গোট ২ (খ)

কৌশলগত পৰিকল্পনা STRATEGIC PLANNING

অনুশীলনী 

১ নং থকা প্ৰশ্নাৱলী 

(ক) পৰিচালনাৰ অন্যতম বিষয় হিচাপে 一 চনৰ পৰা কৌশলগত
পৰিচালনা পৰিগণিত হয়।
উত্তৰঃ ১৯৬০।
(খ) কৌশলগত পৰিকল্পনাৰ ধাৰণা দিয়া।
উত্তৰঃ 


(গ) কৌশলগত পৰিকল্পলনা বা আঁচনি হ'ল এটা বিবৃত্তি। 
উত্তৰঃ ভৱিষ্যতমুখী।
(ঘ) ভৱিষ্যতৰ শেষ লক্ষ্যত উপনীত হোৱাৰ এটা বিবৃত্ত হৈছে ইয়াৰ 一। 
উত্তৰঃ উদ্দেশ্য।
(ঙ) কৌশলগত পৰিকল্পনাৰ এটা সীমাবদ্ধতা লিখা।
উত্তৰঃ 

    ২ নং থকা প্ৰশ্নাৱলী
(ক) কৌশল আৰু পৰিকল্পনা 一 এই শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ

(খ) ''কৌশলগত পৰিকল্পনা PEST বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল'' 一 কথাষাৰৰ তাৎপৰ্য লিখা।
উত্তৰঃ 

(গ) দৃষ্টি (Vision) আৰু লক্ষ্য় (Mission) কি?
উত্তৰঃ 

(ঘ) কৌশলগত আৰ্হি প্ৰস্তুকৰণত SWOT বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল''一 কথাষাৰৰ তাৎপৰ্য লিখা।
উত্তৰঃ

(ঙ) কৌশলগত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা।
উত্তৰঃ

    ৫ নং থকা প্ৰশ্নাৱলী
১। কৌশলগত পৰিকল্পনাৰ ধাৰণা আৰু অৰ্থ লিখা।
উত্তৰঃ

২। কৌশলগত পৰিকল্পনাৰ প্ৰক্ৰিয়া বা পদক্ষেপসমূহ চিত্ৰৰ সহায়ত অংকন কৰা।
উত্তৰঃ

৩। ব্যৱসায়ৰ বাবে কৌশলগত পৰিকল্পনাৰ কিবা গুৰুত্ব আছেনে? যুক্তি সহকাৰে উত্ৰ দিয়া।
উত্তৰঃ

৪। কৈশলগত পৰিকল্পনা অসফল হোৱাৰ মিন্টজবাৰ্জৰ কাৰণ কেইটা লিখা।
উত্তৰঃ

৫। কৌশলগত পৰিকল্পনাৰ ৫ টা আসোঁৱাহ উল্লেখ কৰা।
উত্তৰঃ

    ১০ নং থকা প্ৰশ্লাৱলী
১। কৌশলগত পৰিকল্পনা বুলিলে কি বুজা? কৌশলগত পৰিকল্পনাৰ পদক্ষেপ/প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা।
উত্তৰঃ

২। কৌশলগত পৰিকল্পনা কি? ইয়াৰ ব্যৱসায়ত থকা গুৰুত্ব সম্পৰ্কে আলোচনাৰ কৰা।
উত্তৰঃ

৩। আধুনিক ব্যৱসায় পতিষ্ঠানৰ বাবে কৌশলগত পৰিকল্পনাৰ প্ৰয়োজনীয়তা লগতে সীমাবদ্ধতাৰ ওপৰত এটি সংক্ষিপ্ত টোকা বৰ্ণনা কৰা।
উত্তৰঃ



Type : Priyam Jyoti Patar