হেমচন্দ্ৰ বৰুৱা
Hemchandra Baraua



 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ



চমু পৰিচয়
হেমচন্দ্ৰ বৰুৱা ১৮৩৫ চনৰ ১০ ডিচেম্বৰ তাৰিখে শিৱসাগৰ ৰজাবাহৰ নামৰ ঠাইত জন্ম হৈছিল। তেখেতৰ পিতৃ নাম মুক্তাৰাম বৰুৱা মাতৃ নাম ৰূপহী দেৱী। মুক্তাৰাম বৰুৱা চাৰিজন সন্তান আছিল। তাৰ ভিতৰত ল'ৰা তিনিজন আৰু ছোৱালী এজনী আছিল। সন্তান কেইটা ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ সন্তান আছিল। 


◼হেমচন্দ্ৰ বৰুৱা ইংৰাজী ভাষাত জ্ঞান আয়ত্ত কৰি পিছত তেওঁ চৰকাৰী চাকৰী কৰিবলৈ লৈছিল। তেখেতে গ্ৰন্থসমূহ হৈছে- 'হেমকোষ', 'অসমীয়া ব্যাকৰণ', 'পঢ়শালি অভিধান', 'অসমীয়া ল'ৰাৰ ব্যাকৰণ', 'বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী',  'কানীয়াৰ কীৰ্তন', 'পাঠ-মালা', 'আদিপাঠ', 'স্বাস্থ্যৰক্ষাৰ নিয়ম' আৰু 'অসমীয়া বিবাহ পদ্ধতি'। তেওঁ 'আসাম নিউজ' (Assam News) কাকতৰ সম্পাদকো আছিল।

✱ হেমচন্দ্ৰ বৰুৱাৰ ১৮৯৬ চন (১৮১৮ শক)ৰ ১৭ বহা'গ তাৰিখে তেখেতৰ গুৱাহাটী মহানগৰত দেহাৱসান ঘটে।


Nayan Jyoti Bordoloi