চকু মোলি নাচাবা


ৰ লাগি নাচাবা

চকু মুদি চোৱাচোন দেখা পাবা কাকে

মন উতলাই কোনে চিপ নচুৱাই ।

ৰঙতে ৰঙিলী পখিলা

পৰেহি ফুলতে দেখিলা

ফুলনি নাচিলে হালি-জালি

হালি-জালি

কোনে বাৰু চাই চাই

আপোন পাহৰি নাযায় ।

মন মাৰি আচাচোন

নোচোৱাৰ কেলে

ত মৰি যাওঁ দেহি মন পমি যায় ।

আৰু যে এখনি ফুলনি

ফুলেৰে হৈ আছে শুৱনি

আশাৰে উলাহি জকেমকি জকেমকি

তালৈ আজি চাবলৈ জানো

আপোন কোনো নাই

জানো জানো কাষতে আছে

মোৰ বুকুতে

ধন সাঁচতীয়া মোৰ আছে বাট চাই ।।