অনুশীলনী 

১) তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা ঃ- 

ক) বতাহ হ'ল বায়ুৰ____________ অৱস্থা । 

খ) ভূ-পৃষ্ঠত উত্তাপৰ____________ বাবে বতাহৰ উৎপত্তি হয় ।

গ) ভূপূষ্ঠৰ ওচৰৰ ঠাইবোৰত ___________ বায়ু ঊৰ্ধ্বমুখী হয় আৰু  ___________  বায়ু আধোগামী হয় । 

ঘ) বায়ু  ___________ চাপ অঞ্চলৰ পৰা  ___________ চাপ অঞ্চললৈ বয়। 

২) কোনো এখন ঠাইত বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখাঁ । 

উত্তৰঃ 

৩) তোমাৰ দুটা অভিঞ্জতা উল্লেখ কৰা যত বায়ুৰ চাপৰ প্ৰমান পোৱা গৈছিল । (পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে) 

উত্তৰঃ- 

৪) তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰিকী থকা কিন্তু বেন্টিলেটৰ নথকা ঘৰ কিনিব বিছাৰিবানে ? (তোমাৰ উত্তৰ ব্যাখ্যা আগবঢ়োৱা) 

উত্তৰঃ- 

৫) ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ- 

৬) তোমাৰ গাওঁ বা চহৰত ঘূৰ্ণিবতাহ আহিলে ওচৰৰ চুবুৰীয়াক কি দৰে সহায় কৰিবা ?

উত্তৰঃ- 

৭) ঘূৰ্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰনৰ আগতীয়া পৰিকল্পনা আৱশ্যক ?

উত্তৰঃ- 

৮) তলৰ কোনখন ঠাই ঘূৰ্ণি বতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই-

i) চেন্নাই  ii) মাঙ্গালুৰু(মাঙ্গালোৰ) iii) অমৃতসৰ iv) পুৰী 

উত্তৰঃ-

৯) তলৰ উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ?

i) শীতকালত বতাহ স্থলভাগৰ পৰা   

ii)  গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ  বয়। 

iii) এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ত্ৰোতে ঘূৰ্ণিবতাহ সূষ্টি কৰে । 

iv) ভাৰতৰ উপকূলবোৰ ঘূৰ্ণিবতাহপ্ৰৱন নহয় । 

উত্তৰঃ-



-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------