অধ্য়ায় ২

ক্ৰিয়া পদ (Verb)


১। ক্ৰিয়া পদ কাক বোলে? সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বুলিলে কি বুজা লিখাঁ।
উত্তৰঃ

২। সকৰ্মক আৰু অসকৰ্মক ক্ৰিয়া বুলিলে কি বুজা লিখাঁ।
উত্তৰঃ

৩। ক্ৰিয়াৰ ভাৱ-ৰূপ কি কি ? প্ৰত্য়েক বিধৰে উদাহৰণ দি বুজাই লিখাঁ।
উত্তৰঃ

৪। ক্ৰিয়াৰ কাল বুলিলে কি বুজা? ই কেইবিধ আৰু কি কি? প্ৰধান কাল কেইটিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ

৫। অতীত কাল কেইবিধ? প্ৰত্য়েকৰে চমু পৰিচয় দিয়া।
উত্তৰঃ

৬। অনিয়মিত ক্ৰিয়া বুলিলে কি বুজা ? কি কি অনিয়মিত ক্ৰিয়া আছে লিখাঁ।
উত্তৰঃ

৭। পাঁচনী ক্ৰিয়া বুলিলে কি বুজা? অসমীয়াত কেনেকৈ ই সাধিত হয় আলোচনা কৰা।
উত্তৰঃ

৮। সহায়কাৰী ক্ৰিয়া কি? কেনেকৈ ই ব্য়ৱহাৰ হয়? আলচ কৰা।
উত্তৰঃ


Type: Hirokjyoti Bora.