ছাৰ্ত্ৰেৰ দৰ্শন (Philosophy of Sartre)

প্ৰশ্নাৱলী

(Questions) 

1. What existence? Does existence precedes essence? Discuss. 

অস্তিত্ব কি? অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী নে? আলোচনা কৰা।

2. Discuss the contrast between 'existence' and 'essence'.

‘অস্তিত্ব' আৰু 'সাৰধৰ্ম'ৰ বিৰােধিতা আলােচনা কৰা।

3. Discuss Sartre's view about human freedom. 

ছাত্রেৰ মানৱ স্বাধীনতাৰ অভিমতটো আলােচনা কৰা।

4. Explain Sartre's view about the relationship between existence and essence.

অস্তিত্ব আৰু সাৰধৰ্মৰ সম্বন্ধ সম্পর্কীয় ছাত্রেৰ অভিমত ব্যাখ্যা কৰা।

5. What is human freedom, according to Sartre?

 ছাত্রেৰ মতে, মানৱ স্বাধীনতা কি?

6. Explain after Sartre the relation between freedom and responsibility. 

ছাত্রেক অনুসৰণ কৰি স্বাধীনতা আৰু দায়বদ্ধতাৰ সম্বন্ধ ব্যাখ্যা কৰা।

7. What are the obstacle of human freedom, according Sartre? Explain them. 

ছাত্রেৰ মতে, মানৱ অস্তিত্বৰ প্রতিবন্ধক বা বাধাসমূহ কি কি? সেইবােৰ ব্যাখ্যা কৰা। 

8. Discuss how the idealist philosophers proved that 'essence precedes existence.' 

ভাববাদী দার্শনিকসকলে কেনেদৰে সাৰসত্তা অস্তিত্বৰ পূৰ্বৱর্তী' বুলি প্রমাণ কৰিছে আলােচনা কৰা ৷

 9. "Man is condemned to be free." Discuss the significance of this statement. 

“মানুহ স্বাধীন হ’বলৈ বাধ্য বা অভিশপ্ত” --- এই উক্তিটোৰ তাৎপর্য আলােচনা কৰা। 

10. Is a man absolutely free? Discuss with reference to Sartre's concept of freedom. 

এজন মানুহ সম্পূৰ্ণৰূপে স্বাধীন নে? ছাত্রেৰ স্বাধীনতাৰ ধাৰণাৰ প্ৰসংগ সহকাৰে আলােচনা কৰা। 


Short Questions : 

চমু প্রশ্ন : 

1. When and where Sartre was born? 

ছাত্রে ক'ত আৰু কেতিয়া জন্মগ্রহণ কৰিছিল? 

2. Name any one novel of Sartre. 

ছাত্রেৰ যিকোনাে এখন উপন্যাসৰ নাম লিখা।

3. 'Man is condemned to be free.' Who said?

"মানুহ স্বাদীন হ'বলৈ বাধ্য বা অভিশপ্ত"一কোন কৈছে?

4. State the name of any tow books of Sartre. 

ছাৰ্ত্ৰেৰ যিকোনো দুখন কিতাপৰ নাম উল্লেখ কৰা। 

5. "Existence precedes essence". ―Who said this?

"অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱৰ্তী" ―এইটো কোনে কৈছে?

6. Who is the author of 'Existentialism and Humanism.'

'Existentialism and Humanism' গ্ৰন্থখনৰ লেখক কোন?

7. Who is the author of 'Being and Nothingness.'?

'Being and Nothingness' গ্ৰন্থখনৰ লেখক কোন?

8. Who is the author of 'Nausea.'?

'Nausea' গ্ৰন্থখনৰ লেখক কোন?

9. Who is the author of 'Existentialism and Human Emotion'?

'Existentialism and Human Emotion' গ্ৰন্থখনৰ লেখক কোন?

10. Was Sartre a atheist?

ছাৰ্ত্ৰে এজন নাস্তিক বা নিৰীশ্বৰবাদী নে?

11. State any two obstacles of human freedom?

মানৱ স্বাধীনতাৰ যিকোনো দুটা প্ৰতিবন্ধক লিখা।

12. Did Sartre admit fatalism?

ছাৰ্ত্ৰে ভাগ্যবাদক স্বীকাৰ কৰে নে?

13. Sartre was a determinist / indeterminist.

ছাৰ্ত্ৰে এজন নিয়তিবাদী / অনিয়তিবাদী।

14. Did Sartre admit determinism?

ছাৰ্ত্ৰে নিয়তিবাদক স্বীকাৰ কৰে নে?


Type: Nayan Moni Deka