অধ্য়ায় ১
ধাতু (Verbal Roots)

অনুশীলনী (Exercise)



১। ধাতু কাক বোলে? ই কেইবিধ? প্ৰত্য়েকবিধৰ অন্ততঃ দুটিকৈ উদাহৰণ দিয়া।
উত্তৰঃ

২। যৌগিক ধাতু বুলিলে কি বুজা? প্ৰত্য়েকবিধৰ উদাহৰণ দি বুজাই লিখা। 
উত্তৰঃ

৩। মৌলিক ধাতু বুলিলে কি বুজা? অসমীয়াত ব্য়ৱহাৰ হোৱা মৌলিক ধাতু সম্বন্ধে কি জানা লিখা।
উত্তৰঃ

৪। পাঁচনী ধাতু বুলিলে কি বুজা? কেনেকৈ পাঁচনী ধাতু সিদ্ধ হয় লিখা।
উত্তৰঃ

৫। নাম ধাতু বুলিলে কি বুজা? কেনেকৈ নাম ধাতু গঢ়ি উঠে আলোচনা কৰা।
উত্তৰঃ

৬। ধ্বন্য়াত্মক ধাতু নাম ধাতু নে আলোচনা কৰা।
উত্তৰঃ

৭। মিশ্ৰ ধাতু কি? কি কি উপায়েৰে মিশ্ৰ ধাতু গঢ়ি উঠে আলোচনা কৰা। 
উত্তৰঃ


Type: Hirokjyoti Bora.