নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 



১৬৬৯)  ৰং (Rang) - বৰণ ।   
১৬৭০) ৰংকু (Ranku) - হৰিণ ।   
১৬৭১) ৰংগন (Rangan) - এবিধ ৰঙা ফুল ।
১৬৭২) ৰংগনাথ (Rangnath) - শিৱৰ এটা নাম ।   
১৬৭৩) ৰংগ-মন (Rang mon) - আনন্দিত ।  
১৬৭৪) ৰুকুন (Rukun) - লেখীয়া ।  
১৬৭৫) ৰক্তকমল (Rakta kamal) -  ৰঙা পদুম ।  
১৬৭৬) ৰক্তচন্দন (Rakta chandan)- ৰঙা চন্দন ।      
১৬৭৭) ৰক্তমণি (Rakta moni) - আগ্নেস আৰু ৰূপান্তৰিত শিলত বিস্ততভাৱে থকা বিভিন্ন বৰণৰ ছিলিকেট যৌগ ।  
১৬৭৮)  ৰক্তৰঞ্জিত (Rakta rakjit) - তেজেৰে ৰঞ্জিত ।   
১৬৭৯) ৰক্তিম (Rocktim) - তেজৰঙা বৰণৰ । 
১৬৮০) ৰঘু (Raghu) - কদম গছ ।   
১৬৮১) ৰঘুনন্দন (Raghu nandan) - ৰামচন্দ্ৰ । 
১৬৮২) ৰঘুনাথ (Raghu nath) - ৰামচন্দ্ৰ ।              
১৬৮৩) ৰঘুবীৰ (Raghubir) - দশৰথৰপুত্ৰ শ্ৰীৰামচন্দ্ৰ । 
১৬৮৪) ৰঘুমণি (Raghu moni) - ৰামচন্দ্ৰ ।
১৬৮৫) ৰজত্ (Rajat) - ৰূপ ।       
১৬৮৬) ৰজনী (Rajani) - ৰাতি ।   
১৬৮৭) ৰজনীনাথ (Rajani nath) - চন্দ্ৰ । 
১৬৮৮) ৰজা (Raja) - ৰাজা ।  
১৬৮৯) ৰজ্জু (Rajju) - ৰচি । 
১৬৯০) ৰঞ্জন (Ranjhan) - বৰণ লগোৱা কাৰ্য ।     
১৬৯১) ৰঞ্জনজ্যোতি (Ranjan jyoti) - আনন্দৰ দীপ্তি ।     
১৬৯২) ৰঞ্জিত (Ranjit) - বৰণ লগোৱা ।   
১৬৯৩) ৰঞ্জুমণি (Ranjhan moni)  - মনোৰম মণি ।   
১৬৯৪) ৰটন (Ratan) - কান্দোন । 
১৬৯৫) ৰণজিৎ (Rana jit) - ৰণত বিজয়ী ।   
১৬৯৬) ৰণদীপ (Rana dip)- বিশিষ্ট যুদ্ধ ।           
১৬৯৭) ৰণবীৰ (Ranbir)  যুদ্ধ বিজয়ী । 
১৬৯৮) ৰণেশ (Ranesh) - শিৱৰ আন এটা নাম ।   
১৬৯৯) ৰতনজ্যোতি (Ratan jyoti) - ৰত্নৰ জেউতি ।
১৭০০) ৰতন্ (Ratan) - ৰত্ন শব্দৰ অপভ্ৰংশ ।
১৭০১) ৰতনদীপ (Ratan dip) - শ্ৰেষ্ঠ ৰত্ন ।  
১৭০২)  ৰতি (Rati) - প্ৰৱল । 
১৭০৩) ৰত্ন (Ratna) - হীৰা ।    
১৭০৪) ৰত্নকমল (Ratna kamal) - শ্ৰেষ্ঠ ৰত্ন ।   
১৭০৫) ৰত্নদ্বীপ (Ratna dip) - প্ৰবাল দ্বীপ ।   
১৭০৬) ৰত্ননীল (Ratnanil) - নীলা বৰণৰ ৰত্ন । 
১৭০৭) ৰত্নপ্ৰভ (Ratna prabh) - ৰত্নৰ দৰে দীপ্তিমান বা উজ্জ্বল ।  
১৭০৮)  ৰবি (Rabi) - সূৰ্য ।   
১৭০৯) ৰবিকান্ত (Rabi kanta) - সূৰ্যকান্ত মণি । 
১৭১০) ৰবিজ (Rabij) - ৰবি বা সূৰ্যৰ পুত্ৰ ।             
১৭১১) ৰবিজিৎ (Rabijit) - সূৰ্যৰ দৰে তেজস্বী ।   
১৭১২) ৰবিনন্দন (Rabi nandan) - কৰ্ণ ।  
১৭১৩) ৰবিপ্ৰিয় (Rabi priya) - ৰঙা কৰবী ।  
১৭১৪) ৰবিৰাজ (Rabi raj) - সূৰ্য দেৱতা ।                    
১৭১৫)  ৰবিলোচন (Rabiluson) - বিষ্ণু ।   
১৭১৬) ৰবীন্দ্ৰ (Rabindra) - সূৰ্য ।   
১৭১৭) ৰবীন্দ্ৰজিৎ (Rabindra jit) - তেজস্বী । 
১৭১৮) ৰমণ্ (Raman) - ক্ৰীড়া ।   
১৭১৯) ৰমণীকুমাৰ (Ramani kumar) - ৰূপহ কোঁৱৰ ।          
১৭২০) ৰমাকান্ত (Ramakanta) - বিষ্ণু ।  
১৭২১) ৰমানন্দ (Ramakanta) - লক্ষীপতি ।  
১৭২২) ৰমানাথ (Ramanath) - বিষ্ণু ।    
১৭২৩) ৰমাপতি (Ramapati) - বিষ্ণু ।      
১৭২৪) ৰমেন (Ramen) - লক্ষীপতি  ।
১৭২৫) ৰমেশ (Ramesh) - লক্ষীপতি ।        
১৭২৬) ৰমেন্দ্ৰনাৰায়ণ (Ramendra narayan) - পৰমেশ্বৰ ।
১৭২৭) ৰৱণ (Rawan) - কুলি চৰাই ।  
১৭২৮) ৰসজ (Rashaj) - তেজ ।  
১৭২৯)  ৰসৰাজ (Rasha raj)  - অতি ৰসিক লোক ।                        
১৭৩০) ৰসাঞ্জন (Rasanjan) - অগ্নিসাৰ ।    
১৭৩১) ৰসিকেশৰ (Rashikeshar) - শ্ৰীকৃষ্ণ ।      
১৭৩২) ৰসেন্দ্ৰ (Rashendra) - পাৰদ ।    
১৭৩৩) ৰহণ (Rahan) - দয়া ।
১৭৩৪)  ৰহম (Raham) - দয়া ।
১৭৩৫) ৰহিম (Rahim) - দয়াময় ঈশ্বৰ ।   
১৭৩৬) ৰহিত (Rahit) - হীন ।
১৭৩৭) ৰাকেশ (Rakesh) - শিৱৰ আন এটা নাম ।     
১৭৩৮) ৰাগ্ (Rag) - অনুৰাগ ।
১৭৩৯) ৰাজ (Raj) - বৰণ লগা ।   
১৭৪০) ৰাজকুমাৰ (Rajkumar) - এটা উপাধি ।
১৭৪১) ৰাজদত্ত (Raj datta) - ৰজা কৃতৰ্ক প্ৰদত্ত ।   
১৭৪২) ৰাজপ্ৰসাদ (Raj prashad) - ৰজাঘৰৰ অনুগ্ৰহ ।    
১৭৪৩) ৰাজা (Raja) - চকুৰ মণি ।  
১৭৪৪) ৰাজীৱ (Rajib) - পদুম ।  
১৭৪৫) ৰাজেন্দ্ৰ (Rajendra) - ডাঙৰ ৰজা । 
১৭৪৬) ৰাজিত (Rajit) - শোভিত ।  
১৭৪৭) ৰাজ্যেশ্বৰ (Rajeshwar) - ৰাজ্যৰ অধিপতি ।  
১৭৪৮) ৰাণা (Rana) - উদয়পুৰৰ মহাৰাজাৰ উপাধি ।    
১৭৪৯) ৰাতুল (Ratul) - ৰঙা।    
১৭৫০) ৰাত্ৰিমণি (Ratri moni) - চন্দ্ৰ ।     
১৭৫১) ৰাধামোহন(Radha mohan)  - ৰাধাৰ মোহন শ্ৰীকৃষ্ণ ।         
১৭৫২) ৰাম (Ram) - বিষ্ণু ।   
১৭৫৩) ৰামচন্দ্ৰ (Ram chandra ) - ৰামৰ নাম ।
১৭৫৪) ৰামা (Rama) - মনোৰমা ।   
১৭৫৫) ৰামানন্দ (Rama nanda) - এগৰাকী বিখ্যাত বৈষ্ণৱ ধৰ্মপ্ৰচাৰক।  
১৭৫৬) ৰামিল (Ramil) - কামদেৱ ।   
১৭৫৭) ৰিধম (Ridham) - কামদেৱ ।  
১৭৫৮) ৰিহি (Rihi) - ঋিষি ।  
১৭৫৯) ৰুচক (Rucak) - সোৱাদ লগোৱা ।     
১৭৬০) ৰুচিকান্ত (Rucikanta) - মনোহৰ ।     
১৭৬১) ৰুচিনাথ (Rucinath) - মনোহৰ ।
১৭৬২) ৰুচিমান (Ruciman) - ভদ্ৰ ।   
১৭৬৩) ৰুজু (Ruju) - আৰম্ভ কৰা ।   
১৭৬৪) ৰুণ্ (Run) - পাৰ বা কপৌৰ মাত ।    
১৭৬৫) ৰুদ্ৰ (Rudra) - শিৱ ।   
১৭৬৬) ৰুঘিৰ (Rughir) - তেজ ।
১৭৬৭) ৰুধিৰাজ (Rudhiraj) - ৰক্তাক্ত ।     
১৭৬৮) ৰূপঙ্কৰ (Rupankar) - কলাকাৰ ।   
১৭৬৯)ৰূপজ্যোতি (Rupjyoti) - ৰূপ আৰু সৌন্দৰ্যৰ কান্তি ।                
১৭৭০) ৰূপল (Rupal) - ৰূপেৰে নিৰ্মিত ।    
১৭৭১) ৰুপিত (Rupit) - ৰোৱাতি ।   
১৭৭২) ৰুৰু (Ruru) - এবিধ হৰিণ ।    
১৭৭৩) ৰুহ (Ruh) - আত্মা ।   
১৭৭৪) ৰূপ (Rup) - আকাৰ । 
১৭৭৫) ৰূপজ (Rupaj) - ৰূপৰ পৰা উৎপন্ন ।   
১৭৭৬) ৰোচিষ্ণু (Rochishnu) - উজ্জ্বল ।                
১৭৭৭) ৰোহিণ (Rohini) - ৰঙা চন্দনৰ গছ ।   
১৭৭৮) ৰোহিণীকান্ত (Rohinikanta) - ৰোহিণীৰ কান্ত অৰ্থাৎ চন্দ্ৰ ।   
১৭৭৯) ৰোহিত (Rohit) - তেজ ।   
১৭৮০)  ৰৌণক (Raunak) - সৌন্দৰ্য ।    
১৭৮১) ৰৌদ্ৰ (Raudra) - বৰ তাপ ।
১৭৮২) ৰৌদ্ৰদীপ (Raudradip) - উজ্জ্বল বন্তি ।        
১৭৮৩) ৰৌণিক (Raunik) - চন্দন গছ ।  
১৭৮৪) ৰৌহিষ (Rauhish) - এবিধ হৰিণ ।   
১৭৮৫) ৰীতি (Riti) - দস্তৰ ।


Back To Home Page



Type: Bipasha Kakati