গোট ২ (ঘ)

সিদ্ধান্ত গ্ৰহণ DECISION MAKING

অনুশীলনী

১ নং থকা প্ৰশ্নাৱলী

(ক) সিদ্ধান্ত গ্ৰহন মানে হ'ল一

১। পৰিকল্পনাকৰণ                          ২। নিয়ন্ত্ৰণকৰণ 

৩। অতীতৰ তথ্যৰ পৰা ভৱিষ্যত    ৪। বিকল্প কাৰ্যসমূহৰ মাজৰ পৰা           আগজাননী                                     অতি উত্তম কাৰ্যৰ নিৰ্বাচন

শুদ্ধ বিকল্প কোনটো?

উত্তৰঃ ৪। বিকল্প কাৰ্যসমূহৰ মাজৰ পৰা অতি উত্তম কাৰ্যৰ নিৰ্বাচন।

(খ) সিদ্ধান্ত গ্ৰহণ হৈছে ব্যৱসায়িক 一 এটা অংশ।

উত্তৰঃ আগজাননী বা পূৰ্বাভাষৰ।

(গ) নিশ্চিত বিপদশংকুল বা 一 পৰিস্থিতিতো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায়। 

উত্তৰঃ অনিশ্চিত।

(ঘ) তলৰ কোনটো পৰিচলনাৰ স্তৰত অনা-আঁচনিভুক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়一।

১। শীৰ্ষ পৰিচালনাৰ স্তৰত         ২। নিম্ন পৰিচলনাৰ স্তৰত

৩। মধ্যম পৰিচালনাৰ স্তৰত     ৪। ওপৰত এটাও নহয়। 

উত্তকঃ ১। শীৰ্ষ পৰিচালনাৰ স্তৰত।

(ঙ) তলৰ কোনটো সিদ্ধান্তক আটাইতকৈ সন্তুলিত আৰু অৎকৃষ্ট মানৰ সিদ্ধান্ত হিচাপে বিবেচনা কৰা হয়一         

১। ব্যক্তিগত সিদ্দান্ত              ২। দলীয় সিদ্ধান্ত

৩। আঁচনিভুক্ত সিদ্ধান্ত         ৪। অনা-আঁচনিভুক্ত সিদ্ধান্ত।

উত্তৰঃ ২। দলীয় সিদ্ধান্ত।

(চ) _______ অবিহনে কোনো সিদ্ধান্তই হ'ব নোৱাৰে। (বিকল্প)

উত্তৰঃ  

(ছ) দলীয় সিদ্ধান্ত এটা ঋণাত্মক দিশ উল্লেখ কৰা।

উত্তৰঃ


(জ) সম্পূৰ্ণ যুক্তিযুক্ততা বুলিলে কি বুজা?

উত্তৰঃ


(ঝ) সীমিত যুক্তিযুক্ততা মানে কি?

উত্তৰঃ


(ঞ) সিদ্ধান্ত গ্ৰহণৰ গেম তত্ত্ব কি?

উত্তৰঃ


২ নং থকা প্ৰশ্লাৱলী

(ক) সিদ্ধান্ত গ্ৰহণৰ ধাৰণা লিখা।

উত্তৰঃ


(খ) সিদ্ধান্ত গ্ৰহণৰ দুটা বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ


(গ) দৈনন্দিন আৰু অদৈনন্দিন সিদ্ধান্তৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ


(ঘ) আঁচনিভুক্ত আৰু অনা-আঁচনিভুক্ত সিদ্ধান্ত নামে কি?

উত্তৰঃ


(ঙ) দলীয় সিদ্ধান্ত গ্ৰহণ কি?

উত্তৰঃ


(চ) দলীয় সিদ্ধান্তৰ আন্তঃসম্পৰ্কীত উপাদান দুটা কি কি? 

উত্তৰঃ


(ছ) কমিটী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ দুটা সুবিধা লিখা।

উত্তৰঃ



Type : Priyam Jyoti Patar (প্ৰিয়ম জ্যোতি পাটৰ)