বিত্তীয় আহিলা আৰু সেৱা
(Financial instruments and services-concept)
Chapter 4
প্ৰশ্নাৱলী
বহলাই লিখাঃ ( প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে10 ৰ পৰা 15 নম্বৰ)
1.বিত্তীয় আহিলা আৰু সেৱা বুলিলে কি বুজা? বিত্তীয় আহিলাবোৰৰ বৈশিষ্টবোৰ লিখা।
What do you mean by financial instruments and services. mention its characteristics.
2.মুদ্ৰা বজাৰৰ বিভিন্ন প্ৰকাৰৰ আহিলাবোৰৰ বিষয়ে চমুকৈ লিখা।
Write in brief about the various instruments of money market.
3.ভাৰতীয় মুদ্ৰা বজাৰৰ শেহতীয়া সংস্কাৰৰ বিষয়ে আলোচনা কৰা।
Discuss about the latest Indian money market,s reform
4.ভাৰতবৰ্ষত বিত্তীয় সেৱাৰ সম্প্ৰসাৰিত সেৱাৰ বিষয়ে কি জানা চমুকৈ লিখা।
Write in brief about the emerging financial services in India.
5.লিজ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ লিজ বিত্তায়নৰ বিষয়ে চমুকৈ লিখা।
What do you mean by lease. State the various forms of leaser in brief.
6.লিজগ্ৰহীতাই ভালেমান সুবিধা লাভ কৰে। আলোচনা কৰা।
Discuss the various merits of lessee.
7.ভাড়া ক্ৰয় ব্যৱস্থা বুলিলে কি বুজা? বৰ্তমান ব্যৱসায়িক জৰতত ভাড়া ক্ৰয় ব্যৱস্থাৰ গুৰুত্ব ব্যাখ্যা কৰা।
What do you understand by Hire purchase system? State its importance in the context of present business world.
8.সদাগৰী বেংকিং কাক বোলা হয়? সদাগৰী বেংকিংৰ অধীনত কেনেধৰণৰ বিত্তীয় সেৱা আগবঢ়োৱা হয়। ব্যাখ্যা কৰা।
What is marchant Banking? What type of Financial services have been provided under this marchant banking Explain.
9.সদাগৰী বোংকিংৰ ভূমিকাৰ বিষয়ে এটা চমু টোকা লিখা।
Write a short notes on the role of Marchant Banking.
10.ভাৰতবৰ্ষত সদাগৰী বেংকিংৰ শেহতীয়া উন্নয়নৰ বিষয়ে আলোচনা কৰা।
Discuss about the recent developments in marchant banking in India.
11.ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ সন্দৰ্ভত মিউচুৱেল ফাণ্ঢৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।
Discuss the importance of mutual fund in the context of Economic development of the country.
12.সাঁচতীয়া ভঁড়াল অথবা ডিপজিতৰী কাক বোলা হয়। ভাৰতীয় মূলধন বজাৰত ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।
What is called depositories. Explain its importance in the Indian capital market.
13.সাঁচতীয়া ভঁড়াল ব্যৱস্থাৰ আৱশ্যকতা ব্যাখ্যা কৰা। এই ব্যৱস্থাই কেনেধৰণৰ সেৱা আগবঢ়ায়।
State the need for setting up a depository system. What types of services offered under this system.
14.ক্ৰেডিট ৰেটিং মানে কি? ক্ৰেডিট ৰেটিংৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।
What is mean by creadit rating. State the significance of credit rating.
15. চমু টোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 4 ৰ পৰা 5 নম্বৰ)
1.বিত্তীয় আহিলাঃ Financial instrument
2.প্ৰত্যক্ষ বিত্তায়নঃ Direct Financing
3.পৰোক্ষ বিত্তায়নঃ Indirect finabcing
4.অৰ্থনীতিৰ মুদ্ৰায়নঃ Monetisation of economy
5.উদ্যোগিক উন্নয়নঃ Industrial Development
6.আঞ্চলিক উন্নয়নঃ Regional Development
7.বিত্তী়য় মধ্যস্থতাঃ Financial Intermediation
8.বাণ্যিজিক বিলঃ Commercial bills
9.বাণ্যিজিক দলিলঃ Commercial papers.
10. আন্তঃবেংক সহযোগঃ Inter bank participation
11.লিজ বি্ত্তায়নঃ Lease financing
12.লিজদাতা আৰু লিজ গ্ৰহীতাৰ মাজত থকা আইনগত সম্পৰ্কঃ Legal relation between lessor and lessee
13.ভাঁড়া ক্ৰয়ঃ Hire purchase
14.সদাগৰী বেংকিংঃ Marchant Banking
15.মিউচুৱে্ল ফাণ্দঃ Mutual Funds
16.সাঁচতীয়া ভঁড়ালঃ Depositories
17.ক্ৰেডিট ৰেটিংঃ Creadit rating
18.AAA ক্ৰেডিট ৰেটিং গ্ৰেড
19.BB+ -Do-
20.AA- -Do-
21.BBB+ -Do-
Dikha Bora