পঞ্চম পৰিচ্ছেদ
যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকা (Federal Tribunal)
প্ৰশ্নাৱলী
১। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা।
Discuss the composition and functions of the Swiss Federal Tribunal.
Answer:
২। ন্যায়ীক সমীক্ষাই কি বুজায়? এই ক্ষমতা ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ কিমানদূৰ আছে ?
What is meant by Judicial Review? To what extent does it possess by the Swiss Federal Tribunal ?
Answer:
৩। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ গঠন আৰু কার্যাৱলীৰ লগত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ গঠন আৰু কার্যাৱলীৰ তুলনা কৰা ।
Compare the composition and functions of the Swiss Federal Tribunal with that of the American Supreme Court.
Answer:
৪। চুইজাৰলেণ্ডৰ আইনসভাৰ দুয়ােখন সদনৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি চমুটোকা লিখা ।
Write a brief note on the relations between the two Houses of the Swiss Legislature.
Answer:
৫। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় আদালত ছুইজাৰলেণ্ডৰ সংবিধানৰ অভিভাৱক নে?
Is Federal Tribunal of Switzerland is the Guardian of the Swiss Constitution?
Answer:
৬। চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়াধীকৰণৰ যিকোনাে দুটা ক্ষমতা উল্লেখ কৰা।
(Mention any two powers of the Federal Tribunal of Switzerland.)
Answer:
৭। Write a short note on :
(a) Federal Tribunal in Switzerland.
Answer:
(b) Federal Supreme Court of Switzerland
Answer:
(c) ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় সর্বোচ্চ আদালত।
(Federal Supreme Court of Switzerland.)
Answer:
৮। চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ন্যায়াধীকৰণৰ মুখ্য কার্যালয় কোনখন চহৰত অৱস্থিত?
(In Switzerland. the Headquarters of the Federal Tribunal is located in which city?)
Answer:
৯। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় আদালত ছুইজাৰলেণ্ডৰ সংবিধানৰ অভিভাৱক। (সচা নে মিছা লিখা।)
The Federal Tribunal of Switzerland is the guardian of the Swiss Constitution. (Write True or False)
Answer:
১০। চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় আদালতৰ বিচাৰকৰ সংখ্যা ২৬ জন / ৩০ জন/৩২ জন। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(The total number of judges of the Federal Tribunal in Switzerland is 26/30/32 . (Choose the correct answer)
Answer:
Type : Priyam Jyoti Patar
Post ID : DABP003869