কীৰ্কেগাৰ্ডৰ দৰ্শন

প্ৰশ্নাৱলী 

(Question)

1. What are the three existential transformation of humsn? Explain them briefly.

মানৱ অস্তিত্বৰ তিনিটা পৰিৱৰ্তন কি কি? সেইবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

 2. What do you mean by stages of life? Explain after kierkehard?

জীৱনৰ স্তৰ বা পৰ্যায় বুলিলে কি বুজা? কীৰ্কেগাৰ্ডক অণুসৰণ কৰি আলোচনা কৰা।

উত্তৰঃ 

3. Discuss critically kierkegard's concept of subjectivity and truth.

কীৰ্কেগাৰ্ডৰ আত্মিকতা আৰু সত্যতাৰ ধাৰণটো সমালোচনামূলক আলোচনা কৰা।

উত্তৰঃ 

4. Is truth subjective? Explain after kierkegard.

সত্য আত্মিক নে? কীৰ্কেগাৰ্ডক অনুসৰণ কৰি ব্যাখ্যা কৰা।

উত্তৰঃ

5. "Subjectivity is the truth.'Explain and examine the statement. 

"আত্মিক বিষয়ীগততাই সত্যতা"ーএই উক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।

উত্তৰঃ

6. What are the three stages of human existence? Discuss. 

মানৱ অস্তিত্বৰ তিনিটা স্তৰ বা পৰ্যায় কি কি? আলোচনা কৰা।

উত্তৰঃ

7. Expalain the religious stage of human existence.

মানৱ অস্তিত্ব সম্পৰ্কীয় ধৰ্মীয় স্তৰটো ব্যাখ্যা কৰা।

উত্তৰঃ

8. What do you mean by aesthetic stage of life? Explain after kierkegard. 

সৌন্দাৰ্যত্মক বা সাংবেদনিক স্তৰ বুলিলে কি বুজা? কীৰ্কেগাৰ্ডক অনুসৰণ কৰি ব্যাখ্যা কৰা।

উত্তৰঃ

9. Discuss after kierkegard the ethical stsge of human existence.

কীৰ্কেগাৰ্ডক অনুসৰণ কৰি মানৱ জীৱনৰ নৈতিক স্তৰটো আলোচনা কৰা।

উত্তৰঃ

10. Explain the religious stage of human existential transformation.

মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধৰ্মীয় স্তৰটো ব্যাখ্যা কৰা।

উত্তৰঃ

11. What do you mean by subjectivity of truth? Explain characteristcs of subjective truth.

আত্মিক সত্যতা বুলিলে কি বুজা? আত্মিক সত্যতাৰ বৈসিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

12. What are the characteristic features of subjective truth? Discuss.

আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ কি কি? আলােচনা কৰা। 

উত্তৰঃ

13. Explain briefly Kierkegaard's concept of truth. 

কীর্কেগার্ডৰ সত্যৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

14. Write an essay on Kierkegaard's view about the stages of existential transformation. 

মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পর্কীয় কীর্কেগার্ডৰ অভিমতৰ ওপৰত এটি ৰচনা লিখা। 

উত্তৰঃ


সংক্ষিপ্ত প্রশ্ন

(Short questions) 

1. Who is the father of existentialism? 

অস্তিত্ববাদৰ জনক কোন? 

উত্তৰঃ

2. Name of any two books of Kierkegaard. 

কীর্কেগার্ডৰ যিকোনাে দুখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ

3. When and where Kierkegaard was born? 

ক'ত আৰু কেতিয়া কীর্কেগার্ডে জন্মগ্রহণ কৰিছিল? 

উত্তৰঃ

4. Who was the father of Kierkegaard? 

কীর্কেগার্ডৰ পিতৃ কোন আছিল? 

উত্তৰঃ

5. Who is the author of 'Concluding Unscientific Postscript'? ‘Concluding Unscientific Postscript'  

গ্রন্থখনৰ গ্ৰন্থকাৰ কোন?

উত্তৰঃ

6. Who is the author of 'Either / or'?

 Either / or’ গ্ৰন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

7. Who is the author of Fear and Trembling'? 

'Fear and Trembling' গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ  

8. Who is the author of ' Journals"? 

Journals গ্রন্থখনৰ গ্রন্থকাৰ কোন? 

উত্তৰঃ

9. Who is the author of 'Philosophical Fragments"?

 Philosophical Fragments' গ্ৰন্থখনৰ গ্রন্থকাৰ কোন? 

উত্তৰঃ

10. Who is the author of 'The Point of View'? 

“The Point of View গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

11. Who is the author of 'Stages on Life's Way"? 

“Stages on Life's Way' গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ

12. Who is the author of 'The Sickness Unto Death'?

‘The Sickness Unto Death' গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

13. Who is the author of 'Training in Christianity'? 

‘Training in Christianity' গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

14. Who is the author of 'The Concept of Dread'?

‘The Concept of Dread’ গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

15. Who is the author of 'Works of Love'? 

‘Works of Love' গ্রন্থখনৰ গ্রন্থকাৰ কোন?

উত্তৰঃ 

16. What are the three stages of human existence? 

মানৱ অস্তিত্বৰ তিনিটা স্তৰ কি কি? 

উত্তৰঃ

17. What are the three spheres of existence? 

মানৱ অস্তিত্বৰ তিনিটা অৱস্থিতি কি কি?

উত্তৰঃ 

18. What are the symptoms of Aesthetic Stage?

সাংবেদনিক স্তৰৰ লক্ষণ কেইটা কি কি? 

উত্তৰঃ

19. Who is called by Kierkegaard the 'father of faith'?

কীর্কেগার্ডে ‘বিশ্বাসৰ জনক’ বুলি কাক কৈছে?

উত্তৰঃ

20. What is truth, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে সত্য কি?

উত্তৰঃ

21. "________ is the truth" (fill the blank)

'সত্য হ'ল _______ ' (খালী ঠাই পূৰণ কৰা)

22. According to kierkegaard, truth is Subjectivity objectivity.

কীৰ্কেগাৰ্ডৰ মতে, সত্য মূৰ্ত /  অমূৰ্ত বিষয়।

উত্তৰঃ

23. According to kierkegaard, truh is Subjectivity / objectivity.

কীৰ্কেগাৰ্ডৰ মতে, সত্য আত্মগত / বস্তুগত।

উত্তৰঃ

24. Was kierkegaard a theistic?

কীৰ্কেগাৰ্ডৰ এজন আস্তিক নে।

উত্তৰঃ

25. Give kierkegaard's difinition of truth.

কীৰ্কেগাৰ্ডৰ সত্যৰ সংজ্ঞাটো দিয়া।

উত্তৰঃ

 26. What is the first stage of existential transformation according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰথম স্তৰটো কি?

উত্তৰঃ

27. What is the second stage of existential transformation according to kierkegaard? 

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় দ্বিতীয় স্তৰটো কি।

উত্তৰঃ

28. What is the last stage of existential transformation according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সৰ্বশেষ স্তৰটো কি?

উত্তৰঃ

29. Why did kierkegaard reject the emphasis upon objectivity? 

বস্তুগততাৰ আধিপত্যক কীৰ্কেগাৰ্ডে কিয় অস্বীকাৰ কৰিছে?

উত্তৰঃ

30. Why did kierkegaard emphasis upon subjectivit?

আত্মিকতাৰ ওপৰত কীৰ্কেগাৰ্ডি কিয় জোৰ দিছে?

উত্তৰঃ

31.What is aesthetic stage of existential transformation, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সাংবেদনিক স্তৰটো কি?

উত্তৰঃ

32. What is ethical stage of existenyial transformation, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় নৈতিক স্তৰটো কি?

উত্তৰঃ

33. What is religious stage of existential transformation, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধৰ্মীয় স্তকটো কি?

উত্তৰঃ 

34. What are the three symptoms of aesthetic stage, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, সাংবেদনিক স্তৰৰ তিনিটা লক্ষণ কি কি?

উত্তৰঃ

35. What is ethical despair, according to kierkegaard? 

কীৰ্কেগাৰ্ডৰ মতে, নৈতিক হতাশ কি?

উত্তৰঃ

36. What is the stage of faith, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, বিশ্বাসৰ স্তৰ কোনটো?

উত্তৰঃ

37. What is the highest morality, according to kierkegaard?

কীৰ্কেগাৰ্ডৰ মতে, শ্ৰেষ্ঠ নৈতিকতা কি?

উত্তৰঃ 

38. According to Kierkegaard, God can be known by (subjectively / objectively). (Choose the correct alternative)

কীর্কেগার্ডৰ মতে, ঈশ্বৰক জনা যায় (আত্মিকভাৱে / বস্তুগতভাৱে) (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

উত্তৰঃ

39. “I do not know Truth except when it becomes life with me Who is associated with this statement? 

"I do not know Truth except when it becomes life with me”

এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকী কোন?

উত্তৰঃ

40. “Truth is subjectivity.” ---- Who expressed this view?

“সত্য আত্মিক” -এই মত কোনে আগবঢ়াইছে?

উত্তৰঃ


Type: Nayan Moni Deka