জুৰ মলয়াই
কোন দেশলৈ বাতৰি বিলাই
এই মাটিতে
কঁহুৱা বনত
এবাৰ ৰৈ কৈ
যোৱা ।।
ফাগুন অহাৰ
সময়তে
আকৌ আহি ক’বা
ভৰি ৰ’ব যেন মৰমতে, তোমাৰে
কথাটি ।
নতুন আশা আনি
দিব
নিতৌ পুৱা
গধূলিতে
ভৰি ৰ’ব যেন সাৰগৰে, মনটি
সুখেৰে ।।
No subjects found. Create Your Profile
জুৰ মলয়াই
এই মাটিতে
কঁহুৱা বনত
এবাৰ ৰৈ কৈ
যোৱা ।।
ফাগুন অহাৰ
সময়তে
আকৌ আহি ক’বা
ভৰি ৰ’ব যেন মৰমতে, তোমাৰে
কথাটি ।
নতুন আশা আনি
দিব
নিতৌ পুৱা
গধূলিতে
ভৰি ৰ’ব যেন সাৰগৰে, মনটি
সুখেৰে ।।
Print PDF ব্যৱহাৰ কৰিবলৈ Website-ত Login থকা Account-ত Active Membership থাকিব লাগিব।
Dailyassam আপোনাৰ Home Screen ত সফলভাৱে সংলগ্ন কৰা হৈছে।
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links