অধ্য়ায় ২৪
অৰ্থানুসাৰে বাক্য বিভাজন


অনুশীলনী


১। বাক্য় সংকোচন আৰু সংযোজন বুলিলে কি বুজা?
উত্তৰঃ

২। কি কি উপায়ে বাক্য় সংকোচন কৰিব পাৰি?
উত্তৰঃ

৩। কি কি উপায়ে বাক্য় সংযোজন কৰিব পাৰি?
উত্তৰঃ

৪। তলক বাক্য়কেইটিক একেটি বাক্য়লৈ নিয়াঃ

ক) সি ঘোঁৰাট উঠিল। ঘোঁৰাটো ঘনাই ঘনাই চাবুকৰে আঘাত কৰিব ধৰিলে। সি তেতিয়া খুব দৌৰিব ধৰিলে। তাৰ গতি ঠিক বিজুলীৰ নিচিনা আছিল। সি উত্তৰ মুৱা হৈ দৌৰিব ধৰিলে।
উত্তৰঃ

খ) ৰাতি পুৱাইছে মাথোন। সূৰ্য় উদয় হোৱাই নাই। বাগিছাত পুলৰ ওপৰত ভোমোৰাবোৰ গুণ গুণাই ফৰি ফুৰিছে। ফুলৰ গোন্ধ বোকোচাতে লৈ মলয়া বতাহ বব ধৰিছে। সেই সময়তে বাগিচাত সোমাই মই তন্ময় হৈ পৰিলোঁ। 
উত্তৰঃ

৫। অৰ্থানুসাৰে বাক্য়ত কেই প্ৰাকৰত ভগাব পাৰি? প্ৰত্য়েক বিধৰ নামোল্লেখ কৰি উদাহৰণ দিয়া।
উত্তৰঃ

৬। তলত দিয়া বাক্য়বোৰৰ নামোল্লেখ কৰি অন্য় কিমান প্ৰকাৰলৈ নিব পাৰি তাৰে ৰূপ কৰাঃ

ক) ভগৱানে তোমাৰ সংগল কৰক। খ) যত্ন কৰিলে সিদ্ধ হয়। গ) বেয়া চৰিত্ৰৰ লোকক কোনোৱে ভাল নাপায়। ঘ) মনৰ পৱিত্ৰতাই প্ৰকৃত সুখ। ঙ) কেতিৱাও মিছা কথা নক'বাঁ।
উত্তৰঃ 



Type Hirokjyoti Bora.