কালি,
পাৰ্শ্বীয় কালি আৰু আয়তন
ত্ৰিভূজঃ এটা ত্ৰিভূজৰ কালি হৈছে -
ইয়াৰ আৰু এটা সূত্ৰ হৈছে হিৰ'ণৰ সূত্ৰঃ

য'ত a b আৰু c হৈছে ত্ৰিভূজটোৰ বাহু।
আৰু ইয়াৰ পৰিসীমা হৈছে - তিনিটা বাহুৰ যোগফল।
উদাহৰণঃ ত্ৰিভূজ এটাৰ দুটা বাহু 8cm আৰু 11cm আৰু ইয়াৰ পৰিসীমা 32cm । ত্ৰিভূজটোৰ কালি উলিওৱা।
উত্তৰঃ
দিয়া আছে,
ত্ৰিভূজটোৰ বাহুঃ
a = 8cm
b = 11cm আৰু
পৰিসীমা = 32cm
∴ আনটো বাহু
c = পৰিসীমা - ( a + b )
= 32 -(8 + 11)
= 32 - 19
= 13
বৰ্গঃ এটা বৰ্গৰ কালি হৈছে - দুটা বাহুৰ পূৰণফল
আৰু ইয়াৰ পৰিসীমা হৈছে -
আয়তঃ এটা আয়তৰ কালি হৈছে - দীঘ x প্ৰস্থ
আৰু ইয়াৰ কালি হৈছে- 2 x ( দীঘ + প্ৰস্থ )
বৃত্তঃ এটা বৃত্তৰ কালি হৈছে-
ঘনকঃ এটা ঘনকৰ পৃষ্ঠৰ কালি হৈছে -
আৰু ইয়াৰ আয়তন হৈছে -ইয়াত a হৈছে ঘনকটোৰ এটা কাষ।
2 x ( ab + bc + ac ) ইয়াত a, b আৰু c হৈছে আয়তীয় ঘনকটোৰ কাষ।
আৰু ইয়াৰ আয়তন হৈছে - a x b x c অৰ্থাৎ abc ।
গোলকঃ এটা গোলকৰ পৃষ্ঠকালি হৈছে -
আৰু ইয়াৰ আয়তন হৈছে -
অৰ্ধগোলকঃ এটা অৰ্ধগোলকৰ পৃষ্ঠকালি হৈছে -
আৰু ইয়াৰ আয়তন হৈছ -
