প্ৰশ্নাৱলী
(Questions)

1. What is Existentialism? Explain the nature of existentialist philosophy.

অস্তিত্ববাদ কি? অস্তিত্ববাদী দৰ্শনৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা।


2. Give an account of the characteristic features of existentialist.

অস্তিত্ববাদৰ প্ৰধান বৈশিষ্ট্যসমূহৰ এটি বিৱৰণ দিয়া।


3. Write a note on existentialist emphasis on man's subjective experience.

অস্তিত্ববাদী আত্মিক অভিজ্ঞতাৰ ধাৰণাৰ ওপৰত এটি চমুকৈ টোকা লিখা।

4. What is existentialism? What are the salient features of existentialism?

অস্তিত্বাদ কাক বোলে? অস্তিত্ববাদৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

5. Distinguish between Theistic and Atheistic existentialism. 

আস্তিক আৰু নাস্তিক অস্তিত্ববাদৰ পাৰ্থক্য নিৰ্ণয় কৰা। 

6. "Existence precedes essence" Explain and examine the statement.

"অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱৰ্তী" 一 উক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

7. Does existence precedes essence? Give a critical account of existentialism. 

অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱৰ্তী হয় নে? অস্তিত্ববাদৰ ওপৰত এটি সমালোচনামূলক বৰ্ণনা দিয়া।

8. Expalin existentialism as a trend of contemporary western philosophy.

সমকালীন পাশ্চাত্য দৰ্শনৰ এটি ধাৰা হিচাপে অস্তিত্ববাদৰ ব্যাখ্যা কৰা। 

9. What is the conception of God in Theistic existentialism? Discuss.

 আস্তিক অস্তিত্ববাদৰ ঈশ্বৰৰ ধাৰণাটো কিআলােচনা কৰা।

10. Why do the existentialists generally advocate utmost freedom and responsibility to the individual?

অস্তিত্ববাদীসকলে সাধাৰণতে কিয় ব্যক্তিৰ চৰম স্বাধীনতা আৰু দায়িত্ব কথা কয়?

11. What do you understand by existentialism? Discuss the view that existence precedes essence.

অস্তিত্ববাদ বুলিলে কি বুজা? ‘অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱর্তী’ মতবাদটো আলােচনা কৰা।

12. Explain critically the salient features of Theistic form of existentialism.

আস্তিক অস্তিত্ববাদ প্রধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

13. Bring out the meaning and nature Existential Subjectivity.

অস্তিত্ববাদী আত্মিকতাৰ ধাৰণাটোৰ স্বৰূপ আৰু অর্থ উলিওৱা।

14. Write a critical note on Atheistic Existentialism.

নাস্তিক অস্তিত্ববাদৰ ওপৰত সমালােচনামূলক টোকা লিখা।

15. Give a critical account of the general characteristic of existentialism.

অস্তিত্ববাদৰ সাধাৰণ বৈশিষ্ট্যৰ ওপৰত সমালােচনামূলক বর্ণনা আগবঢ়োৱা।

16. Explain the existential concept of Freedom.
 
অস্তিত্ববাদৰ স্বাধীনতাৰ ধাৰণাটো ব্যাখ্যা কৰা।

17. What are the backgrounds of existential movement? Discuss.

 অস্তিত্ববাদী আন্দোলনৰ পটভূমি কি কি? আলােচনা কৰা।

18. Explain the different views regarding the meaning of the term ‘Existence'

‘অস্তিত্ব’ শব্দটোৰ ওপৰত থকা বিভিন্ন অভিমত ব্যাখ্যা কৰা।

19. Is existentialism anti-idealistic? Discuss.

অস্তিত্ববাদ ভাববাদ বিৰােধীন নে? আলােচনা কৰা।

20. Explain how existentialist philosophers attack on naturalism.

অস্তিত্ববাদী দার্শনিকে কেনেদৰে প্রকৃতিবাদৰ বিৰােধিতা কৰিছে ব্যাখ্যা কৰা। 

21.Explain briefly the existential concept of morality. 

অস্তিত্ববাদী নৈতিকতাৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা। 

Short Questions : 
চমু প্রশ্নঃ

 1. Who is the father of existentialism?

 অস্তিত্ববাদৰ জনক কোন?

 2. Name any two existentialist philospohers. 

যিকোনাে দুজন অস্তিত্ববাদী দার্শনিকৰ নাম উল্লেখ কৰা।

 3. Who are the theistic existentialists? 

আস্তিক অস্তিত্ববাদী দার্শনিকসকল কোন কোন?

 4. Who are the atheistic existentialists?

 নাস্তিক অস্তিত্ববাদী দার্শনিকসকল কোন কোন?

 5. What is the literal meaning of ' Existence"? 

‘অস্তিত্ব’ শব্দটোৰ আক্ষৰিক অর্থ কি? 

6. Belief in the primacy of _______  is a characteristic features of existentialism. (Fill in the gap) 

প্রাধান্যত বিশ্বাস অস্তিত্ববাদৰ এটা বৈশিষ্ট্য। (খালী ঠাই পুৰণ কৰা)

 7. Which of the following sentence is true : 
     তলৰ কোনটো বাক্য সত্য? 

(a) Existentialism is a protest in the name of individuality.

 অস্তিত্ববাদ ব্যক্তিত্বৰ নামত এটি বিৰােধ।

(b) Existentialism is related to positivism.

অস্তিত্ববাদ প্ৰত্যক্ষবাদৰে সম্পৰ্কিত।

(c) Existentialism cmphasises abstract thinking.

অস্তিত্ববাদ বিমূৰ্ত চিন্তাৰ ওপৰত জোৰ দিয়ে।

9. Existentialism relates truth with ----- (subjectivity / objectivity / universality) (Write the correct answer)

অস্তিত্ববাদ সত্যক ---- ৰ লগত সম্পর্কিত বুলি কয় (আত্মিকতা / বস্তুগততা / সার্বিক) (শুদ্ধ উত্তৰটো লিখা)

10. Name one theistic existentialist philosopher.

এজন আস্তিক অস্তিত্ববাদী দার্শনিকৰ নাম লিখা।

11. Name one atheistic existentialist philosopher.

এজন নাস্তিক অস্তিত্ববাদী দার্শনিকৰ নাম লিখা।

12. Name two pioneers of existentialism.

দুগৰাকী অস্তিত্ববাদৰ অগ্রদূত বা পথ প্রদর্শকৰ নাম লিখা।

13. What is the main subject matter of existentialism?

অস্তিত্ববাদৰ মূল বিষয়বস্তু কি?

14. Why existentialist philosophy is called humanistic?

অস্তিত্ববাদী দর্শনক কিয় মানৱতাবাদী বুলি কোৱা হয়?

15. In what sense the existentialist philosophers used the term Existence? 'Existence'

শব্দটো অস্তিত্ববাদীসকলে কি অর্থত ব্যৱহাৰ কৰিছে?

16. Why existentialist philosophy is called "Dangerous Justification of Human Liberty'?

অস্তিত্ববাদী দর্শনক কিয় ‘মানৱীয় স্বাতন্ত্র্যতাৰ ভয়াবহ সমর্থন’ বুলি কোৱা  হয়?

17. Why existentialist philosophy is called 'Philosophy of Crisis'?

অস্তিত্ববাদী দৰ্শনক কিয় 'আপতকালীন দৰ্শন' বুলি কোৱা হয়?

18. Why existentialist philosophy is called 'Cafe philosophy'?

অস্তিত্ববাদী দৰ্শনক কিয় 'চাদোকানৰ দৰ্শন' বুলি কোলা হয়?

19. Heidegger used three terms instead of 'Existence.' What are these?

হাইডেগাৰ 'Existencc' ৰ পৰিৱৰ্তে তিনিটা শব্দ ব্যৱহাৰ কৰিছে। এই শব্দ তিনিটা কি কি?

20. What does Heidegger mane by 'Dasein'?

'Dasein' ৰ দ্বাৰা হাইডেগাৰে কি বুজাইছে?

21. What is ensoi, according to Sartre?

ছাৰ্ত্ৰেৰ মতে, ensoi কি? 

22. What is pour soi, according to Sartre?

ছাৰ্ত্ৰেৰ মতে pour soi কি?

23. Why existentialist philosophers attack on idealism?

অস্তিত্ববাদী দাৰ্শনিকে কিয় ভাববাদৰ বিৰোধিতা কৰিছে?

24. Why existentialist philosophers attack on naturalism?

অস্তেত্ববাদী দাৰ্শনিকে কিয় প্ৰকৃতিবাদৰ বিৰোধিতা কৰিছে?

25. Why existentialist philosophers attack on metaphysics?

অস্তিত্ববাদী দাৰ্শনিকে কিয় অধিবিদ্যাৰ বিৰোধিতা কৰিছে?

26. Why existentialist philosophy is called 'faith philosophy'?

অস্তিত্ববাদী দৰ্শনক কিয় 'বিশ্বাসৰ দৰ্শন' বুলি কোৱা হয়?

27. Why existentialist philosophy is called ' Philosophy of Irrationalism"?

অস্তিত্ববাদী দর্শনক কিয় ‘অবুদ্ধিবাদৰ দৰ্শন’ বুলি কোৱা হয়?

28. Existentialist philosophy belief in the existence of _________ (Fill in the gap)

অস্তিত্ববাদী দর্শনত _______  ৰ অস্তিত্বত বিশ্বাস কৰা হয়। (খালী ঠাই পুৰণ কৰা)

29. Which group of philosopher made the statement 'Essence precedes exisence"?

কোন দলৰ দার্শনিকে ‘সাৰসত্তা অস্তিত্বৰ পূৰ্বৱৰ্তী' বুলি উক্তি কৰিছে?

30. 'Existence precedes essence. 'Name the philosopher who is associated with this statement.

‘অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱর্তী’– এই উক্তিৰ লগত জড়িত দার্শনিক গৰাকীৰ নাম উল্লেখ কৰা।

31. 'Existence precedes essence. 'Who at first used this statement?

 ‘অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱর্তী’一 এই উক্তিটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰে?

32. Which group of philosophers made the statement 'Existence precedes essence.'?

কোন দলৰ দার্শনিকে ‘অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱর্তী বুলি উক্তি কৰে?

 33. "Truth is subjectivity. 'Who expressed this view?

‘সত্য আত্মিক’— এই উক্তিটো কোনে আগবঢ়াইছে?

34. "Man is condemned to be free. 'Who expressed this view?

‘মানুহ স্বাধীন হ’বলৈ বাধ্য বা অভিশপ্ত’---- এই উক্তিটো কোনে আগবঢ়াইছে?

35. What is existential ethics?

অস্তিত্ববাদী নৈতিকতা কি?

36. 'God is dead. 'Who said this?

‘ঈশ্বৰ মৃত’ বুলি কোনে কৈছে?

37. Who is the" Absolute Thou', according to Marcel?

মার্চেলৰ মতে, 'পৰম তুমি ’ কোন?



B.A Sem philosophy (Major) 1

Type: Nayan Moni Deka