অধ্য়ায় ১৮
পদান্বয় (Parsing)


তলত দিয়া বাক্য়কেইটাৰ পদ পৰিচয় দিয়াঁঃ

ক) মহাত্মা গান্ধী সকলো ধৰ্মৰ প্ৰতি উদাৰ আছিল।
উত্তৰঃ

খ) বহাগত ফুলাম গামোচা মূৰত মাৰি ডেকাহঁতে বিহুনাচ নাচে আৰু মনৰ আনন্দৰে বিহুগীত গায়।
উত্তৰঃ

গ) অঞ্জলি বৰ শান্ত ছোৱালী, তাইক সকলোৱে মৰম কৰি উপহাৰ দিয়ে।
উত্তৰঃ

Type Hirak Jyoti Bora