অধ্যায় ২

ৰাজনৈতিক গাঁথনি 

(Political Structures)


Answer:
১। চোল সাম্রাজ্য প্রশাসনিক বিভাগসমূহৰ প্রকৃতি সমালােচনাত্মক টোকা লিখা । 

২। অষ্টম আৰু দ্বাদশ শতাব্দীত চোল ৰাজ্যৰ ৰাজনৈতিক পৰিৱর্তনৰ বিষয়ে আলােচনা কৰা । 

Answer:

৩।পাল বংশৰ শাসনকালত বংগৰ ৰাজনৈতিক আৰু সাংস্কৃতিক উৎকর্ষ বিশেষভাৱে উল্লেখ কৰি এটি চমু বিৱৰণ দিয়া । 

Answer:

৪। তুর্কী আক্রমণকাৰীৰ সপক্ষে আৰু বিপক্ষে দিয়া বিৱৰণসমূহৰ বিষয়ে আলােচনা কৰা । 

Answer:

৫। ভাৰতত তুর্কীসকলৰ বিজয়ৰ প্রকৃতি আৰু প্ৰভাৱৰ বিষয়ে আলােচনা কৰা । 

Answer:

৬। তুর্কীসকলৰ ভাৰত আক্ৰমণৰ বিষয়ে পােৱা ভাৰতীয় আৰু বিদেশী সমলসমূহ আলােচনা কৰা ।

Answer:

৭। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ বিষয়ে আলােচনা কৰা । 

Answer:

৮। চুলতান মামুদ আৰু মহম্মদ ঘুৰীৰ ভাৰত আক্ৰমণৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।  

Answer:

৯। আৰবিয়ানসকলে কিয় ভাৰত আক্ৰমণ কৰিছিল ? ইয়াৰ ফলাফল কি আছিল ? 

Answer:

১০। মধ্যযুগৰ প্রথমার্ধত ভাৰতত ৰাজ্যসমূহৰ প্রকৃতি নির্ণয় কৰা । ইয়াক ‘সামন্ত প্রথা’ বুলি ক'ব পাৰিনে ? 

Answer:

১১। চমু টোকা লিখা ? 

চোল শাসন প্রণালী, ত্রিশক্তিৰ যুদ্ধ ।


Type: Hirak Jyoti Bora.



Post ID : DABP003884