বিত্তীয় বজাৰ

Financial Markets

Chapter 2


প্ৰশ্নাৱলী

 বহলাই লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 10 ৰ পৰা 15 নম্বৰ)

 1. বিত্তীয় বজাৰ কাক বোলে? বিত্তীয় বজাৰৰ শ্ৰেণীবিভাগ কৰা।

     What do you mean by financial market? Classify the Financial market.

2.মুদ্ৰা বজাৰৰ সংগঠন কেনেদৰে কৰা হয়। ভাৰতীয় মুদ্ৰা বজাৰৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

    How a many market is Constituted. Mention the Features of Indian market.

3.মুদ্ৰা বজাৰৰ কাৰ্য্যাৱলীবোৰ বৰ্ণনা কৰা।

   Discuss the Functions of money market.

4.মুদ্ৰা বজাৰত থকা বিভিন্ন প্ৰকাৰৰ বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

    Discuss in brief the different types of  institutions of money market.

5.বিভিন্ন প্ৰকাৰৰ মুদ্ৰা বজাৰৰ আহিলাবোৰৰ বিষয়ে চমুকৈ লিখা।

   Write in brief the different types of money market,s instruments.

6.ভাৰতীয় মুদ্ৰা বজাৰৰ শেহতীয়া সংস্কাৰৰ বিষয়ে ুল্লেখ কৰা।

  Mention in brief the characteristics Of Indian Money Market.

7.ভাৰতীয় মুদ্ৰা বজাৰৰ শেহতীয়া সংস্কাৰৰ বিষয়ে উল্লেখ কৰা। 

   Mention The Lates Reform Measures in Indian Money Market.

8.মুদ্ৰা বজাৰৰ কাৰ্য্যৱলী আৰু সেৱাবোৰ বৰ্ণনা কৰা। 

   Describe the Functions and Service of money market.

9.মূলধন বজাৰ বুলিলে কি বুজা? দীৰ্ঘকালীন পুঁজি যোগানৰ কেইটামান গুৰুত্বপূৰ্ণ  উৎসৰ বিষয়ে ব্যাখ্যা কৰা।

  What do you understand by Capital market? Explain about some important source of long term fund supplier.

10.প্ৰাথমিক বজাৰ অথবা নতুন বিলি বজাৰৰ বিষয়ে চমুকৈ লিখা। 

  Write in brief about the Primary market or New issue market.

11.ভাৰতবৰ্ষৰ নতুন বিলি বজাৰৰ আকাৰ আৰু  বিকাশৰ ওপৰত এটা চমুটোকা লিখা।

  Write a short notes on the size and growth of new issue market in India.

12.ভাৰতীয় মূলধন বজাৰৰ কাৰ্য্যাৱলীৰ বিষয়ে কি জানা চমুকৈ লিখা।

  Write in brief about the functions of Indian Capital market.

13.কি কি পদ্ধতিৰে প্ৰাথমিক বজাৰত প্ৰতিভূমি বিলি কৰা হয়। আলোচনা কৰা।

  Discuss the various methods of stock in Primary market.

14. চমু টোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 4 ৰ পৰা 5  নম্বৰ)

1. বিত্তীয় বজাৰঃ Financial market 

2. মূলধন বজাৰঃ Capital market

3. প্ৰাথমিক বজাৰঃ Primary market

4. গৌণ বজাৰঃ     Secondary market

5. বিল বজাৰৰ দালালসমূহঃ Bill Brokers

6. স্বীকৃতি বজাৰঃ Acceptance market 

7.আন্তঃবেংক তলবী মুদ্ৰাঃ Inter bank call money.

8. কোষাগাৰ বিলঃ Treasury bill 

9. বাণ্যিজিক বিলঃ Commercial bills

10. আমানতৰ প্ৰমাণপত্ৰঃ Certificate of deoposits

11. বাণ্যিজিক দলিলঃ Commercial papers.

12. জিৰ কুপন ব'ণ্দঃ Zero coupon bonds

13. আন্তঃ বেংক সহযোগঃ Inter bank participation

14. ভাৰতীয় বাট্টা আৰু বিত্ত ভৱন লিমিটেডঃ Discount and Finance house of India Ltd-DFHI

   15.মুদ্ৰা বজাৰ সামূহিক পুঁজি বা মিউচুৱেল ফাণ্দঃ Money market mutual fund- MMMF

   16.মুলধন  বজাৰঃ Capital market.

   17.বীমা কোম্পানীঃ Insurance Companies

   18.উন্নয়নী বিত্তীয় প্ৰতিষ্ঠানঃ Development Financial institutions.

   19.প্ৰাথমিক বজাৰঃ Primary market.

   20.গৌণ বজাৰঃ Secondary market.  


 Dikha Bora