মামণি ৰয়ছম গোস্বামী ( ইন্দিৰা গোস্বামী)


 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ


মামণি ৰয়ছম গোস্বামী জন্ম হয় ১৯৪২ চনৰ ১৪ নবেম্বৰ।  তেখেতৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীয়ে শ্বিলঙৰ পাইন মাউণ্ট স্কুলৰ শিক্ষা জীৱনৰ পাতনি মেলিছিল। ১৩ বছৰ বয়সৰ পৰাই তেওঁ সাহিত্য সাধনাত ব্ৰতী হয়। অসমীয়া সাহিত্যৰ একেধাৰে এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ হিচাপে যথেষ্ট খ্যাতি লাভ কৰা মামণি ৰয়ছম গোস্বামী এগৰাকী সমাজসেৱী হিচাপেও জনাজাত। বিভিন্ন ধৰণৰ গঠনমূলক আৰু সমাজসেৱামূলক কাম-কাজৰ লগত জড়িত হোৱাৰ উপৰিও অসমত শান্তি প্ৰতিষ্ঠা প্ৰক্ৰিয়াটো তেখেতৰ অৱদান অতুলনীয়। দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়াৰ বিভাগৰ মুৰব্বী  অধ্য়াপকৰ আসন শুৱনি কৰা মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁ সাহিত্যকৃতিয়ে ২০০২ চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপাঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ২০০৮ চনত ভাৰতীয় সাহিত্য আৰু সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ইউৰোপীয় সাহিত্যৰ সন্মনীয় 'প্ৰিন্সিপাল প্ৰিন্সি ক্লজ লৰেট' বঁটা লাভ কৰে। 


Nayan Jyoti Bordoloi

Class VII Social Science কিতাপৰ পৰা তুলি দিয়া হৈছে।  

 


Post ID :DABP003819