অধ্যায় ৪
মোগল সাম্ৰাজ্য
(Mughal Empire)
অতি চমু প্ৰশ্নঃ
১। ভাৰতৰ মোগল সাম্ৰাজ্য ভোঁট কোনে প্ৰতিষ্ঠা কৰিছিল ? (Who laid the foundation of Mughal Empire in India ?)
Answer:
২। বাবৰ ক'ৰ মানুহ আছিল ? (Babur belonged to which Place ?)
Answer:
৩। বাবৰ প্ৰকৃত নাম কি ? (What was the real name of Babur ?)
Answer:
৪। মোগল শব্দটো কোন শব্দৰ পৰা উদ্ভৱ হৈছে ? (From which word the word Mughal derived ?)
Answer:
৫। বাবৰ আফগানিস্থানৰ অধিপতি কেতিয়া হৈছিল ? (When did Babur become the ruler of Afganisthan ?)
Answer:
৬। পাণিপথৰ প্রথম যুদ্ধ কেতিয়া হৈছিল ? (In which year the 1st battle of Panipath was fought ?)
Answer:
৭। পাণিপথ ক’ত অৱস্থিত ? (Where was panipath situated ?)
Answer:
৮। বাবৰৰ কেতিয়া মৃত্যু হৈছিল ? (When did Babur die ?)
Answer:
৯। চৌচাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? (In which year the Battle chaucha fight ?)
Answer:
১০। ৰাণা সংগ্রাম সিংহ কোন ৰাজ্যৰ ৰজা আছিল ? ( Name the kingdom in which Rana Sangram Singha ruled ?)
Answer:
১১। মােগল সম্রাট বাবৰ আৰু আফগানসকলৰ মাজত কোনখন যুদ্ধ হৈছিল ? (Name the battle which was faught between Mughal Emperor and the afgans ?)
Answer:
১২। আকবৰ মাকৰ নাম কি আছিল ? (What was the name of Akbar's mother ?)
Answer:
১৩। বৈৰাম খান কোন ? (Who was Bairam Khan ?)
Answer:
১৪। হিমু কাৰ সেনাপতি আছিল ? ( Hemu was the commandar of Which sultan ?)
Answer:
১৫। অন্তঃপুৰিকাৰ শাসন কাল কি ? (What do you mean by Rule of Petticoat Govt.?)
Answer:
১৬। মহম আনাগা কোন আছিল ? (Who was Mahom Anaga ?)
Answer:
১৭। বাজবাহাদুৰ ক'ৰ শাসনকর্তা আছিল ? (In Which state BajBahdur ruled ?)
Answer:
১৮। ৰাণী দুর্গাৱতীয়ে ক'ত শাসন কৰিছিল ? (Rani Durgawati ruled in which state ?)
Answer:
১৯। বীৰ সিংহ কাৰ পুত্ৰ আছিল ? (Whose son was Bir Singh ?)
Answer:
২০। মেৱাৰৰ কোনজন ৰাণাই আৰাৱলী পর্বত আশ্রয় লৈছিল ? (Name the Rana of Mewar who took shelter in Arawali Mountain ?)
Answer:
২১। ৰাণী চাঁদবিবি কোন আছিল ? (What was Rani Chandbibi ?)
Answer:
২২। খাচে ৰাজ্যৰ ৰাজধানী কি আছিল ? (What was the capital of Khandesh ?)
Answer:
২৩। সম্রাট আকবৰে কাক দাক্ষিণাত্যৰ শাসনকর্তা পাতিছিল ? (Whom did Akbar make the ruler of Deccan ?)
Answer:
২৪। কোনজন মােগল সম্রাটে বাৰবিধ নতুন আইন জাৰি কৰিছিল ? (Name the Mughal Emperor who issued twelve ordinances ?)
Answer:
২৫। ৰাণা অমৰ সিংহৰ পুত্ৰৰ নাম কি আছিল ? (What was the name of Amar Sihgh's Son ?)
Answer:
২৬। কাংগ্রা ক’ত অৱস্থিত ? (Where was Kangra situated ?)
Answer:
২৭। জাহাংগীৰৰ সময়ত পাৰস্যৰ সম্রাট কোন আছিল ? (Name the Emperor at Persia who was a contemporary of Emperor Jahangir.)
Answer:
২৮। নুৰজাহানৰ পূৰ্বৰ নাম কি ? (What was the origin name of Nurjahan ?)
Answer:
২৯। নুৰজাহান শব্দৰ অৰ্থ কি ? (What was the meaning of Nujahan ?)
Answer:
৩০। যুঝসিংহ ক'ৰ ৰজা আছিল ? (In which kingdom jugar Singh ruled ?)
Answer:
৩১। সম্ৰাট ছাহজাহানে কাক পৰ্টুগীজ দমনৰ বাবে পঠাইছিল ? (Whom did Shajahan send for the Supression of partugese ?)
Answer:
৩২। সম্ৰাট ছাহজাহানৰ সমসাময়িক আহোম ৰজা কোন আছিল ? (Name the Ahom king contemporary of Shah Jahan ?)
Answer:
৩৩। সম্ৰাট ছাহজাহানৰ সমসাময়িক কোঁচ ৰজা কোন আছিল ? (Name the Koch King contemporary of Emperor Shah Jahan ?)
Answer:
৩৪। খানজাহান লোজী কোন আছিল ? (Who was Khan Jahan Lothi ?)
Answer:
৩৫। কোনে আলমগীৰ উপাধি লৈছিল ? (Who took the little 'Alamgir' ?)
Answer:
৩৬। মীৰজুমলাই কেতিয়া গড়গাওঁ অধিকাৰ কৰিছিল ? (In which year Mirjumala occupied Gargaon ?)
Answer:
৩৭। শৰাইঘাট যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল ? (Who was the Ahom King at the time of the battle of Saraighat ?)
Answer:
৩৮। আহোম আৰু মোগলৰ শেষ যুদ্ধখন ক'ত সংঘটিত হৈছিল ? (Where did the last battle between the Mughals and Ahoms faught ?)
Answer:
৩৯। কোন যুদ্ধৰ পাচত বাবৰে 'গাজী' উপাধি গ্ৰহণ কৰিছিল ? (After which battle Babur took the title 'Gazi' ?)
Answer:
চমু প্ৰশ্নঃ
১। ভাৰতত কোনে, কেতিয়া মােগল সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা কৰিছিল ? (Who and in which year laid the foundation of Mughal Empire in India ?)
Answer:
২। বাবৰ দেউতাক আৰু মাকৰ ফালৰ পৰা কাৰ বংশধৰ আছিল ? (Babur related to whose family from his father side & Mother side ?)
Answer:
৩। মােগলসকলৰ ভাৰত অভিযানৰ দুটা উদ্দেশ্য লিখা । ( Write two reasons of Mughals expendition to India.)
Answer:
৪। বাবৰক ভাৰতলৈ আমন্ত্রণ জনােৱা দুজন ভাৰতীয়ৰ নাম লিখা । (Write the name of two Indian people who invited Babur to India.)
Answer:
৫। পাণিপথৰ প্রথম যুদ্ধৰ দুটা ফলাফল লিখা । ( Write two results of the battle Panipath.)
Answer:
৬। খানুৱাৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ? (Between whom the battle of Khanua was faught ?)
Answer:
৭। কনৌজৰ যুদ্ধত কোনে, কাক পৰাস্ত কৰিছিল ? (In the battle of Kanauj, who was defeated by whom.)
Answer:
৮। চৌচাৰ যুদ্ধত ভাগ লােৱা দুটা পক্ষৰ নাম লিখা । (Name the two parties who took participation in the battle of chaucha ?)
Answer:
৯। ঘাগৰাৰ যুদ্ধ কেতিয়া হৈছিল আৰু এই যুদ্ধত কোন পৰাস্ত হৈছিল ? (In which year the battle of Ghagra was faught & who was defeated ?)
Answer:
১০। চিৰহিন্দৰ যুদ্ধত কোনে, কাক পৰাস্ত কৰিছিল ? (who defeated whom in the battle of sirhind ?)
Answer:
১২। সম্রাট আকবৰৰ ক'ত, কেতিয়া জন্ম হৈছিল ? (Where and in which year Emperor Akbar was born ?)
Answer:
১৩। আকবৰে জয় কৰা উত্তৰ ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা । (Write the name of two Kingdoms of Northern India which were conquered by Emperor Akbar.)
Answer:
১৪। সম্রাট আকবৰে জয় কৰা উত্তৰ-পশ্চিম সীমান্ত প্রদেশৰ দুখন ৰাজ্যৰ নাম লিখা। (Write the name of two North-West frontice provinces which were conquered by Emperor Akbar.)
Answer:
১৫। সম্রাট আকবৰে জয় কৰা দক্ষিণ ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা। (Write the name of two kingdom of Southern India which were conquer by Emperor Akbar)
Answer:
১৬। বিহাৰীমল ক’ৰ ৰজা আছিল ? তেওঁ কেতিয়া আকবৰৰ বশ্যতা স্বীকাৰ কৰিছিল ? (Biharimal was the King of which Kingdom ? In which year he got submitted to Akbar.)
Answer:
১৭। হলদিঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ? (In which year the battle of Holdighat was faught ? Who were its participants ?)
Answer:
১৮। আকবৰৰ দাক্ষিণাত্য অভিযানৰ দুটা কাৰণ লিখা । (Write two causes of Akbar's Deccan campaign.)
Answer:
১৯। আকবৰৰ ৰাজ্যবিস্তাৰ নীতিৰ দুটা বৈশিষ্ট্য লিখা । (Write two characteristics of Akbar's policy of expansion.)
Answer:
২০। জাহাংগীৰ আৰু ৰাণা অমৰ সিংহৰ মাজত হােৱা সন্ধিৰ দুটা চর্ত লিখা । (Write two conditions of the treaty made between Jahangir & Rana Amar Singh.)
Answer:
২১। জাহাংগীৰৰৰ দাক্ষিণাত্যৰ অভিযানৰ দুটা কাৰণ লিখা । (Write two causes of Jahangir's Deccan campaign)
Answer:
২২। মালিক অম্বৰ কোন আছিল ? তেওঁ কোন চুলতানৰ অধীনত আছিল ? (Who was Malik Ambar ? Name the sultan whom he served.)
Answer:
২৩। কোনে, কেতিয়া শেষ আফগানক হত্যা কৰিছিল ? (Who and in which year murdered sher Afgan ?)
Answer:
২৪। আহমদনগৰ জয়ৰ পাচত যুৱৰাজ খুৰমক কোনে, কি উপাধি প্রদান কৰিছিল ? (After the conquest of Ahmadnagar prince khuram was honoured by which title and who give him the title ?)
Answer:
২৫। ছাহজাহানৰ পৰ্টুগীজ দমনৰ দুটা কাৰণ লিখা । (Write two causes of the supress of portugese by Shahjahan.)
Answer:
২৬। ছাহজাহানৰ সময়ত মােগলে অসম আক্ৰমণ কৰাৰ দুটা কাৰণ লিখা । (Wtire two causes of the Mughal expendition of Assam during the period of Shahjahan.)
Answer:
২৭। খ্রীঃ ১৬৫৭ ত যুৱৰাজ চুজা আৰু যুৱৰাজ মুৰাদে ক’ত নিজকে সম্রাট বুলি ঘােষণা কৰিছিল ? (In which place prince suja and prince Murad declared themselves as Emperor in on the year 1657 ?)
Answer:
২৮। ছাহজাহানক কেতিয়া আৰু ক’ত ওৰংজেৱে বন্দী কৰি থৈছিল ? (Where and in which year Aurangzeb imprisoned Shahjahan ?)
Answer:
২৯। ঔৰংজেৱক ভাৰতৰ মােগল সম্রাট হিচাপে স্বীকৃতি দিয়া দুখন । বহির্দেশৰ নাম লিখা । (Write the name of two foreign country who recognised Aurangzeb as the king of Mughal India.)
Answer:
৩০। মীৰজুমলা কোন আছিল ? তেওঁ কাৰ নিৰ্দেশত অসম আক্রমণ কৰিছিল ? (Who was Mirzumla ? Under whose command he invaded Assam ?)
Answer:
৩১। লাচিত বৰফুকনক কোনে, কেতিয়া আহােমৰ সেনাপতি পাতিছিল ? (Who and in which year made Lachit Borphukan as the commandar of Assam ?)
Answer:
৩২। ঔৰংজেৱৰ দাক্ষিণাত্য অভিযানৰ দুটা কাৰণ লিখা । (Write two causes of Aurangzeb's Deccan Campaign.)
Answer:
৩৩। আকবৰৰ মন্ত্রীসভাৰ ৰাজপুত মন্ত্ৰীৰ নাম লিখা । (Write the name of two Rajput Minister of Akbar's court.)
Answer:
৩৪। পুৰন্দৰ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ? ( In which year the treaty of Purandar was signed ? Between whom it was signed ?)
Answer:
চমুটোকা লিখাঃ
১ । মেৱাৰৰ ৰাণা সংগ্রাম সিংহ (Rana Sangram Singha of Mewar)
Answer:
২। তালিকটৰ যুদ্ধ ( Battle of Talicoat )
Answer:
৩। পাণিপথৰ প্রথম যুদ্ধ (First Battle of Panipath)
Answer:
৪। বৈৰাম খাঁ (Bairam Khan)
Answer:
৫। অন্তঃপুৰিকাৰ শাসন (Rule of the petticoat Government)
৬। ছাহজাহানৰ সময়ত আহােম - মােগলৰ সম্পর্ক (Ahom-Mughal relations during the period of Shahjahan)
Answer:
৭। ছাহজাহানৰ দাক্ষিণাত্য অভিযান (Deccan campaign of Shahjahan)
Answer:
৮। ছাহজাহানৰ মধ্য-এছিয়া নীতি (Middle Asian Policy of Shahjahan)
Answer:
৯। ছাহজাহানৰ ৰাজত্বৰ শেষৰফালে সিংহাসনৰ উত্তৰাধিকাৰীৰ যুদ্ধ (War of succession during the last period of Shahjahan's reign.)
Answer:
১০। শৰাইঘাটৰ যুদ্ধ (Battle of Saraighat)
Answer:
১১। ঔৰংজেৱৰ দাক্ষিণাত্য নীতিৰ ফলাফল (Results of the Deccar campaign of Aurangzeb)
Answer:
১২। আকবৰৰ ৰাজপুত নীতিৰ কাৰণ (Causes of Akbar's Rajput Policy)
১৩। আকবৰৰ ৰাজপুত নীতিৰ বৈশিষ্ট্য (Characteristics of Akbar's Rajput Policy)
Answer:
১৪। জাহাংগীৰৰৰ ৰাজপুত নীতি (Rajput Policy of Jahangir)
Answer:
ৰচনাধর্মী প্রশ্নঃ
১। আকবৰৰ ৰাজ্য বিস্তাৰৰ এটি বিৱৰণ দিয়া । (Give an account of the territorial expansion of Akbar.)
Answer:
২। আকবৰৰ উত্ত -পশ্চিম সীমান্ত নীতিৰ বৰ্ণনা দিয়া । (Discribe the North-West frontier policy of Akbar.)
Answer:
৩। জাহাংগীৰৰ ৰাজ্যবিস্তাৰ সম্বন্ধে বর্ণনা কৰা । (Describe the ter ritorial expansion of Jahangir.)
Answer:
৪। মােগল সাম্রাজ্যৰ ভেটি সুদৃঢ়কৰণত আকবৰৰ অৱদান আলােচনা কৰা । (Discuss the contribution of Akbar in the consoli dation of the Mughal empire.)
Answer:
৫। আকবৰৰ ৰাজপুত নীতিৰ এটি সমালােচনামূলক টোকা প্রস্তুত কৰা । (Write a critical note on Akbar's Rajput policy)
Answer:
৬। ঔৰংজেৱৰ ৰাজপুত নীতি বর্ণনা কৰা । (Describe the Rajput Policy of Aurangzeb.)
Answer:
Type: Hirak Jyoti Bora.
Morigaon, Assam.
Post ID :DABP003900