ব্যৱসায়িক সংগঠনৰ বিভিন্ন ৰূপ

অনুশীলনী

A. নিম্নলিখিত উত্তৰসমূহৰ পৰা শুদ্ধ উত্তৰটো লিখা (Choose one correct answer of the following)

1. কোনবিধ ব্যৱসায় সংগঠনৰ মালি আৰু পৰিচালক সুকীয়া সুকীয়া ব্যক্তি? (The structure in which there is separation of ownership and management is called)

(a) একক মালিকীস্বত্ত্ব (Sale Proprietorship)

(b) অংশীদাৰী ব্যৱসায় (Partnership)

(c) কোম্পানী (Company)

(d) কোনোটো নহয় (Non of them)

2. দেনা-দায়িত্ব দিশৰ পৰা কোনবিতধ ব্যৱসায় সংগঠন উপযুক্ত বুলি ভাবা (From one point of view of liability, which form of business is best form).

(a) অংশীদাৰী ব্যৱসায় Partnership business 

(b) কোম্পানী Company

(c) একক মালিকীস্বত্ত্ব ব্যৱসায় Sole proprietorship

(d) সকলো শ্ৰেণীৰ ব্যৱসায় সংগঠন All forms of business organisation.

3. গঠনৰ দিশৰ পৰা কোনবিধ সংগঠন অতি সুবিধাজনক? (which form of business is casy for formation).

(a) কোম্পানী (Company),

(b) অংশীদাৰী (Partnership),

(c) একক মালিকীস্বত্ত্ব (Sole proprietorship),

(d) এটাও নহয় (Non of them.)

4. যৌথ-হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ কৰ্তাজনৰ দেনা-দায়িত্ব (The liability of 'Karta' in a Hindu family business).

(a) অসীম (unlimited). 

(b) সীমিত (limited), 

(c) যৌথ (joint), 

(d) নাই (no liability.) 

5. সমবায় সমিতিৰ প্ৰধান নীতি হৈছে (In a co-operative society the principle followed is) 

(a) এটা অংশৰ বিপৰীতে এটা ভােট (one share one vote), 

(b) এজন সদস্যৰ এটা ভােট (one member one vote), 

(c) বহু সংখ্যক ভােটৰ অধিকাৰী (multiple vote). 

(d) ভােট দিব নােৱাৰে (no vote). 

6. কোম্পানী পৰিচালনাৰ বাবে সঞ্চালক মণ্ডলী গঠন কৰে (For the management of a company the board of Director is formed by). 

(a) সাধাৰণ ৰাইজে (general public), 

(b) চৰকাৰ (government), 

(c) অংশীদাবে (shareholder) 

(d) কৰ্মচাৰীয়ে (employees.) 

(7) অংশীদাৰী সংগঠনত বেংকিং ব্যৱসায়ৰ বাবে সর্বাধিক সদস্য সংখ্যা (The maximum number of partners allowed in the banking companies are) 

(a) দহজন (ten), 

(b) বিছজন (twenty), 

(c) দুজন (two), 

(d) কোনাে সীমিত সংখ্যা নাই (no limit.) 

(৪) কোম্পানী সংগঠনৰ মূলধনক কিছুমান সৰু সৰু ভাগত বিভক্ত কৰা হয় আৰু ইয়াৰ প্ৰতিটো ভাগৰ নাম হ'ল (The capital of a company is divided into number of parts, each one of which are called) 

(a) লাভাংশ (dividend), 

(b) সুত (interest), 

(c) মূলধনৰ ভাগ (share of capital), 

(d) অংশ (share) 

(9) যৌথ হিন্দু পৰিয়ালৰ জেষ্ঠজনৰ নাম হৈছে (The head of joint Hindu family business is called) 

(a) সঞ্চালক (director), 

(b) মুৰব্বী (manager), 

(c) মালিক (owner), 

(d) কর্তা (Karta) 

(10) সদস্যসকলক নিম্নতম মূল্যত বাসগৃহৰ ব্যৱস্থা কৰাটো মুখ্য উদ্দেশ্য হৈছে (Provision of residential accomodation to the members at reasonable rate is the objectives of) 

(a) সমবায় বেংক (co-operative bank) 

(b) উৎপাদক সমবায় সমিতি (producers co-operative society) 

(c) গ্রাহক সমবায় সমিতি (consumer co-operative society) 

(d) গৃহনির্মাণ সমবায় সমিতি (housing co-operative society.) 

(11) যিজন অংশীদাৰক সাধাৰণ মানুহে ব্যৱসায়টোৰ অংশীদাৰ হিছাপে নাপায় তেনে অংশীদাৰৰ নাম হ’ল (A partner whose association with the firm is unknown to general public is called) 

(a) সক্রিয় অংশীদাৰ (active partner) 

(b) সুপ্ত অংশীদাৰ (sleeping partner) 

(c) নামমাত্র অংশীদাৰ (nominal partner) 

(d) গােপন অংশীদাৰ (secrete partner) 

(12) বিনিয়ােগৰ দিশৰ পৰা কোনবিধ ব্যৱসায় সংগঠনক তুমি শ্রেষ্ঠ বুলি বিবেচনা কৰিবা? (From one point of view investment which form of organisation is best?) 

(a) অংশীদাৰী ব্যবসায় (partnership business) 

(b) যৌথ হিন্দু পৰিয়াল (joint Hindu family) 

(c) একক মালিকীস্বত্ত্ব ব্যৱসায় (sole proprietorship) 

(d) কোম্পানী (company) 

Ans: 1.(c); 2.(b); 3.(c); 4.(a); 5.(b); 6.(c); 7.(a); 8.(d); 9.(d); 10.(d), 11.(d); 12. (d). 

B. চমু উত্তৰ লিখিবা (Write answer in short): 

1. নিম্ন উল্লেখিত ব্যৱসায়বিলাকৰ বাবে কোনবিধ ব্যৱসায় সংগঠন উপযুক্ত আৰু কিয়? (For which of the following type of business do you think sole porprietorship form of organisation would be more suitable and why?)

(a) বিউটি পার্লাৰ (beauty parlour) 

(b) হোটেল (hotel) 

(c) সৰু খুচুৰা বিক্রী কেন্দ্র (business area) 

(d) বৃহৎ খুচুৰা ব্যৱসায়ৰ কেন্দ্র (craft craft) 

2. তলত উল্লেখিত ব্যৱসায়বিলাকৰ ভিতৰত কোনবিধ ব্যৱসায় সংগঠনৰ বাবে একক মালিকীস্বত্ব ব্যৱসায়ক শ্রেষ্ঠ বুলি বিবেচনা কৰিবা আৰু কিয়? (what factors are to consider at the time of selection of site to stout a business and why?) 

(a) খাদ্য সামগ্রীর দোকান (grocery store), 

(b) দৰৱৰ দোকান (medical store), 

(c) আইন পৰামৰ্শৰ কেন্দ্র (legal consultang). 

(d) ইণ্টাৰনেট কাফে ( internet cafe), 

(e) চার্টার্ড একাউন্টেঞ্চিৰ প্রতিষ্ঠান 

3. ব্যৱসায়ৰ স্থান নির্বাচনৰ সময়ত তুমি কোনটো উপাদানৰ ওপৰত গুৰুত্ব দিবা আৰু কিয়? 

(a) ব্যৱসায়ৰ অঞ্চল (business area), 

(b) অৱস্থান (location), 

(c) মূলধন (capital). 

(d) উপবােক্ত এটাও নহয় (non of them) 

C. তলত দিয়া শব্দ বিষয়বােৰৰ ওপৰত চমুকৈ লিখা (Write short note on the following): 

1. (a) একক মালিকীস্বত্ত্ব ব্যৱসায়ৰ পৰিচালনা management of sole proprietonship 

(b) কর্তা Karta 

(c) অংশীদাৰী ব্যৱসায়ৰ চুক্তি পত্র partnership deed 

(d) অংশীদাৰী চুক্তিপত্ৰত থকা যিকোনাে পাঁচোটা বিষয় any five items of partnership deed 

(e) নামমাত্র অংশীদাৰ nominal partner 

(f) কৃত্রিম ব্যক্তি artificial person 

(g) ঔদ্যোগিক সমবায় সমিতি industrid co-operative society 

(h) চিৰ স্থায়িত্ব perpetual 

(i) ঘৰুৱা কোম্পানী private company 

(j) ৰাজহুৱা কোম্পানী public company 

2. 1932 চনৰ অংশীদাৰী আইনৰ অনুসৰি , অংশীদাৰী প্রতিষ্ঠান এটা পঞ্জীয়ন কৰাটো বাধ্যতামূলক নহয়, কিন্তু কিয় পঞ্জীয়ন কৰা হয়? (As per provision of partnership act 1932 , the resistration of a partnership firm is not compulsory, but why a firm is registered?) 

3. “বিশ্বত এজন মানুহৰ দ্বাৰা নিয়ন্ত্রণেই হৈছে শ্রেষ্ঠ, যদিহে মানুহজনো ডাঙৰ তেতিয়া সকলাে নিজে পৰিচালনা কৰিব পাৰে,” -উক্ত বাক্যশাৰী ব্যাখ্যা কৰা। “One man control is the best in the world, if that man is big enough to manage everything" (Explain the briefly) 

4. যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ত কর্তাজনৰ ভূমিকাৰ বিষয়ে দুটা বাক্য লিখা। (Write only the two lines on the role of 'Karta' in a joint Hindu family business). 

5. অংশীদাৰী ব্যৱসায় বা যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ত নাবালকৰ ভূমিকা উল্লেখ কৰা। (Mention the role of minor either in partnership business or in joint Hindu family business). 

6. দুটাকৈ প্রধান সুবিধাৰ বিষয়ে উল্লেখ– (Write two advantages of the following) 

(a) সমবায় সমিতি co-operative Society 

(b) ব্যক্তিগত কোম্পানী private company 

(c) ৰাজহুৱা কোম্পানী public company 

7. স্বঘােষিত অংশীদাৰ কাক বােলে? অংশীদাৰী ব্যৱসায়ত এনে অংশীদাৰৰ প্রয়ােজন আছে নে? (What is meant by 'partner by estoppel'. why such type of partner is necessary is business). 

দীঘলীয়া প্রশ্নোত্তৰ (Long Answer): 

1. একক মালিকীস্বত্ব ব্যৱসায় মানে কি? এনে ব্যৱসায়ৰ দুটাকৈ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা। (What do you mean by soleproprietorship business? write any two advantages and disadvantages on this form of business) 

2. যৌথ হিন্দু পৰিয়াল ব্যৱসায়ৰ বৈশিষ্ট্য আৰু অসুবিধাৰ বিষয়ে লিখা। (Write on features and disadvantages in joint Hindu family business).

3. অংশীদাৰী ব্যৱসায়ত থকা চাৰিবিধ অংশীদাৰৰ বিষয়ে চমুকৈ লিখা। (write in short on four form of partner in the partnership business). 

4. ব্যৱসায় সংগঠনৰ ৰূপ বাছনি কৰােতে বিবেচনা কৰিবলগীয়া উপাদানবিলাক উল্লেখ কৰা। (What are the factors to be consider at the line selection of form of business). 

5. অংশীদাৰী ব্যৱসায়ৰ চাৰিটা সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা। (Write on form advantages and disadventages of partnership business). 

6. সমবায় সমিতি আৰু অংশীদাৰী প্ৰতিষ্ঠানৰ মাজত থকা চাৰিটা প্রধান পার্থক্য উল্লেখ কৰা। (Write four major differences between the partnership and co-operative business). 

7. একক মালিকীস্বত্ত্ব ব্যৱসায়ত যথেষ্ট অসুবিধা আছে? কিন্তু কিয় অধিক মানুহে এই শ্ৰেণীৰ ব্যৱসায় আৰম্ভ কৰাত গুৰুত্ব দিয়ে? (As you are aware that there are a number of disadvantages in sole proprietorship business. But why are the major people choose this form of business). 

8. কোম্পানীৰ সংজ্ঞা লিখা। ইয়াৰ বৈশিষ্ট্যত্মােৰ কি কি? (Give a definition on company. What are its characteristics?)

9. কোম্পানীৰ বিশেষ বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা। (Describe the special features of a company). 

10. ৰাজহুৱা আৰু ব্যক্তিগত কোম্পানীৰ মাজত থকা পার্থক্যবােৰ লিখা। 

11. কোম্পানী আৰু অংশীদাৰী প্রতিষ্ঠানৰ মাজত থকা চাৰিটা পার্থক্য লিখা। (Write four differences between the company and partnership firm). 

প্রায়ােগিক প্রশ্ন (Application Question) 

1. কোনবিধ ব্যৱসায় সংগঠনত ব্যৱসায়ীগৰাকীয়ে বাণিজ্যিক চুক্তিৰ দ্বাৰা অন্য সকলােতে চুক্তিৰ অধীনলৈ আহে ? যুক্তিসহ তােমাৰ মন্তব্য লিখা। 

2. এটা ব্যৱসায়ত থকা সম্পদ (ASSETS) পৰিমাণ হ’ল 70, 000 টকা কিন্তু ধাৰৰ পৰিমাণ হ'ল– 9,000 টকা, নিম্ন উল্লেখিত অৱস্থাবিলাকত পাওনাদাৰসকলে কি ব্যৱস্থা ল'ব পাৰিব? যদি– 

(a) ব্যৱসায় সংগঠনটো একক মালিকীস্বত্ত্বৰ প্রতিষ্ঠান 

(b) এই ব্যৱসায় সংগঠনটোৰ অংশীদাৰী প্রতিষ্ঠান আৰু ইয়াৰ অংশীদাৰ হ'ল ক্ৰমে মহাবীৰ আৰু বিনােদ। এওঁলোেক দুয়ােজনৰ ভিতৰত কোনজনৰ ওচৰত উক্ত ধাৰ পৰিশােধৰ বাবে পাওনাদাৰজন কাষ চাপিব? যুক্তিৰে তােমাৰ ব্যাখ্যা আগবঢ়োৱা 

    3. বােকাখাতৰ পূর্ণ শর্মা একক মালিকীস্বত্ত্ব ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকী। তেখেতে যােৱা দুটা দশকত চাহপাতৰ ব্যৱসায়ৰ আকাৰ দুগুণ বৃদ্ধি হােৱাৰ উপৰি গুৱাহাটী চহৰত তিনিটা শাখা খুলিলে। চাহপাতৰ উপৰি কফি আৰু অন্যান্য খােৱা বস্তুও তেওঁৰ প্রতিষ্ঠানত পােৱা যায়। ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হৈ অহাৰ লগে লগে সুস্থ পৰিচালনা আৰু দেশৰ বিভিন্ন স্থানত শাখা খােলাৰ উদ্দেশ্যৰে তেওঁ কোম্পানী সংগঠনৰ ব্যৱসায় আৰম্ভ কৰিব নে অন্য ৰূপত ব্যৱসায় গঠন কৰিব সেই বিষয়ে চিন্তিত। এনে অৱস্থাত তলৰ প্রশ্নকেইটাৰ উত্তৰ লিখাৰ বাবে ইচ্ছা কৰিছে— 

(i) একক মালিকীস্বত্ত্ব ব্যৱসায়ৰ ৰূপ থাকিলে কি কি সুবিধা পাব? 

(ii) যদি কোম্পানী সংগঠনলৈ ব্যৱসায়টো পৰিবর্তন কৰে তেতিয়া উদ্ভৱ হােৱা দুটা প্রধান সুবিধাৰ বিষয়ে লিখা। 

(iii) ব্যৱসায় সংগঠনৰ গঠনৰ ক্ষেত্ৰত দেশৰ বিভিন্ন অঞ্চলত তেওঁৰ ব্যৱসায়ে কি প্ৰভাৱ পেলাব? 

(iv) কোম্পানী এটা গঠন কৰিবৰ বাবে তেওঁ কি কি আইনগত ব্যৱস্থা অনুসৰণ কৰিব লাগিব? 

(v) অদূৰ ভৱিষতে শ্রীপূর্ণ শৰ্মাৰ কোম্পানী ব্যৱসায়ে সফলতা লাভ কৰিবনে?

Project/Assignment 

    এই অধ্যায়টো অধ্যয়ন কৰাৰ পিছত শ্রেণীতে ছাত্র-ছাত্রীসকলক দহজনীয়া দলত বিভক্ত কৰি তলত উল্লেখিত কামবিলাক কৰিবলৈ দিব- 

1. ওচৰত থকা সৰু দোকানৰ ব্যৱসায়িক কাম-কাজ আৰু গ্ৰাহকৰ লগত সম্পর্ক। 

2. একক মালিকীস্বত্ব ব্যৱসায়ৰ কার্যাৱলীবিলাক। এই পাঠ্যপুথিত উল্লেখিত কার্যাৱলী আৰু ব্যৱহাৰিক দিশৰ (Practical field) কার্যাৱলীৰ লগত তুলনা। 

3. যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়িক কাম-কাজ আৰু ইয়াৰ কৰ্তাজনৰ লগত ব্যক্তিগতভাৱে ব্যৱসায় সম্বন্ধীয় আলােচনা। 

4. তােমাৰ অঞ্চলত থকা সমবায় সমিতিৰ কাম কাজ বিশেষকৈ প্ৰতিখন পঞ্চায়তৰ অধীনত একোখন সমবায় সমিতি আছে। এনে সমিতিৰ ব্যৱসায়িক কাম-কাজৰ বিষয়ে সমবায়ৰ সভাপতি, সম্পাদক আৰু অন্যান্য কর্মচাৰীৰ সহযােগত এটি টোকা প্রস্তুত কৰা। 

    উক্ত বিষয়বােৰ ছাত্ৰ-ছাত্ৰীসকলে লিখিত আকাৰত এটি টোকা প্রস্তুত কৰিব পাৰে।

Type Himanku Bora


Post ID : DABP003826