অধ্য়ায় ১৭

কাৰক আৰু বিভক্তি নির্ণয় (Determining factors and divisions)

অনিশীলনী


১। কাৰক বুভক্তি কাক কয়? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ=

২। কাৰক কাক বোলে? ই কেই প্ৰকাৰৰ? প্ৰত্য়েকৰে সূতেৰ লিখি বুজাই দিয়া।
উত্তৰঃ=

৩। সম্বন্ধ আৰু সম্বোধন পদ কাৰক নহয় কিয়? বুজাই লিখা।
উত্তৰঃ=

৪। কৰ্তা কাৰকত কি কি বিভক্তি বিভিন্ন বাচ্য়ত ব্য়ৱহাৰ হয়?
উত্তৰঃ=

৫। কৰণ কাৰক কাক বোলে? কিমান উপায়েৰে কৰণ কাৰক কৰিব পাৰি? উদাহৰণ দিয়া।
উত্তৰঃ=

৬। নিমিত্তকৰণ কি? কৰ্ম কাৰকৰ লগত থকা পাৰ্থক্য় আলচ কৰা।
উত্তৰঃ=

৭। ষষ্ঠী বিভক্তি কোন কোন ক্ষেত্ৰত ব্য়ৱহাৰ হয় লিখা।
উত্তৰঃ=

৮। তলত বাক্য়কেইটিৰ ডাঙৰকৈ লিখা পদবোৰৰ কাৰক নিৰ্ণয় কৰাঃ
কেঁচাসোণ, কোৱাচোন, জুৰিটি, ক'লৈ বৈ গৈছা? মাধৱী আৰু সেউতীয়ে নিজৰ পাঠ নপঢ়ে। দশৰথ ৰজাৰ পূত্ৰ ৰামে চৈধ্য় বছৰ বনবাসত আছিল। কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্দি কোবায়। কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল। তোমাক ভাল পাওঁ বাবে ইয়ালৈ আহিছোঁ।
উত্তৰঃ=



Type: Hirokjyoti Bora.