অধ্য়ায় ২২

বাক্য়ৰ সম্প্ৰাসাৰণ (Extension of sentence)


অনুশীলনী


১। তলত দিয়া বাক্য়কেইটিৰ উদ্দেশ্য় আৰু বিধেয়ক সম্প্ৰসাৰণ কৰাঃ

ক) দয়া আৰু সহানুভূতি একে কথা নহয়।

খ) পূজাৰীয়ে মানৱ সেৱা কৰাহে উচিত।

গ) এপ্ৰিল মাহত পৰীক্ষা।

ঘ) নদীৰ পানী ঘোলা।

ঙ) মগনীয়াক ভিক্ষা দিবাঁ।

চ) আকাশত মেঘ উঠিছে।

ছ) বসন্ত কাল মনোৰম।

জ) পৰ্ববেৰ ধুনীয়া।

       


Type Hirokjyoti Bora.