আনন্দৰাম বৰুৱাৰ কিছু প্ৰশ্ন উত্তৰ 

১। আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনত জন্ম হৈছিল।

২। প্ৰথম অসমীয়া প্ৰশাসনীক বিষয়া কোন আছিল?

উত্তৰঃ প্ৰথম অসমীয়া প্ৰাশাসনীক বিষয়া আনন্দৰাম বৰুৱা আছিল?

৩। প্ৰথম অসমীয়া অধিবক্তা কোন আছিল?

উত্তৰঃ প্ৰথম অসমীয়া অধিবক্তা আনন্দৰাম বৰুৱা আছিল।

৪। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত কোন আছিল?

উত্তৰঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱা আছিল।

৫। আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল।

৬। আনন্দৰাম বৰুৱা কোন পৰিয়ালৰ লোক আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা মজিন্দাৰ বৰুৱা বংশৰ লোক আছিল।

৭। আনন্দৰাম বৰুৱাৰ মাতৃৰ নান কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আছিল।

৮। আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা।

৯। আনন্দৰাম বৰুৱাৰ ভাতৃ কেইজন আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ ভাতৃ দুজন আছিল।

১০। আনন্দৰাম বৰুৱাৰ ভাতৃকেইজনৰ নাম কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ ভাতৃ কেইজনৰ নাম আছিল পৰশুৰাম আৰু জানকীৰাম বৰুৱা।

১১। আনন্দৰাম বৰুৱাই প্ৰথমে কি শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই প্ৰথম সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল।

১২। কিমান বছৰৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাছনী পৰিক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ ১৮ ভচৰৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাছনী পৰিক্ষাত উত্তীৰ্ণ হয।

১৩। বাছনী পৰিক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোন কলেজত কি পঢ়িবলৈ লয়।

উত্তৰঃ বাছনী পৰিক্ষাত উত্তৰ্ণ হোৱাৰ পাছত প্ৰেছি়েন্সী কলেজতে এফ. এ. (FA) পঢ়িৱলৈ লয়।

১৪। আনন্দৰাম বৰৱাই FA পৰিক্ষাত কি স্থান লাভ কৰে?

উত্তৰঃ আনন্দৰাম বৰুৱাই FA ফৰিক্ষাত ষষ্ঠ স্থান লাভ কৰে।

১৫। কোনটো বিভাগত ডাফ বৃত্তি লাভ কৰে?

উত্তৰঃ গণিত ভিভাগত ডাফ বৃত্তি লাভ কৰে।

১৬। কলিকতা বিশ্ববিদ্যালয়ৰ বি.এ. পৰিক্ষাত কি স্থান লাভ কৰিছিল?

উত্তৰঃ কলিকতা বিশ্ববিদ্যালয়ৰ বি.এ. পৰিক্ষাত তৃতীয় স্থান লাভ কৰিছিল।

১৭। কিমান চনত আনন্দৰাম বৰৱাই ইংলেণ্ডত ভৰি দিয়ে?

উত্তৰঃ ১৮৬৯ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত ভৰি দিয়ে।

১৮। আনন্দৰাম বৰুৱাই লণ্ডন বিশ্ববিদ্যলয়ত কি কি শিক্ষা গ্ৰহণ কৰে?

উত্তৰঃ আনন্দৰাম বৰুৱাই লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু মধ্য টেম্পল আইনৰ শিক্ষা গ্ৰহণ কৰে।

১৯। একেলগে আনন্দৰাম বৰুৱাই কিহত যোগদান দিছিল?

উত্তৰঃ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়ত যোগদান দিছিল।

২০। ১৮৭০ চনত আনন্দৰাম বৰুৱা কি পৰিক্ষাত উত্তীৰ্ণ হয়।

উত্তৰঃ ১৮৭০ চনত আনন্দৰাম বৰুৱা I.C.S. Examination পৰীক্ষাত উত্তীৰ্ণ হয়।

২১। আইন পৰিক্ষাত কি চনত উত্তীৰ্ণ হয়?

উত্তৰঃ আইন পৰিক্ষাত ১৮৭১ চনত উত্তীৰ্ণ হয়।

২২। কিমান চনত আনন্দৰাম বৰুৱাই বি. এছ. চি. ডিগ্ৰি লাভ কৰিছিল?

উত্তৰঃ ১৮৭১ চনত আনন্দৰাম বৰুৱাই বি. এছ. চি. ডিগ্ৰি লাভ কৰিছিল।

২৩। আনন্দৰাম বৰৱা কোনটো সেৱাৰ পঞ্চম গৰাকী বিষয়া আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পঞ্চম বিষয়া আছিল।

২৪। আনন্দৰাম বৰুৱা কিমান চনত ভাৰতলৈ উভতি আহিছিল?

উত্তৰঃ ১৮৭২ চনত আনন্দৰাম বৰৱা ভাৰতলৈ উভতি আহিছিল।

২৫। কিমান চনত আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ পদত যোগদান কৰিছিল?

উত্তৰঃ ১৮৭২ চনত আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ পদত যোগদান কৰিছিল।

২৬। আনন্দৰাম বৰুৱাই কেইবছৰ অসমত কাম কৰে?

উত্তৰঃ আনন্দৰাম বৰৱাই এবছৰ অসমত কাম কৰে।

২৭। আনন্দৰাম বৰুৱাই হাকিমৰ ফাঁকে ফাঁকে কাৰ্যালয়ত কি কৰিছিল?

উত্তৰঃ আনন্দৰাম বুৱাই হাকিমৰ ফাঁকে ফাঁকে কিতাপ পঢ়িছিল।

২৮। কিমান চনত আনন্দৰাম বৰুৱাই সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ ৰচনাৰ পৰিকল্পনা লৈছিল?

উত্তৰঃ ১৮৮১ চনত আনন্দৰাম বৰুৱাই সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ ৰচনাৰ পৰিকল্পনা লৈছিল।

২৯। আনন্দৰাম বৰুৱাই ব্যাকৰণখনৰ তথ্য সংগ্ৰহ কৰিবলৈ কলৈ যায়?

উত্তৰঃ আনন্দৰাম বৰুৱাই ব্যাকৰণখসনৰ তথ্য সংগ্ৰহ কৰুবলৈ লণ্ডনলৈ যায়।

৩০। কোনটো মিউজিয়ামৰপৰা আনন্দৰাম বৰুৱাই কিতাপসমূহৰ সমল সংগ্ৰহ কৰি আনে?

উত্তৰঃ ব্ৰিটিছ মিউজিয়ামৰপৰা কিতাপসমূহৰ সমল সংগ্ৰহ কৰি আনে।

৩১। কিতাপৰ সমলসমূহ গোটাই আনন্দৰাম বৰৱাই কেইবছৰৰ পাছত ভাৰতলৈ উভতি আহিল?

উত্তৰঃ কিতাপৰ সমলসূহ গোটাই আনন্দৰাম বৰুৱাই দুবছৰৰ পাছত ভাৰতলৈ উভতি আহে।

৩২। কিমান চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয় ফেলো নিৰ্বাচিত হয়?

উত্তৰঃ ১৮৮৫ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয় ফেলো নিৰ্বাচিত হয়।

৩৩। ১৮৮৫ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কি নিৰ্বাচিত হয়?

উত্তৰঃ ১৮৮৫ চনত আনন্দৰাম বৰৱাই কলিকতা বিশ্ববিদ্যালয়ত ফেলো নিৰ্বাচিত হয়।

৩৪। কোন চনত আনন্দৰাম বৰুৱাই দ্বীতিয়বাৰ বংগৰ নোৱাখালি জিলালৈ বদলি কৰা হয়?

উত্তৰঃ ১৮৮৭ চনত আনন্দৰাম বৰুৱাই দ্বীতিয়বাৰ বংগৰ নোৱাখালি জিলালৈ বদলি কৰা হয়।

৩৫। ১৮৮৭ চনত আনন্দৰাম বৰুৱাই দ্বীতিয়বাৰ কেন জিলালৈ বদলি হয়?

উত্তৰঃ ১৮৮৭ চনত আনন্দৰাম বৰুৱাই দ্বীতিয়বাৰ বংগৰ নোৱাখালি জিলালৈ বদলি হয়।

৩৬। আনন্দৰাম বৰুৱা কোনেকুৱা ধৰণৰ মানুহ আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা অতি দৱালু অনন্তৰৰ মানুহ আছিল।

৩৭। আনন্দৰাম বৰৱাৰ নামত বংগত কি কিৰ নাম ৰখা হৈছি?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ নামত স্কুল, কলেজ আৰু পুখুৰীৰ নাম ৰখা হৈছিল।

৩৮। কোন চনৰ পৰা কোন চনৰ ভিতৰত আনন্দৰাম বৰুৱাই তণিতা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে?

উত্তৰঃ ১৮৭৭-১৮৮০ চনৰ ভিতৰ আনন্দৰাম বৰুৱাই তিনিতা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে।

৩৯। ১৮৭৭-১৮৮০ চনৰ ভিতৰ আনন্দৰাম বৰুৱাই কেইটা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে?

উত্তৰঃ ৮৭৭-১৮৮০ চনৰ ভিতৰ আনন্দৰাম বৰুৱাই তিনিতা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে।

৪০। ৮৭৭-১৮৮০ চনৰ ভিতৰ আনন্দৰাম বৰুৱাই তিনিতা খণ্ডত কি প্ৰণয়ন কৰে?

উত্তৰঃ ৮৭৭-১৮৮০ চনৰ ভিতৰ আনন্দৰাম বৰুৱাই তিনিতা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে।

৪১। আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ প্ৰথম খণ্ড কেতিয়া প্ৰকাশিত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ প্ৰথম খণ্ড ১৮৭৭ চনত প্ৰকাশ পাইছিল।

৪২। আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ দ্বতীয় খণ্ড কেতিয়া প্ৰকাশিত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ দ্বতীয় খণ্ড ১৮৭৮ চনত প্ৰকাশ পাইছিল।

৪৩। আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ তৃতীয় খণ্ড কেতিয়া প্ৰকাশিত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই লিখা 'English-Sanskrit Dictionary' তিনিতা খণ্ডৰ দ্বতীয় খণ্ড ১৮৮০ চনত প্ৰকাশ পাইছিল।

৪৪। আনন্দৰাম বৰুৱাৰ 



Post ID : DABP004207