আন্তৰ্জাতিক ব্যৱসায়- প্ৰথমিক

অনুশীলনী

বহুবাছনিযুক্ত প্রশ্নাবলী (Multiple Choice Questions)ঃ 

১. তলত কোনটো আন্তজাতিক প্রৱেশ ৰূপত/উপায়ত দেশীয় প্রস্তুতকাৰী/উৎপাদনকাৰীয়ে মাচুলৰ বাবে বিদেশৰ উৎপাদনকাৰীলৈ কৃতিস্বত্ব আৰু বাণিজ্যিক চিহ্নৰ দৰে বৌদ্ধিক সম্পত্তিৰ ব্যৱহাৰৰ অধিকাৰ প্ৰদান কৰে? (In which of the following modes of entry, does the domestic manufacturer give the right to use intellectual property such as patent and trademark to a manufacturer in a foreign country for a fee) 

(ক) অনুজ্ঞাপত্ৰ (Licensing) 

(খ) চুক্তিগত উৎপাদনকৰণ (Contract manufacturing) 

(গ) যৌথ উদ্যোগ (Joint venture) 

(ঘ) কোনােটোতে নহয়/প্রদান নকৰে (None of these)। 

২. আন্তজাতিক ব্যৱসায়ৰ বজাৰকৰণ কাম কাজত আংশিক বা সামগ্রীক উৎপাদন মনােনিৱেশকৰণত বহিঃ উৎসকৰণ (outsourcing) ক তলত কোনটো হিচাপে জনা যায়? (Outsourcing a part of or entire production and concen trating on marketing operations in international business is known as) 

(ক) অনুজ্ঞাপত্ৰ (Licensing) 

(খ) অধিকাৰ প্রদান (Franchising) 

(গ) চুক্তিগত উৎপাদন (Contract manufacturing) 

(ঘ) যৌথ উদ্যোগ (Joint venture) 

৩। দুটা বা ততােধিক প্রতিষ্ঠানে যেতিয়া এক নতুন বাসায় সত্বা যি প্ৰাধিকাৰী বা মূল প্রতিষ্ঠানৰ পৰা আইনগতভাবে পৃথক আৰু সুকীয়া তাক সৃষ্টি কৰিবলৈ একেলগ হয় তাক জনা যায়— (When two or more firms come together to create a new business entity that is legally separate and distinct from its parents it is known as) 

(ক) চুক্তিবদ্ধ উৎপাদনকৰণ (Contract manufacturing) 

(খ) অধিকাৰ প্রদানকৰণ (Franchising) 

(গ) যৌথ উদ্যোগ (Joint ventures) 

(ঘ) অনুজ্ঞাপত্র প্রদান হিচাপে (Licensing) 

৪. তলত কোনটো ৰপ্তানিকৰণৰ এক সুবিধা নহয়? (Which of the following is not an advantage of exporting?) 

(ক) আন্তজাতিক ব্যৱসায়ত প্রৱেশৰ সহজতৰ উপায় (Easier way to enter into international markets) 

(খ) তুলনামূলক নিম্নতৰ বিপদাশংকা (Comparatively lower risks) 

(গ ) বিদশী বজাৰত সীমিত অস্তিত্ব (Limited presence in foreign markets) 

(ঘ) লঘু বিনিয়ােগৰ ৱশ্যকতা (Less investment requirements 

৫. তলত কোনটো আন্তজাতিক ব্যৱসায়ত প্ৰৱেশ উপায়ৰ বাবে উচ্চ স্তৰীয় বিপদাশংকাৰ হয়? (Which one of the follow ing modes of entry requires higher level of risks?) 

(ক) অনুজ্ঞাপত্র প্রদান (Licensing) 

(খ) অধিকাৰ প্রদান (Franchising) 

(গ) চুক্তিগত উৎপাদনকৰণ (Contract manufacturing) 

(ঘ) যৌথ উদ্যোগ (Joint venture) 

৬. আন্তজাতিক ব্যৱসায়ত প্রৱেশৰ তলত কোনটো উপায়ে বিদেশৰ কাম-কাজৰ ওপৰত সর্বাধিক নিয়ন্ত্ৰণৰ অনুমতি প্রদান কৰে? (Which one of the following modes of entry permits greatest degree of control over overseas opera tions?) 

(ক) অনুজ্ঞাপত্র প্রদান/অধিকাৰ প্ৰদান (Licensing/franchising) 

(খ) পূর্ণ গৰাকীত্বৰ অধীনস্থ প্রতিষ্ঠান (Wholly owned subsidiary) 

(গ) চুক্তিগত/চুক্তিবদ্ধ উৎপাদনকৰণ (Contract manufacturing) 

(ঘ) যৌথ উদ্যেগ (Joint venture) 

৭. আন্তজাতিক ব্যৱসায়ৰ তলৰ কোনটো উপায়ে প্রতিষ্ঠানক আন্তজাতিক বজাৰৰ ঘনিষ্ঠ কৰে? (Which one of the follow ing modes of entry brings the firm closer to international markets?) 

(ক) অনুজ্ঞাপত্র প্রদান (Licensing) 

(খ) অধিকাৰ প্রদানকৰণ (Franchising) 

(গ) চুক্তিগত উৎপাদনকৰণ (Contract manufacturing) 

(ঘ) যৌথ উদ্যোগ (Joint venture) 

৮। আন্তর্জাতিক ব্যৱসায়ত তলৰ কোনটো ভাৰতৰ প্ৰধান ৰপ্তানি সামগ্রী নহয়? (Which one of the following is not amongst India's major export items?) 

(ক) বস্ত্ৰ আৰু সাজ-পােছাক (Textiles and garments) 

(খ) ৰত্নবাখৰ (Gems and jewelery) 

(গ) তেল আৰু পেট্ৰ'লিয়ামজাত উৎপাদন (Oil and petroleum products) 

(ঘ) বাচমতি চাউল (Basmati rice) 

৯. আন্তর্জাতিক ব্যৱসায়ত তলৰ কোনটো সামগ্রী ভাৰতৰ আমদানিৰ প্ৰধান নহয়? (Which one of the following is not amongst India's major import items?) 

(ক) আয়ুর্বেদ ভেষজ (Ayurvedic medicines) 

(খ) তেল আৰু পেট্রলিয়ামজাত উৎপন্ন (oil and petroleum products) 

(গ) ৰত্ন-মণি-মুকুতা আৰু মূল্যৱান পাথৰ (Pearls and precious stones)। 

(ঘ) যন্ত্রপাতি (Machinery) 

১০. আন্তর্জাতিক ব্যৱসায়ত তলৰ কোনখন দেশ ভাৰতৰ প্ৰধান বেহা-বেপাৰৰ অংশীদাৰ নহয়? (Which one of the following is not amongst India's major trading partners?) 

(ক) আমেৰিকা যুক্তৰাষ্ট্র (USA) 

(খ) সংযুক্ত ৰাষ্ট্র (UK) 

(গ) জার্মানি (Germany) 

(ঘ) নিউজিলেণ্ড (New Zealand)

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ 

১. আন্তজাতিক বেহা-বেপাৰ আৰু আন্তজাতিক ব্যৱসায়ৰ মাজত পার্থক্য দেখুওৱা। (Differentiate between international trade and international business.) 

২. আন্তজাতিক ব্যৱসায়ৰ যিকোনাে তিনিটা সুবিধা আলােচনা কৰা। (Discuss any three advantages of international business.) 

৩। দেশয় জাতিসমূহৰ মাজত বেহা-বেপাৰৰ অন্তৰালত থকা প্রধান কাৰণ কি? (What is the major reason underlying trade between nations?) 

৪. দেশসমূহে কিয় বেহা-বেপাৰ কৰে আলােচনা কৰা। (Discuss as to why nations trade.) 

৫। চুক্তিগত উৎপাদনকৰণৰ সীমাবদ্ধতা উল্লেখ কৰা। (Enumerate limitations of contract manufacturing.) 

৬. বিশ্বমুখী সম্প্রসাৰণত অনুজ্ঞাপত্র প্রদানক কিয় সহজতৰ বুলি কোৱা হয়? (Why is it said that licensing is an easier way to expand globally?) 

৭. চুক্তিগত উৎপাদনকৰণ আৰু বিদেশত পূর্ণ গৰাকীত্বৰ অধীনস্থ উৎপাদন প্রতিষ্ঠান স্থাপনৰ মাজত পার্থক্য দেখুওৱা। (Dif ferentiate between contract manufacturing and setting up wholly owned production subsidiary abroad.) 

৮. অনুজ্ঞাপত্র প্রদান আৰু অধিকাৰ প্ৰদানৰ মাজত পার্থক্য দেখুওৱা। (Distinguish between licensing and franchising) 

৯. ভাৰতৰ পৰা ৰপ্তানি কৰা প্রধান সামগ্ৰীসমূহৰ তালিকা প্রস্তুত কৰা। (List major items of India's exports.) 

১০. ভাৰতৰ সৈতে বেহা-বেপাৰ কৰা প্রধান দেশসমূহ কি কি? (What are the major countries with whom India trades.) 

দীৰ্ঘোত্তৰৰ প্রশ্নাবলী (Long Answer Questions)ঃ 

১. আন্তজাতিক ব্যৱসায় কি? দেশীয় ব্যৱসায়ৰ পৰা ই কিদৰে পৃথক? (What is international business? How is it different from domestic business?) 

২. ‘আন্তজাতিক ব্যৱসায় আন্তর্জাতিক বেহা-বেপাৰতকৈ অধিক। মতামত দিয়া? ('International business is more than International Trade'. Coment.) 

৩. আন্তর্জাতিক ব্যৱসায়ত প্রৱেশ কৰি প্রতিষ্ঠানবােৰে কি উপকাৰ লাভ কৰে? (What benefits do firms derive by entering into international business?) 

৪. কি কি ধৰণেৰে বিদেশত আন্তজাতিক বজাৰত প্ৰৱেশ কৰাত পূর্ণ গৰাকীত্বৰ প্রতিষ্ঠানতকৈ ৰপ্তানিকৰণ উন্নত? (In what ways is exporting a better way of entering into international markets than setting up wholly owned subsidiaries abroad.) 

৫. আন্তজাতিক ব্যৱসায়ত প্রৱেশৰ উপায় বাছনি কৰাত নিয়ন্ত্ৰণৰ উপাদানবােৰ চমুকৈ আলােচনা কৰা। (Discuss briefly the factors that govern the choice of mode of entry into international business.) 

৬. ভাৰতৰ বৈদেশিক বেহা-বেপাৰৰ প্রধান গতিধাৰা আলােচনা কৰা। লগতে ঞ্চভাৰতে আন দেশৰ সৈতে বেহা-বেপাৰ কৰা প্রধান সামগ্রীবােৰৰ তালিকা প্রস্তুত কৰা। (Discuss the major trends in India's foreign trade. Also list the major products that India trades with other countries.) 

৭. অদৃশ্যমান বেহা-বেপাৰ কি? ভাৰতৰ সেৱাত বেহা-বেপাৰৰ লক্ষণীয় দিশবােৰ আলােচনা কৰা। (What is invisible trade? Discuss salient aspects of India's trade in services.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type Himanku Bora



Post ID : DABP004186