ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ড আৰু গোলকীয় প্ৰতিষ্ঠনসমূহ

অনুশীলনী

A. শুদ্ধ উত্তৰটো লিখা (Choose the correct answer)ঃ

1. ব্যক্তিগত খণ্ডৰ ব্যৱসায়ত চৰকাৰৰ বিনিয়ােগৰ পৰিমাণ হৈছে (The share of government investment in a private sector is) 

(i) শতকৰা 50 ভাগ (at least 50 %) 

(ii) শতকৰা 90 ভাগ (at least 90 %) 

(iii) বিনিয়ােগ নাথাকে (no investment) 

(iv) শতকৰা 10 ভাগ (at least 10 %) 

2. ব্যক্তিগত খণ্ডৰ ব্যৱসায়ৰ মূলধনৰ উৎস হৈছে– (Source of capital in a private sector is) 

(i) বাণিজ্যিক বেংক (Commercial Bank) 

(ii) বিত্তীয় প্রতিষ্ঠান (Financial institution) 

(iii) মালিক (Owner) 

(iv) 69017 (Government.) 

3. সমবায় সমিতিৰ উপার্জিত লাভ ভােগ কৰে— (Profit is a co-operative society is enjoyed by the) 

(i) সদস্যসকলে (Members) 

(ii) চৰকাৰে (Government) 

(iii) সদস্য আৰু চৰকাৰে (Government and member) 

(iv) লাভ বিতৰণ কৰিব নােৱাৰে (Profit cannot be distributed.) 

4. অংশীদাৰী ব্যৱসায় গঠন হয়— (A partnership firm is formed by) 

(i) অংশীদাৰী চুক্তিৰ দ্বাৰা (By partnership deed) 

(ii) 1932 চনৰ অংশীদাৰী আইনৰ দ্বাৰা (As per provision of partnership act 1932) 

(iii) অংশীদাৰসকলৰ ব্যক্তিগত প্রচেষ্টাৰে (By personal approach of partner) 

(iv) চৰকাৰৰ দ্বাৰা (By the Government.)

5. চৰকাৰী কোম্পানী হৈছে এনে এটা কোম্পানী য'ত চৰকাৰৰ হাতত থকা নিম্নতম আদায়কৃত মূলধনব fame- (A government company is any company in which the paid up capital held by the government is not less than) 

(i) 25 শতাংশ (25 percent) 

(ii) 75 শতাংশ (75 percent) 

(iii) 51 শতাংশ (51 percent) 

(iv) 99 শতাংশ (99 percent) 

6. ৰাজহুৱা খণ্ডৰ ব্যৱসায় পৰিচালনা , নিয়ন্ত্রণ আদিৰ দায়িত্ব দিয়া হয়— (The responsibility for manage-ment and control of public sector is entrusted with 

(i) বাইজৰ দ্বাৰা নির্বাচিত সদস্যক (Elected member from public) 

(ii) চৰকাৰক (By the government) 

(iii) সঞ্চালক মণ্ডলীক (By the directors) 

(iv) ব্যক্তিগত প্রতিষ্ঠানক (Sole proprietorship) 

7. গােলকীয় প্রতিষ্ঠান পৰিচালনা আৰু নিয়ন্ত্রণ কৰে (Multinational companies are controlled and managed by) 

(i) পঞ্জীভূক্ত কার্যালয়ে (Registered office) 

(ii) সংসদে (Parliament) 

(iii) শাখা কার্যালয়ে (Branch office) 

(iv) অধীনস্থ কোম্পানীয়ে (Subsidiaries company. 

8. ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মালিক হৈছে– (The owner of public sector is) 

(i) যৌথ হিন্দুপৰিয়াল (Joint Hindu family) 

(ii) যৌথ কোম্পানী (Joint stock company) 

(iii) যৌথ খণ্ড (Joint sector) 

(iv) চৰকাৰ (Government.) 

9. ৰুগ্ন ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবােৰক পুনৰ গঠনৰ দায়িত্ব দিয়া হয়— (Reconstruction of sick public sector units are taken up b )

(i) এম, অ, এফ, এ (MOFA) 

(ii) বি, আই, এফ, আৰ (BIFR) 

(iii) এম, অ', ইউ (MOU) 

(iv) এন, আৰ, এফ (NRF) 

10. ৰাজহুৱা খণ্ডত অবিনিয়ােজনৰ অৰ্থ হৈছে— (Disinvestments of PSE's emplies) 

(i) ব্যক্তিগত খণ্ড/ৰাইজৰ মাজত অংশ বিক্ৰী কৰা (Sale of equity shares is private sector/public.) 

(ii) কাম-কাজ বন্ধ কৰি দিয়া (close down operations.) 

(iii) নতুন অংশত বিনিয়ােগ কৰা (Investment in new shares.) 

(iv) ৰাজহুৱা খণ্ডৰ অংশ ক্ৰয় কৰা (Buying shares of PSE's.) 

Ans: 1.(iii); 2.(iii); 3.(i); 4.(i); 5.(iii); 6.(ii); 7.(i); 8.(ii); 

B. চমু উত্তৰ লিখিবা (Write in short)ঃ 

1. ৰাজহুৱা খণ্ড মানে কি বুজা? (What do you mean by public sector?) 

2. ব্যক্তিগত খণ্ড কাক বােলে? (What is private sector.) 

3. ভাৰতৰ অর্থনৈতিক ব্যৱস্থাটোক কিয় মিশ্রিত অর্থনীতি বােলে? (Why the Indian economy is termed as mixed economy.) 

4. বিধিবদ্ধ নিগমৰ সংজ্ঞা লিখা। (Define statutory corporation.) 

5. দুটা চৰকাৰী কোম্পানীৰ নাম উল্লেখ কৰা। (Mention two numbers of government company.) 

6. গােলকীয় প্রতিষ্ঠানৰ অর্থ কি? (What is multinational company?) 

7. যৌথ খণ্ড বুলিলে কি বুজা? (What is joint sector?)

৪. বাজত্ববা খণ্ড স্থাপনৰ দুটা উদ্দেশ্য লিখা। (Write the two object of eastablishment of sector) 

9. ব্যক্তিগত খণ্ডৰ জনপ্রিয়তাৰ কাৰণ এটা উল্লেখ কৰা। (Why the private sector is popular? Answers the public? 

10. ব্যক্তিগত খণ্ডৰ অধীনত থকা তিনি প্রকাবৰ সংগঠনৰ নাম লিখা। (Write the name of three form of organisation under the private sector) 

11. তিনিটা ৰাজহুৱা খণ্ডৰ উদ্যোগব নাম লিখা। (Write the name of three public sector public 

12. ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজত থকা দুটা পার্থক্য লিখা। (Write in the two differences between the private sector and public sector.) 

13. চৰকাৰী কোম্পানীৰ দুটা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা। (Mention the two features of sector.) 

C.দীঘলীয়া উত্তৰ লিখিবা (Long answer type of question)ঃ 

1. ৰাজহুৱা খণ্ডৰ দুটা সুবিধা আৰু দুটা অসুবিধাৰ বিষয়ে লিখা। (Write on two advantages and disadvantages public sector.) 

2. বৰ্তমানৰ সময়ত ৰাজহুৱা খণ্ডতকৈ কিয় ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক সফলতা ভাল। তােমাৰ মতামত এশটা শব্দৰ ভিতৰত উল্লেখ কৰিবা। (At present the performance of private sector is better than the public sector. Write your opinion within 100 words.) 

3. ৰাজহুৱা খণ্ডৰ সপক্ষে তুমি তিনিটা যুক্তি উল্লেখ কৰা। (Mention the three justification of public sector.) 

4. গােলকীয় প্রতিষ্ঠান মানে কি? এনে প্রতিষ্ঠানৰ দুটা প্রধান বৈশিষ্ট্যৰ বিষয়ে ব্যাখ্যা কৰা। (What is multinational company? Write the two features of multinational company.) 

5. ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিবর্তনীয় ভূমিকাৰ বিষয়ে চমুকৈ আলােচনা কৰা। (Write in short on the changing role of public sector.) 

6. দেশীয় প্রতিষ্ঠানবিলাকতকৈ গােলকীয় প্রতিষ্ঠানবিলাক ভাল বুলি ভাবানে? যুক্তিৰে উত্তৰ দিয়া। (Do you think that multinational companies are better than the idigenous firm. Give answer with justification.) 

Project/Assignment: 

1. যােৱা 2-3 বছৰত যিবিলাক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক অবিনিয়োেজন নীতিৰ অধীনলৈ আনিবৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে সিবিলাকৰ এখন তালিকা প্রস্তুত কৰা। 

2. তােমাৰ নগৰত থকা এখন দৰবৰ দোকান নির্বাচন কৰা। উক্ত দোকানত থকা বিভিন্ন দৰবৰ উৎপাদনকৰ কোম্পানীবােৰৰ ভিতৰত দহােটা বিদেশী কোম্পানী আৰু দহােটা ভাৰতীয় কোম্পানীৰ নাম লিখি এখন তালিকা হত কৰা।

Type Himanku Bora



Post ID : DABP003828