টমাছ আলভা এডিছনৰ বিষয়ে 

চমু পৰিচয়- টমাছ আলভা এডিছন আমেৰিকা যুক্তৰাষ্ট্ৰ এগৰাকী  উদ্ভাদক আৰু ব্যৱসায়ী আছিল। তেওঁ জন্ম হৈছিল ১১ ফেব্ৰুৱাৰী, ১৮৪৭ চনত। তেখেতৰ পিতৃ নাম আছিল চেমুয়েল অগডেন এডিছন জুনিয়ৰ আৰু মাতৃ নাম আছিল নেঞ্চি মেথিউজ এলিয়ত। তেওঁ বেছিখিনি শিক্ষা দান কৰিছিল আৰ. জি. পাৰ্কাৰৰ স্কুল অৱ নেচাৰেল ফিল'চফী আৰু দ্যা কুপাৰ ইউনিয়ন গ্ৰন্থৰ পৰা। তেওঁ পত্নী নাম আছিল মেৰী ষ্টিলৱেল। তেওঁ বিজুলী চাকি, গ্ৰামোফোন, গতিশীল ছবিৰ কেমেৰা আৰু কাৰ্বনৰ প্ৰেৰক কে ধৰি প্ৰায় ১৩০০ যন্ত্ৰ উদ্ভাৱন কৰিছিল।বিজুলী চাকিৰ উদ্ভাৱনৰ কৃতিত্ব সাধাৰণতে টমাছ আলভা এডিছনক দিয়া হয় যদিয়ও এই ক্ষেত্ৰত আন বহুতেই তেওঁৰ পূৰ্বে কাম কৰিছিল।এডিছনে প্ৰথম পেটেন্ট লাভ কৰা উদ্ভাৱনটো নাম হ'ল ইলেক্টিক ভোট ৰেকৰ্ডাৰ। তেওঁ মৃত্যু হয় ১৯৩১ চনত।

 Sumit Patar (Morigaon Assam)