বুনিয়াদী শিক্ষা আইনৰ মূল দিশসমূহ আলোচনা কৰা । (Explain in Detail the main aspects of the Assam Primary Education Act of 1926 and the Basic Education Act of Assam 1954.)
Answer:

        Type
Hirak Jyoti Bora.