ম 
১৪৪৪) মংগল (Mangal) - শুভ ।   
১৪৪৫) মংগলকৃষ্ণ (Mangal krishna) - পবিত্ৰতাৰ আধাৰস্বৰূপ শ্ৰীকৃষ্ণ ।  
১৪৪৬) মংগলদীপ (Mangaldip) - কল্যাণময়ী বন্তি ।   
১৪৪৭) মক্ৰ (Makra) - জলহস্তী ।   
১৪৪৮) মকৰন্দ (Makaranda) - ফুলৰ মৌ ।  
১৪৪৯) মকুৰ (Makur) - বাকুল গছ ।     
১৪৫০) মগন্ (Magan) - মগ্ন শব্দৰ অপভ্ৰংশ ।   
১৪৫১) মঞ্জৰ (Manjar) - কুহিঁপাত ধৰ ।  
১৪৫২) মঞ্জিম (Manjim) - সু-শোভিত ।   
১৪৫৩) মঞ্জিল (Manjit) - প্ৰাসাদ ।  
১৪৫৪) মঞ্জু  (Manju)  - সুন্দৰ ।    
১৪৫৫) মণি (Moni)  - মুকুটা । 
১৪৫৬) মণিক (Monik) - ৰত্ন ।   
১৪৫৭) মণিকজ্যোতি (Monijyoti) - মণি-মুকুটাৰ জেউতি ।   
১৪৫৮) মণিদীপ (Monidip) - মণিৰে অলংকৰণ কৰা চাকি ।  
১৪৫৯) মণিমাধৱ (Moni madhap- ৰত্নখচিত বিষ্ণুৰ মূৰ্তি ।   
১৪৬০) মণিৰাগ (Monirag) - মণি-মুকুটাৰ শোভা ।  
১৪৬১) মণিৰাজ্ (Moniraj) - এবিধ ফুল ।   
১৪৬২)  মণিৰাম (Moniram) - এবিধ বৰ্ণসংকৰ শালি ধান ।   
১৪৬৩) মণিন্দ্ৰ (Monindra) - মণি শ্ৰেষ্ঠ অৰ্থাৎ হীৰা ।
১৪৬৪) মগুনা (Maguna) - অসংকৰণ ।  
১৪৬৫) মণ্ডুক (Manduk) - এজন মুণিৰ নাম ।  
১৪৬৬) মতি (Moti) - মন ।  
১৪৬৭) মদন (madan) - কামদেৱ । 
১৪৬৮) মদনগোপাল (Madan gopal) - বালগোপাল ।  
১৪৬৯) মদনমোহৰ (Modona mohan) - শ্ৰীকৃষ্ণ ।  
১৪৭০) মদিংগ (Madinga)- ঢুলীয়া ।  
১৪৭১) মদিৰ (madir) - মাদক । 
১৪৭২) মদ্ৰ (Madra) - আনন্দ ।   
১৪৭৩) মধৱ (Madhab) - মধ্বাচাৰ্য ।
১৪৭৪) মধু (Madhu) - মৌ ।   
১৪৭৫) মধুকৃৎ (Madhu krit) - মৌ-মাখি ।  
১৪৭৬) মধুকৃষ্ণ (Madhu krishna)- ভোমোৰা । 
১৪৭৭) মধুচন্দ্ৰ (Madhu Chandra) - ৰূপহ জোন ।     
১৪৭৮) মধুপ (Madhup) - ভোমোৰা ।  
১৪৭৯) মধুপতি (Madhupati) - শ্ৰীকৃষ্ণ ।  
১৪৮০) মধুপৱন (Madhu pawan) - দক্ষিনা বতাহ ।  
১৪৮১) মধুময় (Madhu may) - মৌৰ নিচিনা । 
১৪৮২) মধুৰ (Madhur) - মিঠা ।    
১৪৮৩) মধুৰিপু (Madhuripu) - বিষ্ণু ।  
১৪৮৪) মন্ (Mann) - চিত্ত ।   
১৪৮৯) মনজিৎ (Manjit) - মনক জি জয় কৰিছে ।    
১৪৯০) মনদীপ (Mandip) - বুদ্ধি। 
১৪৯১) মনসিজ (Manshij) - কামদেৱ ।  
১৪৯২) মনাই (Manai) - শিৱ ।  
১৪৯৩) মনান্তৰ (Manantar) - মনৰ অমিল ।  
১৪৯৪) মনু (manu) - ব্ৰহ্মাৰ পুতেক আৰু মনুষ্যবিলাকৰ আদি পুৰুষ।
১৪৯৫) মনুজ (Manij) - মন অৰ্থাৎ ব্ৰহ্মাৰ পুত্ৰৰ পৰা যাৰ জন্ম । 
১৪৯৬) মনুৰাট (Manurat) - কুবেৰ ।
১৪৯৭) মনোহৰ (Manuhar) - মনমোহা ।  
১৪৯৮) মনোজ্যোতি (Manujyoti) - মনৰ জেউতি ।    
১৪৯৯)  মনোজৱ (Manujab) - বিষ্ণু ।  
১৫০০) মনোভূ (Manubhu) - কামদেৱ ।         
১৫০১)  মনোৰথ (Manurath) - ৰথৰ দৰে বেগাই চলে ।   
১৫০২) মনোময় (manumay) -মানসিক । 
১৫০৩) মনোৰম্ (Manuram) - মনত ৰং লগোৱা । 
১৫০৪) মনোভৱ (Manubhab) -  কামদেৱ । 
১৫০৫) মনোৰমপ্ৰকাশ (Manuram prakasah) - সুন্দৰ প্ৰকাশ ।   
১৫০৬) মন্দৰ (Mandar) - বহল ।    
১৫০৭) মন্দাক (Mandak) - কোষ ।  
১৫০৮) মন্দ (Manda) - নিম্ন ।  
১৫০৯) মন্মথকৃষ্ণ (Manmath Krishna) - কামদেৱৰ দৰে অপৰূপ শ্ৰীকৃষ্ণ ।  
১৫১০) মন্মথজ্যোতি (Manmath jytoti) - অপৰূপ জেউতি ।   
১৫১১)  মন্দ্ৰ (Mandra) - নিম্ন ।  
১৫১২) ময়ূখ (Mayukh) - ৰশ্মি ।    
১৫১৩) ময়ূৰ  (Mayur) - মতা মৈৰা চৰাই ।                                            ১৫১৪) ময়ূৰকান্তি (Mayur kanti) - ম'ৰা চৰাইৰ পাখীৰ শোভা ।   
১৫১৯) ময়ূৰ দ্বীপ (Mayur dip) - উমানন্দ মন্দিৰ ।   
১৫২০) মৰন্দ (Maranda) - ফুলৰ ৰস । 
১৫২১) মৰম (Maram) - স্নেহ ।   
১৫২২) মৰীচি (Marici) - ৰশ্মি ।   
১৫২৩) মৰুপ্লৱ (Marut plab) - সিংহ ।
১৫২৪) মৰুদ্বীপ (Maru dip) - উট ।   
১৫২৫) মল্লু (Mallu) - ভালুক ।   
১৫২৬) মসৃণ (Mosrin)  কোমল ।  
১৫২৭) মস্ত (Masta) - বৰ ডাঙৰ ।            
১৫২৮) মহৎ (Mahat) - প্ৰধান ।    
১৫২৯) মন্তক (Mantak) - শিৰ । 
১৫৩০) মহাকৰ্ণ (Maha karna) - শিৱ ।   
১৫৩১) মহাকান্তা (Maha kanta) - পৃথিৱী ।   
১৫৩২) মহাদেৱ (Mahadev) - শিৱ ।    
১৫৩৩)  মহাৰথ (Maha rath) - বৰ বীৰ ।  
১৫৩৪) মহাৰাজ (Maha raj) - ডাঙৰ ৰজা ।    
১৫৩৫) মহী (Mohi) - পৃথিৱী ।
১৫৩৬) মহিত (Mohit) - শিৱৰ ত্ৰিশূল ।   
১৫৩৭) মহীচন্দ্ৰ (Mohi chandra) - পৃথিৱীৰ চন্দ্ৰ স্বৰূপ ।  
১৫৩৮) মহীজ (Mohij) - মংগলগ্ৰহ ।   
১৫৩৯) মহীধৰ (Mohidhar) - ৰজা ।    
১৫৪০) মহীশ (Mahish)- ৰজা ।    
১৫৪২) মহেচ্ছ (Maheshwa) - মহান ।    
১৫৪৩) মহেন্দ্ৰ (Mahendra) - চন্দ্ৰ কুমাৰ ।    
১৫৪৪) মহেন্দ্ৰকুমাৰ (Mahendra kumar) - ইন্দ্ৰ- পুত্ৰ ।   
১৫৪৫) মহেন্দ্ৰজিৎ (Mahendra jit) - মহেন্দ্ৰক যি জয় কৰিছে ।    
১৫৪৬) মহেন্দ্ৰনাথ (Mahendra nath) - নাৰায়ণ বিষ্ণু ।   
১৫৪৭) মহেশ (Mahesah) - সদাশিৱ ।  
১৫৪৮) মহেশ্বৰ (Maheshwar) - সদাশিৱ ।
১৫৪৯) মাণিক্য (Manikya) - পদ্মৰাহ মণি ।          
১৫৫০) মাধৱ (Madhab) - লক্ষীৰ স্বামী ; বিষ্ণু এতেকে কৃষ্ণ ।      
১৫৫১) মাধৱেন্দ্ৰ (Madhobendra) - বিষ্ণু ।  
১৫৫২) মানৱ (Manab) - মানুহ ।  
১৫৫৩) মানৱজ্যোতি (Manab jyoti) - মানুহৰ শক্তি বা প্ৰভা ।  
১৫৫৪) মানস (Manash) - মন ।   
১৫৫৫) মানসজ্যোতি (Manash jyoti) - মানৰ জেউতি ।  
১৫৫৬) মানৱৰঞ্জন (Manab ranjan) - মনত হৰ্ষ-আনন্দ দিব পৰা ।    
১৫৫৭) মায়ু (mayu) - সূৰ্য ।  
১৫৫৮) মায়ুৰ (Mayur) - ম'ৰা চৰাইৰ পাখীৰে নিৰ্মিত ।  
১৫৫৯) মাৰুত (Marut) - বতাহ ।  
১৫৬০) মাৰুতি (Maruti) - বায়ু-পুত্ৰ হনুমন্ত । 
১৫৬১) মানী (Mani) - সমান যোখৰ 
১৫৬২) মালিন্য (Malinya) - মলিনতা ।   
১৫৬৩) মাহিষ (Mahish) - ইন্দ্ৰ ।   
১৫৬৪) মাল্য (Malya) - ফুলৰ মালা ।   
১৫৬৫) মহেন্দ্ৰ (Mahendra) - ইন্দ্ৰ ।    
১৫৬৬) মিজাজ (mijaj) - মনৰ গতি বা ভাব ।    
১৫৬৭) মিথুন্ (Mithun) - স্ত্ৰী-পুৰুষৰ মিলন ।   
১৫৬৮) মিন (Mithun) - মাছ ।  
১৫৬৯)  মিহিৰ (Mihir) - সূৰ্য ।  
১৫৭০)  মিলন্ (Milon) - মিলা কাৰ্য।   
১৫৭১) মিলিন্দ (Milida) - মৌমাখি ।  
১৫৭২) মিঢ়ান (Miran) - সদাশিৱ ।   
১৫৭৩) মীৱৰ (Miwar) - সেনাপতি । 
১৫৭৪) মুকন্দ (Mukanda) - বিষ্ণু ।  
১৫৭৫) মুকুন্দ (Mukunda) - বিষ্ণু ।
১৫৭৬) মুকুল্ (Mukul) - মুকলি হবলৈ ধৰা ফুলৰ পাহি ।    
১৫৭৭) মুকুন্দপ্ৰাণ (Mukunda pran) - একান্ত বিষ্ণু ভক্ত । 
১৫৭৮) মুকুলজ্যোতি (Mukul jyoti) - ফুলকলিৰ শোভা ।  
১৫৭৯) মুকুলৰঞ্জন (Mukul ranjan) - প্ৰস্ফুটিত মুকুলৰ শোভা ।   
১৫৮০) মুকেশ (Mukesh) - শিৱৰ আন এটা নাম ।   
১৫৮১) মুক্তামণি (Muktamoni) - মুকুতাৰ মণি ।   
১৫৮২) মুক্তিনাথ (Mukti nath) - মুক্তিদাতা পৰমেশ্বৰ ।   
১৫৮৩)  মুঞ্জবাস (Munjabakh) - শিৱ ।  
১৫৮৪) মুচুকুন্দ (Musukunda) - মান্ধাতা ৰজাৰ পুত্ৰ ।       
১৫৮৫)  মুদিৰ (Mudir) - প্ৰেমিক ।
১৫৮৬) মুদী (Mudi) - জোনাক ।   
১৫৮৭) মুণিপুষ্প (Munipuspa) - বক ফুল ।                 
১৫৮৮) মুনিব (munib) - মালিক ।    
১৫৮৯) মুহিৰ (Muhir) - কামদেৱ ।    
১৫৯০) মূষক (Mushak) - এন্দুৰ ।  
১৫৯১)  মৃগ -ৰাজ (Mrigo raj) - সিংহ ।  
১৫৯২) মৃগাংকমণি (Mriganka moni) - চন্দ্ৰকান্ত মণি ।   
১৫৯৩) মৃগাংকমৌলি (Mriganka mouli) -- শিৱ ।  
১৫৯৪) মৃগান্ধজিৎ (Mrigandha jit) - অতিশয় ৰূপৱান ।     
১৫৯৫) মৃগেন (Mrigen) - সিংহ ।   
১৫৯৬) মৃণালকান্তি (Mrinal kanti) - পদুম ফুলৰ দৰে শোভনীয় ।  
১৫৯৭) মৃদুল (Mridul) - অতি মিহি ।  
১৫৯৮) মৃদুলজ্যোতি (Mriduljyoti) - সুকোমল জেউতি ।  
১৫৯৯) মেধাৰুদ্ৰ (Medharudra) - মহাকবি কালিদাস ।  
১৬০০)  মোহন (Mohan) - কৃষ্ণৰ আন এটা নাম ।  
১৬০১) মোহনচন্দ্ৰ (Mohan chandra ) - মোহময় চন্দ্ৰ ।  
১৬০২) মৃদু (Mridu) - কোমল ।    
১৬০৩) মৃণাল্ (Mrinal) - পদ্মৰ মূল ।
১৬০৪) মৃড়া (Mrira) - শিৱ ।  
১৬০৫) মেঘপুষ্প (Megh puspa) - পানী ।   
১৬০৬) মৃদুপৱন (Mridu pawan) - ধীমা মলয়া । 
১৬০৭) মৃতাণ্ড (Mritanda- সূৰ্য ।   
১৬০৮) মিন্দায় (Minday) - ভগৱান ।   
১৬০৯) মুণ্ড (Munda) - ৰাহু গ্ৰহ ।   
১৬১০) মুৰজ (Miraj) - মৃদংগ ।





Type: Bipasha kakati