হিমা দাসৰ প্ৰশ্ন উত্তৰ বিষয়ে

1) হিমা দাস কোন?

উত্তৰঃ- হিমা দাস এগৰাকী ভাৰতীয় দৌৰ বিধ।

2) হিমা দাস কিমান চনত জন্ম হৈছিল?

উত্তৰঃ-  হিমা দাস জন্ম হৈছিল ২০০০ চনৰ ৯ জানুৱাৰী তাৰিখে। 

3) হিমা দাসৰ পিতৃ নাম কি?

উত্তৰঃ-  হিমা দাসৰ পিতৃ নাম ৰঞ্জিত দাস। 

4) হিমা দাসৰ মাতৃ নাম কি?

উত্তৰঃ- হিমা দাসৰ মাতৃ নাম জোনালী দাস।

5) হিমা দাসক আমি কি বুলি জাঁনো?

উত্তৰঃ- হিমা দাসক আমি ধিং এক্সপ্ৰেছ বুলি জাঁনো। 

6) হিমা দাসে ২০১৮ চনত ফিনলেগু টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃ ৰাষ্টীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত কি পদক অৰ্জন কৰিছিল?

উত্তৰঃ- হিমা দাসে ২০১৮ চনত ফিনলেগু টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্ত ঃ ৰাষ্টীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত সোণৰ পদক অৰ্জন কৰিছিল। 

7) হিমা দাসে ৪০০ মিটাৰ দৌৰ প্ৰতিযোগীতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি কিমান স্থানত হৈছিল?

উত্তৰঃ- হিমা দাসে ৪০০ মিটাৰ দৌৰ প্ৰতিযোগীতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থানত অতিক্ৰম কৰে। 

8) হিমা দাসে ইণ্ডোনেছিয়া ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ২০১৮ৰ ৪০০ মিটাৰ দৌৰত কি পদক লাভ কৰে?

উত্তৰঃ- হিমা দাসে ইণ্ডোনেছিয়া ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰে। 

9) হিমা দাসে ১৬০০ মিটাৰ ৰিলে দৌৰত কিমান স্থান লাভ কৰিছিল?

উত্তৰঃ- হিমা দাসে ১৬০০ মিটাৰ ৰিলে দৌৰত সপ্তম স্থান লাভ কৰিছিল। 

10) হিমা দাসে স্কুলীয়া শিক্ষা দিনৰে পৰা লৰা লগত কি খেলিছিল?

উত্তৰঃ- হিমা দাসে স্কুলীয়া শিক্ষা দিনৰে পৰা লৰা লগত ফুটবল খেলিছিল।

11) হিমা দাসে ২০১৮ চনত হোৱা ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃ ৰাষ্টীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত প্ৰথম স্থান অধিকাকৰী কিমান ছেকেণ্ড সময় লয়?

উত্তৰঃ- হিমা দাসে ২০১৮ চনত  হোৱা ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃ ৰাষ্টীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ পতিযোগীতাত প্ৰথম স্থান অধিকাকৰী তেওঁ ৫১.৪৬ ছেকেণ্ড সময়ৰ লয়।

12) ২০১৮ চনৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগীতা প্ৰাৰম্ভিক পৰ্যায়ত হিমা দাসে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত হৈ কিমান ছেকেণ্ড বা সময় লৈ পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়?

উত্তৰঃ- ২০১৮ চনৰ মহিলা ৪০০ মিটাৰ দৌৰ প্ৰতিযোগীতা প্ৰাৰম্ভিক পৰ্যায়ত হিমা দাসে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত হৈ ৫১.০০ ছেকেণ্ড সময় লয় আৰু পৰৱৰ্তী সময়লৈ নিৰ্বাচিত হয়।

13) ২০১৮ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙি চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি কিমান ছেকেণ্ডত হিমা দাসে অতিক্ৰম কৰে?

উত্তৰঃ- ২০১৮ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰ ৰাষ্টীয় অভিলেখ ভাঙি চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ৫০.৭৯ ছেকেণ্ডত হিমা দাসে অতিক্ৰম কৰে।

14) ৪০০ মিটাৰ ৰেছত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰা ব্যক্তিগৰাকী কোন?

উত্তৰঃ- ৪০০ মিটাৰ ৰেছত সোণৰ পদক লাভ কৰা ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰা ব্যক্তিগৰাকীয়েই হল হিমা দাস। 

15) ২০১৮ চনৰ ২৫ চেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰে হিমা দাসক কি বঁটা প্ৰদান কৰা হয়?

 উত্তৰঃ- ২০১৮ চনৰ ২৫ চেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰে হিমা দাসক অৰ্জুন বঁটা প্ৰদান কৰা হয়।

16) ২০১৮ চনৰ চেপ্টেম্বৰ মাহত হিমা দাসে বিশ্বখ্যাত এডিডাচ কোম্পানীৰ সৈতে কি কৰে?

উত্তৰঃ- ২০১৮ চনৰ চেপ্টেম্বৰ মাহত হিমা দাসে বিশ্বখ্যাত এডিডাচ কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰে।

17) হিমা দাসৰ ঘৰ কত আছিল?

উত্তৰঃ- হিমা দাসৰ ঘৰ আছিল নগাঁও জিলাৰ ধিঙত ।

18) হিমা দাসে কাৰ পৰা প্ৰশিক্ষণ লয়?

 উত্তৰঃ- হিমা দাসে প্ৰশিক্ষণ লৈছিল নিপন দাস পৰা হিমাই প্ৰশিক্ষণ লয়।

19) হিমা দাস এথলিটিকছ মীটত আন্তৰাষ্ট্ৰীয়ভাৱে ২০০ মিটাৰ মহিলাৰ দৌৰত হিমা দাসে কি পদক অৰ্জন কৰে?

উত্তৰঃ- হিমা দাসে এথলিটিকছ মীটত আন্তৰাষ্ট্ৰীয়ভাৱে ২০০ মিটাৰ মহিলা দৌৰত হিমা দাসে সোনৰ পদক অৰ্জন কৰে। 

 20) হিমা দাসে ২০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাকৰী কিমান ছেকেণ্ড সময় লয়?

উত্তৰঃ- হিমা দাসে ২০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাকৰী ২৩.৪৩ ছেকেণ্ড সময়ৰ লয়। 

21) হিমা দাসে পোলেণ্ডত অনুষ্ঠিত হোৱা এথলেটিক্স মীটৰ মহিলাৰ ২০০ মিটাৰ দৌৰত আন্তৰাষ্ট্ৰীয় ভাৱে দ্বিতীয়টো কি পদক অৰ্জন কৰে?

উত্তৰঃ- হিমা দাসে পোলেণ্ডত অনুষ্ঠিত হোৱা এথলেটিক্স মীটৰ মহিলাৰ ২০০ মিটাৰ দৌৰত  হিমা দাসে দ্বিতীয়টো সোনৰ পদক অৰ্জন কৰে।

22) হিমা দাসে একেৰাহে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্য়াতি লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসে এথলেটিকছ গ্ৰাণ্ড প্ৰিক্সত বৰ্ষৰ প্ৰথমটো ২০০ মিটাৰ দৌৰত হিমাই কিমান ছেকেণ্ড সময় লগাইছিল?

উত্তৰঃ- হিমা দাসে একেৰাহে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসে এথলেটিকছ গ্ৰাণ্ড প্ৰিক্সত বৰ্ষৰ প্ৰথমটো ২০০ মিটাৰ দৌৰত হিমাই সময় লৈছিল ২৩.৬৫ছেকেণ্ড।

23) হিমা দাসে পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৪০০ মিটাৰ দৌৰত অতিক্ৰম কৰি জয়ী হৈ হিমা দাসে কিমান ছেকেণ্ড সময় লয়?

উত্তৰঃ- হিমা দাসে পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৪০০ মিটাৰ দৌৰত হিমা দাসে  সময় লয় ৫২.৮৮ ছেকেণ্ড।

24) হিমা দাসৰ কেৰিয়াত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কি আছিল?

উত্তৰঃ- হিমা দাসৰ কেৰিয়াত সৰ্বশ্ৰষ্ঠ প্ৰদৰ্শন আছিল যে ২০০ মিটাৰ দৌৰত ২৩.১০ ছেকেণ্ড প্ৰদৰ্শন কৰা।  

25) হিমা দাস এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত কি পদক অৰ্জন কৰিছিল?
উত্তৰঃ- হিমা দাস এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত হিমা দাসে সোনৰ পদক অৰ্জন কৰে।

Type Sumit Patar