তৃতীয় অধ্য়ায় 
প্ৰত্য়য় (Suffixes)

অনুশীলনী


১। প্ৰত্য়য় বুলিলে কি বুজা? কৃৎ প্ৰত্য়য় কাক বোলে?
উত্তৰঃ

২। গুণ, বৃদ্ধি, সম্প্ৰসাৰণ, উপধা কাক বোলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ

৩। বিশেষ্য় আৰু বিশেষণ পদ কি কি প্ৰত্য়য়ৰ যোগেদি গঠন কৰিব পাৰি উদাহৰণ দিয়া।
উত্তৰঃ

৫। তলত দিয়া পদবোৰৰ প্ৰত্য়য় আৰু বাচ্য় স্থিৰ কৰাঃ
বিদ্য়া, নায়ক, পাঠ্য়, বাঢ়নী, কৰোঁতা, দেয়, লিখক, জ্বলন্ত, বাছনি, বিচনী, পলৰীয়া, সাঁচনিয়াৰ, কাহুৰা, দূশ্য়মান, পুত্ৰ, মন্ত্ৰী, সেৱক, জীৱ, নয়ন, বিলনীয়া, বুলনী, ঢাকনী, লিখনি, নৰহত্য়া, শক্তি, ভক্তি, স্থান, ৰসনা, যন্ত্ৰণা, ভৱ।
উত্তৰঃ

৬। তলৰ প্ৰত্য়য়কেইটি কি অৰ্থত ব্য়ৱহাৰ হয় লিখা আৰু একোটাকৈ উদাহৰণ দিয়াঃ
-শানচ্, -অনি, -অনীয়া, -ক্ত, -ওঁতা, -তৃচ্, -ড, -ঘঞ্, -ঙ (অ), -অঁতী, -অ, -ই, -ইব, -অন্ত, -ল্য়ু (অন), -শতৃ, -ক্তৱতু, -ইয়া, -উৰা, -ইলত, -অতি, -ক্তিন্, -অল্, -আ, -আন।
উত্তৰঃ


Type: হিৰক জ্য়োতি বৰা।