অধ্য়ায় ১৮
বাক্য় ৰীতি (Sentence Rituals)


অনুশীনলী

১। বাক্য় কাক বোলে? উদাহৰণ দি বুজাই দিয়াঁ।
উত্তৰঃ

২। যোগ্য়তা, আকাংক্ষা আৰু নৈকট্য় বুলিলে কি বুজা?
উত্তৰঃ

৩। উদ্দেশ্য় আৰু বিধেয় কাক কয়? উদাহৰণ সহ বুজাই দিয়া।
উত্তৰঃ

৪। বাক্য়ত পদৰ ক্ৰম সম্বন্ধে কি জানা লিখা।
উত্তৰঃ

৫। বাক্য়ত কাল আৰু ক্ৰিয়াৰ সংগতি সম্বন্ধে কি জানা লিখা।
উত্তৰঃ

৬। স্বাৰ্থিক প্ৰত্য়বোৰৰ বাক্য়ত কিদৰে ব্য়ৱহাৰ কৰা হয় উদাহৰণ দি আলোচনা কৰা।  
উত্তৰঃ



Type: Hirokjyoti Bora.