অধ্যায় ৫
ধৰ্মীয় আৰু সাংস্কৃতিক ক্ৰমবিকাশ 
(Religious and Cultural Developments) 

গুৰুত্বপূর্ণ প্রশ্নাবলী 

১। নানক আৰু কবীৰৰ নেতৃত্বত হােৱা সামাজিক আন্দোলনৰ মূলসমূহ কি আছিল ? 
Answer:

২। তােমাৰ অধ্যয়নৰ সময়ছােৱাত যিকোনাে দুটি স্থাপত্যশৈলীৰ স্বতন্ত্র বৈশিষ্ট্যৰ বিষয়ে আলােচনা কৰা ।
Answer:

৩। মধ্যযুগৰ স্থাপত্য কলাৰ বিষয়ে এটি টোকা লিখা । 
Answer:

৪। মধ্যযুগৰ প্ৰাৰম্ভিক কালত আঞ্চলিক সাহিত্যৰ বিকাশৰ বিষয়ে আলােচনা কৰা ।
Answer:

৫।  “মধ্যযুগৰ প্ৰাৰম্ভিক কাল গতিশীলতা আৰু বিকাশৰ সময় আছিল ।” —আলােচনা কৰা । 
Answer:

৬। আদি মধ্যযুগীয় ভাৰতীয় সমাজৰ দার্শনিক আৰু ধর্মীয় মাত্রা পৰীক্ষা কৰা । 
Answer:

৭। মধ্যযুগৰ প্ৰাৰম্ভিক কালত আঞ্চলিক ভাষা আৰু সাহিত্যৰ উত্থান আৰু বৃদ্ধিৰ বিষয়ে আলােচনা কৰা ।
Answer:

৮। মধ্যযুগৰ প্ৰাৰম্ভিক কালত জৈন আৰু বৌদ্ধ ধর্মৰ প্ৰসাৰৰ বিষয়ে আলােচনা কৰা । 
Answer:

৯। চমু টোকা লিখাঃ

(ক) নগৰ স্থাপত্যশৈলী 
Answer:

(খ) ইচমাইলি দোৱা 
Answer:

(গ) তান্ত্রিকতাবাদ
Answer:

Type:HIrak Jyoti Bora.

Morigaon, Assam.



Post ID :DABP003797