বিত্তীয় ব্যৱস্থা-অৰ্থ  | Financial System | Chapter 1 | Question Answer Assam | B.Com 1st sem Indian Financial System ( General) | Solution |


বিত্তীয় ব্যৱস্থা-অৰ্থ

Financial System


প্ৰশ্নাৱলী

 বহলাই লিখাঃ ( প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 10 ৰ পৰা 15 নম্বৰ)

 1.  বিত্তীয় ব্যৱস্থা বুলিলে কি বুজা? বিত্তীয় ব্যৱস্থাৰ ধাৰণা দি চমুকৈ বৰ্ণনা কৰা।

 What do you understand by Financial System? Write in brief about the concept of Financial System.

 2.বিত্তীয় ব্যৱস্থাৰ মুখ্য কাৰ্য্যাৱলীবোৰ কি কি ? আলোচনা কৰা।

  What are the basic Functions of financial System? Discuss.

  3.বিত্তীয় ব্যৱস্থাৰ ওপৰতে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে। আলোচনা কৰা।

  Economic develipment of a country depends on the financial System of that country. Discuss.

  4.বিত্তীয় ব্যৱস্থাৰ আৱশ্যকীয় উপাদানবোৰ কি কি? বৰ্ণনা কৰা।

  What are the Components of Financial System? Describe.

 5.বিত্তীয় ব্যৱস্থাৰ মূল কাৰ্য্যাৱলীবোৰ সংক্ষেপে আলোচনা কৰা।

   Discuss the basic Functions of a Financial System in brief.

6.এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে সঞ্চয় আৰু বিনিয়োগৰ ভীমিকাৰ সমালোচনাত্মক বিশ্লেষণ কৰা।

  Critically examine the sole of savings and investment in the economic growth of a country. 

7.'অৰ্থনৈতিক উন্নয় আৰু বিত্তীয় ব্যৱস্থাৰ মাজত এক নিবিড় সম্পৰ্ক আছে।' আলোচনা কৰা। 

  'Where is a close relationship between financial System and economic growth' Discuss.

8.চমু টোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 4 ৰ পৰা 5 নম্বৰ)

1. বিত্তীয় ব্যৱস্থাঃ Financial System

2.  বিত্তীয় ৰাহি ঃ Financial Surplus

3. মূলধন গঠনঃ Fornations of capital 

4. সঞ্চয়ঃ Saving

5.  অৰ্থনৈতিক উন্নয়নঃ Economic Development.

6. উদ্যোগিক বিত্তঃ Industrial Finance

7. কৃষি বিত্তঃAgricutural Finance

8. উন্নয়নী বিত্তঃDevelopment Finance

9. চৰকাৰী বিত্তঃ Government Finance.

10. বিত্তীয় সম্পদঃ  Finabcial assets.

11. বিত্তীয় মধ্যস্থতাকাৰীঃ Financial intermediaries

12. বিত্তীয় বজাৰঃ Financial market.

13. বিত্তীয় আহিলাঃ Financial instrument.