মিউচুৱেল ফাণ্ড
(Mutual Funds)
Chapter5
প্ৰশ্নাৱলী
বহলাই লিখাঃ( প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 10 ৰ পৰা 15 নম্বৰ)
1. মিউচুৱেল ফাণ্ড বুলিলে কি বুজা? ভাৰতবৰ্ষত মিউচুৱেল ফাণ্ডৰ গুৰুত্ব ব্যাখ্যা কৰা।
What do you mean by' Mutual Fund'? State the importanvce of Mutual fund is India.
2. মিউচুৱেল ফাণ্ড বুলিলে কি বুজা? মিউচুৱে্ল ফাণ্ড সুবিধাসমূহ উল্লেখ কৰা।
What do youn mean by'Mutual Fund'? Mention the various advantages of ''Mutual Fund'.
3. মিউচুৱেল ফাণ্ড কাক বোলা হয়। মিউচুৱেল ফাণ্ড কাৰ্য্যাৱলীৰ বিয়য়ে এটা চমুটোকা লিখা।
What is 'Mutual Fund'. Write a short note on the functions of 'Mutual Fund'.
4. বিভিন্ন প্ৰকাৰৰ মিউচুৱেল ফাণ্ড বিষয়ে আলোেচনা কৰা।
Discuss about the various types of Mutual fund.
5. ভাৰতবৰ্ষত মিউচুৱেল ফাণ্ড ইতিহাসৰ বিষয়ে এটি চমু টোকা লিখা।
Write a short note on the history of Mutual fund in India.
6. ভাৰতবৰ্ষত সম্পদ পৰিচালনা কোম্পানীৰ অধীনত থকা পৰিসম্পদ বিকাশৰ ধাৰাৰ বিষয়ে আলোচনা কৰা।
Discuss the trends of growth in assets under Asset management company (AMC) in India.
2. চমুটোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 4 ৰ পৰা 5 নম্বৰ)
1. ইউ টি আইঃ UTI
2. নিপুণ বৃত্তিধাৰী পৰিচালনাঃ Expert Professional management
3. Close ended fund: CEF
4. Open ended Fund: OEF
5. উপাৰ্জন আঁচনিঃ Income Scheme
6. বিকাশ আঁচনিঃ Growth Scheme
7. কৰ ৰেহাই আঁচনিঃ Tax Saving scheme
8. সংশয়হীন আঁচনিঃ Gilt hands or scheme
9. সূচকাংক আঁচনিঃ Index scheme
10. সমমান আঁচনিঃ Balance scheme
Dikha Bora