নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 



১৮০৭) শংকৰ (Shankar) - সদাশিৱ ।  
১৮০৮) শংকিত (Shankit) - ভয়যুক্ত ।  
১৮০৯) শংকু (Shanku) - এবিধ অস্ত্ৰ ।  
১৮১০) শংকুমণি (Shanku moni) - জোঙা মণি ।   
১৮১১) শংখজ্যোতি (Shankha jyoti) - শংখধ্বনি ।  
১৮১২) শকুন্ত (Shakunta) - চৰাই ।  
১৮১৩) শকুল (Shakul) - মাছ ।  
১৮১৪)  শকৃৎ (Shakrit) - বিষ্ঠ ।  
১৮১৫) শক্তিকুমাৰ (Shakti kumar) - পৰাক্ৰমী বালক ।  
১৮১৬) শক্ৰ (Shakra) - ইন্দ্ৰ ।  
১৮১৭) শক্ৰজিৎ (Shakra jit) - ইন্দ্ৰজিৎ ।   
১৮১৯) শক্ৰি (Shakri) - মেঘ ।  
১৮২০) শতঘ্ন (shataghna) - শিৱৰ আন এটা নাম ।  
১৮২১) শচীন (Shacin) - দেৱৰাজ ইন্দ্ৰ ।  
১৮২২) শচীন্দ্ৰ (Shacindra) - দেৱৰাজ ইন্দ্ৰ ।  
১৮২৩) শচীশ (Shacish) - দেৱৰাজ ইন্দ্ৰ ।  
১৮২৪) শনেশ্বৰ (Shaneshwar) - শনি গ্ৰহ ।  
১৮২৫) শমথ (Shamath) - শান্তি ।  
১৮২৬) শমন্ (Shaman) - যম ।  
১৮২৭) শমিত (Shamit) - প্ৰশমিত ।  
১৮২৮)  শমীক (Shamik) - শৃংগীৰ বাপেক ।  
১৮২৯) শম্ভূ (Shambhu) - শিৱ ।  
১৮৩০) শয়ন্ (Shayan) - শোৱা কাৰ্য ।  
১৮৩১) শৰৎ (Sharat) - এক ঋতু ।  
১৮৩২) শৰ্ব (Sharb)- শিৱ ।  
১৮৩৩) শশী (Shashi) - চন্দ্ৰ ।  
১৮২৪) শশীকান্ত (Shashi kanta) - চন্দ্ৰকান্ত মণি ।   
১৮২৯) শাদ্ৰি (Shadri) - মেঘ ।  
১৮৩০) শান্ত (Shanta) - স্থিৰ ।
১৮৩১)  শান্তনৱ (Shantanab) - ভীষ্মৰ এটা নাম ।  
১৮৩২) শান্তনু (Shantanu) - ভীষ্মৰ বাপেক ।  
১৮৩৩) শাৰদ (Sharad) - বকুল গছ ।  
১৮৪০) শিখিন (Shikhin) - জুই ।  
১৮৪১) শিতিকণ্ঠ (Shitikantha) - শিৱ ।  
১৮৮২) শিতিৰত্ন (Shitiratna) - নীলমণি । 
১৮৮৩) শিবি (Shibi) - চিকাৰী ।  
১৮৮৪) শিৰীষ (Shirish) - এবিধ ফুল আৰু তাৰ গছ ।   
১৮৮৯) শিৰোজ (Shiruj)- চুলি ।   
১৮৯০) শিৰোমণি (Shirumoni) - মূৰত পিন্ধা মণি ।  
১৮৯১) শিৱন্ত Shiwanta) - শিৱৰ চৰিত্ৰ ।  
১৮৯২) শিৱদত্ত (Shivdatta) - সুদৰ্শন চক্ৰ ।  
১৮৯৩) শিৱা (Shiwa) - ৰামশিয়াল ।  
১৮৯৪) শিশিৰ (Shishir) - হিম ।  
১৮৯৯) শীত ময়ুখ (sheet mayukh) - চন্দ্ৰ ।  
১৯০০) শীভৱ (shivav) - জলবিন্দু ।  
১৯০১) শীভ্য (Shivya) - শিৱ । 
১৯০২) শুক্ত (Shukta) - উজ্জ্বল ।  
১৯০৩) শুভেন্দ্ৰ (Subhendra) - মহা পুন্যৱান ।
১৯০৪) শুভ্ৰজিৎ (Shuvrajit) - মংগলজনক বিজয় । 
১৯০৫) শুভজ্যোতি (subhajyoti) - বিমল প্ৰভা।  
১৯০৬) শুম্ভ (Shumbh) - প্ৰহ্লাদৰ নাতি ।   
১৯০৭) শুশিল  (sushil) - পৱন । 
১৯০৮) শুষিৰ (Shushir) - অগ্নি ।  
১৯০৯) শুষিল (Shushil) - বায়ু । 
১৯২০) শুষ্ক (Shuiska) - শুকান ।  
১৯২১) শুষ্কং (Shuskang) - তেজ । 
১৯২২) শূৰেন্দ্ৰ (Shurendra) - মহাবীৰ । 
১৯২৩) শৈল (Shail) - পৰ্বত ।  
১৯২৪) শৈলজিৎ (Shailjit) - পৰ্বত জয় কৰোতা ।  
১৯২৫) শৈলূষ (Shilush) - অভিনেতা ।   
১৯২৬) শৈলেন্দ্ৰ (Shailendra) - হিমালয় পৰ্বত ।
১৯২৭) শৈলেশ (Shailesh)  - হিমালয় পৰ্বত ।  
১৯২৮)  শোণিত (Shonit) - তেজ ।  
১৯২৯) শোণিতজ্যোতি (Shonitjyoti) - ৰক্তিম আভা ।  
১৯৩০) শোণিতৰঞ্জিত (Shonitranjit) - ৰক্তাক্ত ।  
১৯৩১) শোভনকুমাৰ (Shovankumar) - ৰূপহ বালক ।   
১৯৩২) শোভনজ্যোতি (Shovanjyoti) - মনোৰাম প্ৰভা ।  
১৯৩৩)  শৌৰ্য (shouryo) - বীৰত্ব ।  
১৯৩৪) শৌৰ্যদীপ (Shauryadeep) - মহাবীৰ । 
১৯৩৫) শ্বাশ্ব (swashwa) -  ভৈৰৱ ।   
১৯৩৬) শ্যাম (Shyam) - ক'লা বৰণ । 
১৯৩৭) শ্যামকান্তি (Shyamkanti) - শ্যামবৰ্ণৰ সৌন্দৰ্যযুক্ত । 
১৯৩৮) শ্যামংকৃষ্ণ (Shyama Krishna) - শ্যাম বৰণৰ শ্ৰীকৃষ্ণ ।   
১৯৩৯) শ্যামলাল (Shyamlal) - শ্ৰীকৃষ্ণ ।
১৯৪০)  শ্ৰমণ্ (Sraman) - বৌদ্ধ ভিক্ষু । 
১৯৪১) শ্ৰৱণ (Sraban) - শুনা কাৰ্য ।  
১৯৪২) শ্ৰীকান্ত (Shrikanta) - বিষ্ণু ।  
১৯৪৩) শ্ৰীঘন (Shrighan) - বুদ্ধদেৱৰ এটা নাম । 
১৯৪৪) শ্ৰীজ (Shrij) - কামদেৱ ।  
১৯৪৫) শ্ৰীনন্দন (Shrinandan) - শ্ৰীৰাম ।  
১৯৪৬) শ্ৰীমন্ত (Shrimanta) - ভাগ্যৱান ।