ফ্ৰেদ্ৰিক নীটজেৰ দৰ্শন (Philosophy of Friedrich Nietzsche) Chapter 4 Question Answer | B.A 6th Semester Philosophy Solution | B.A 6th Semester Philosophy suggestion | B.A 6th Semester Philosophy Question Answer Assamese medium | B.A 6th Semester Philosophy Notes | B.A 6th Semester Philosophy Question Answer | ফ্ৰেদ্ৰিক নীটজেৰ দৰ্শন (Philosophy of Friedrich Nietzsche) পাঠটোৰ প্ৰশ্ন উত্তৰ 


ফ্ৰেদ্ৰিক নীটজেৰ দৰ্শন (Philosophy of Friedrich Nietzsche)

প্ৰশ্নাৱলী

(Questions)

1. Give a brief introduction about the life of Nietzsche. 

নীটজেৰ জীৱনৰ সম্বন্ধে চমুকৈ লিখা। 

2. What is nihilism? Explain Nietzsche's concept of ethical nihilism.

শুন্যবাদ কি? নীটজেৰ নৈতিক শুন্যবাদৰ ধাৰণাটো ব্যাখ্যা কৰা।

3. “Man does not discover his values: he creates them. "Explain the statement with special reference to Nietzsche's nihilism.

“মানুহে তেওঁৰ মূল্যক আৱিষ্কাৰ নকৰে; তেওঁ তাক সৃষ্টি কৰে।” নীটজেৰ শুন্যবাদৰ আলমত উক্তিটো ব্যাখ্যা কৰা।

4. Discuss Nietzsche's theory of nihilism.

নীটজেৰ শুন্যবাদৰ তত্ত্বটো আলােচনা কৰা।

5. Write a short note on religious nihilism.

ধর্মীয় শুন্যবাদৰ ওপৰত এটি চমু টোকা লিখা।

6. What do you mean by transvaluation of values? Expalin after Nietzsche. 

মূল্যৰ মূল্যান্তৰণ বুলিলে তুমি কি বুজা? নীটজেক অনুসৰণ কৰি ব্যাখ্যা কৰা।

7. What morality, according to Nietzsche? Discuss Nietzsche's ethical theory. 

নীটজেৰ মতে, নৈতিকতা কি? নীটজেৰ নৈতিক মতবাদ আলােচনা কৰা।

 8. What is morality? What are the two types of morality according to Nietzsche?

 নৈতিকতা কি? নীটজেৰ মতে, দুই প্রকাৰৰ নৈতিকতা কি কি?

9. Distinguish between slave morality and master morality.

দাস নৈতিকতা আৰু প্ৰভূ নৈতিকতাৰ মাজত পার্থক্য নিৰূপণ।

10. How did Nietzsche attack on Chritianity? Explain.

নীটজে খ্রীষ্টান ধর্মক কেনেদৰে সমালােচনা কৰিছিল? ব্যাখ্যা কৰা।

11. Explain Nietzsche's concept of Will to power.

নীটজেৰ ক্ষমতা লাভৰ ইচ্ছাৰ ধাৰণাটো ব্যাখ্যা কৰা।

12. Discuss Nietzsche's view on Superman.

নীটজেৰ অতিমানৱৰ অভিমতটো আলােচনা কৰা।

13. Write a note on the concept of superman.

অতিমানৱৰ ধাৰণাৰ ওপৰত এটি টোকা লিখা।


Short Questions:

চমু প্রশ্ন:

1. When and where Nietzsche was born?

নীটজে ক'ত আৰু কেতিয়া জন্মগ্রহণ কৰিছিল? 

2. Who was the father of Nietzsche? 

নীটজেৰ পিতৃ কোন আছিল?

 3. Name one philosopher by whom Nietzsche was influenced?

 নীটজেক প্ৰভাৱিত কৰা এগৰাকী দার্শনিকৰ নাম উল্লেখ কৰা।

 4. Name any two books of Nietzsche? 

নীটজেৰ যিকোনাে দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা।

 5. What is the first book of Nietzsche? 

নীটজেৰ প্রথম গ্রন্থখনৰ নাম কি? 

6. Who was the author of' The Birth of Tragedy out of the Spirit of Music'? "The Birth of Tragedy out of the Spirit of Music' লেখক কোন?

7. Who was the author of 'Human, All-Too Human'? 

গ্ৰন্থখনৰ লেখক কোন?

8. Who was the author of 'The Joyful Wisdom'?

গ্ৰন্থখনৰ লেখক কোন?

9. Who was the author of 'On the Genealogy of Morals'?

গ্ৰন্থখনৰ লেখক কোন? 

10. Who was the author of 'Will to power'?

'Will to power' গ্ৰন্থখনৰ লেখক কোন?

11. Who was the author of 'Thus Spoke Zurathustra'?

'Thus Spoke Zurathustra' গ্ৰন্থখনৰ লেখক কোন?

12. Who was the author of 'Beyond Good and Evil'?

'Beyond Good and Evil' গ্ৰন্থখনৰ লেখক কোন?

13. Who was the author of the following books:

তলত দিয়া গ্ৰন্থসমূহৰ লিখক কোনঃ

(a) The Case of Wagner

(b) The Twilight of the Idols 

(c) The Antichrist

(d) The Gay Science 

(e) Daybraek

14. Name the autobiography of Nietzsche.

নীটজেৰ আত্ম-জীৱনিখনৰ নাম কি?

15. Who said that 'God is dead.'?

'ঈশ্বৰ মৃত' বুলি কোনে কৈছে?

16. The term 'Nihil' is a Letin / Greek / German term. (Choose the correct answer)

'Nihil' শব্দটো লৈটিন / গ্ৰীক / জাৰ্মান শব্দ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

17. What is the literal Meaning of the term 'Nihilism'?

'Nihilism' ৰ আক্ষৰিক অৰ্থ কি?

18. What is the meaning of the term 'nihil'?

 ‘nihil' শব্দৰ অর্থ কি? 

19. What is nihilism? 

শুন্যবাদ কাক বােলে? 

20. What does Nietzsche's nihilism mean? 

নীটজেৰ শুন্যবাদে কি বুজায়?

21. Name the philosopher who at first believed in nihilism?

শুন্যবাদত বিশ্বাস কৰা প্ৰথম গৰাকী দার্শনিকৰ নাম উল্লেখ কৰা।

22. What is ethical or moral nihilism? 

নৈতিক শুন্যবাদ কাক বােলে?

23. What is religious nihilism?

 ধর্মীয় শুন্যবাদ কাক বােলে? 

24. What do you mean by transvaluation of values?

মূল্যৰ মূল্যান্তৰণ বুলিলে কি বুজা?

25. What are the two types of morality, according to Nietzsche? 

নীটজেৰ মতে, দুই প্রকাৰৰ নৈতিকতা কি কি? 

26. What slave morality?

 দাস নৈতিকতা কাক বােলে? 

27. What do you mean by master morality? 

প্রভূ নৈতিকতা বুলিলে কি বুজা? 

28. "God is dead." ---- Who is the advoacte of this view? 

ঈশ্বৰ মৃত’ — এই উক্তিৰ প্ৰৱক্তা কোন? 

29. Was Nietzsche a atheist? 

নীটজে এজন নিৰীশ্বৰবাদী নে? 

30. What is will to power? 

ক্ষমতা লাভৰ ইচ্ছা কাক কয়? 

31. What did Nietzsche mean by the superman? 

অতিমানৱৰ দ্বাৰা নীটজে কি বুজাইছে? 

32. Write any two qualities of superman . 

অতিমানৱৰ যিকোনাে দুটা গুণ উল্লেখ কৰা।


Type: Nayan moni Deka