অধ্য়ায় ২৭
বাচ্য় (Voices)

অনুশীনলী

১। বাক্য়ৰ বাচ্য় বুলিলে কি বুজা? ই কেইবিধ? প্ৰত্য়েকৰে দুটিকৈ উদাহৰণ দিয়াঁ।
উত্তৰঃ

২। কৰ্মবাচ্য় আৰু ভাববাচ্য়ৰ মাজত পাৰ্থক্য় কোনখিনিত উদাহৰণ দি বুজাই দিয়াঁ।
উত্তৰঃ

৩। কৰ্তৃবাচ্য় আৰু কৰ্ম-কতৃবাচ্য়ৰ মাজত থকা পাৰ্থক্য় আলোচনা কৰা।
উত্তৰঃ

৪। বাচ্য পৰিৱৰ্তন কৰাঃ

সি শুলে। মই কিতাপ পঢ়িছোঁ। তুমি ভাত খাইছাঁ। বৰষুণ দিছে। কলহ ভাগিল। জাৰ লাগিছে। মই তাক ধৰিলোঁ। তাক মতা হ'ল। দূৰৈৰ একোকে নেদেখি।

Type: Hirokjyoti Bora.